• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, May 14, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ডিমা হাচাওত চাঞ্চল্যকৰ কাণ্ড: নিজ গৃহত অগ্নিসংযোগ স্বামীৰ, অগ্নিদগ্ধ হৈ মৃত্যু পত্নীৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 31, 2023 7:07 am
man sets house on fire

প্ৰতিনিধিত্বমূলক ছবি

205
VIEWS
Share on FacebookShare on Twitter

বৃহস্পতিবাৰে ডিমা হাচাও জিলাত সংঘটিত হয় এক চাঞ্চল্যকৰ ঘটনা। এগৰাকী ব্যক্তিয়ে আশ্চৰ্যজনকভাৱে নিজ গৃহত অগ্নিসংযোগ কৰাৰ ফলস্বৰূপে শোকাৱহভাৱে প্ৰাণ হেৰুৱাইছে ব্যক্তিগৰাকীৰ পত্নীয়ে।

পাৰিবাৰিক বিবাদৰ পৰিণতিতে এই ঘটনা সংঘটিত হোৱা বুলি সন্দেহ কৰা হৈছে। অভিযুক্ত ব্যক্তিগৰাকীক জয়চৰণ লাংথাচা বুলি চিনাক্ত কৰা হৈছে। নিজ পত্নী ঘৰৰ ভিতৰত থকাৰ সময়তে জয়চৰণে ঘৰত অগ্নিসংযোগ কৰা বুলি অভিযোগ উত্থাপন হৈছে।

ঘটনা সন্দৰ্ভত আৰক্ষীয়ে অভিযুক্ত জয়চৰণ লাংথাচাই এই ঘটনা নিজেই সংঘটিত কৰা বুলি অপৰাধ স্বীকাৰ কৰিছে। কিন্তু এই নৃশংস কাৰ্যৰ আঁৰৰ উদ্দেশ্য এতিয়াও জানিব পৰা হোৱা নাই বুলি আৰক্ষীয়ে লগতে কয়।

ইফালে জয়চৰণৰ মৃত পত্নীৰ নাম বিনিতা হাফলংবাৰ বুলি জানিব পৰা হৈছে। তেওঁৰ মৃতদেহ উদ্ধাৰৰ পিছতে ডিমা হাচাওৰ হাফলং অসামৰিক চিকিৎসালয়ত মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হয়।

আৰক্ষীয়ে লগতে জানিবলৈ দিয়া মতে অভিযুক্ত জয়চৰণক ইতিমধ্যে জিম্মাত লোৱা হৈছে। আৰক্ষীয়ে তেওঁক ঘটনা সন্দৰ্ভত সোধা-পোছা কৰিছে যদিও তেওঁ কিয় এই কাণ্ড সংঘটিত কৰিছিল সেয়া প্ৰকাশ কৰা নাই।

ইফালে, একাংশ স্থানীয় লোকে জয়চৰণে পত্নীৰ সৈতে প্ৰায়ে পাৰিবাৰিক বিবাদত লিপ্ত হৈছিল বুলি দাবী কৰিছে। লগতে জয়চৰণে সুৰাপান কৰিছিল বুলিও তেওঁলোকে লগতে দাবী কৰিছে।

অৱশ্যে স্থানীয় লোকসকলৰ এই দাবী সন্দৰ্ভত আৰক্ষীয়ে এই পৰ্যন্ত কোনো মন্তব্য দিয়া নাই।

Recent News

পঞ্চায়তত নিৰ্বাচিত প্ৰতিনিধিক অভিনন্দন, ৰাইজকো কৃতজ্ঞতা ভূপেন বৰাৰ

পঞ্চায়তত নিৰ্বাচিত প্ৰতিনিধিক অভিনন্দন, ৰাইজকো কৃতজ্ঞতা ভূপেন বৰাৰ

ট্ৰাম্পক উত্তৰ নিদিলে মোদীৰ ইমান তেজস্বী ভাষণৰ অৰ্থ কি থাকিল?

ট্ৰাম্পক উত্তৰ নিদিলে মোদীৰ ইমান তেজস্বী ভাষণৰ অৰ্থ কি থাকিল?

অৱসৰ ললে মুখ্য ন্যায়াধীশ সঞ্জীৱ খান্নাই : বিদায়ী ভাষণত দি গ’ল হৃদয়স্পৰ্শী বাৰ্তা

অৱসৰ ললে মুখ্য ন্যায়াধীশ সঞ্জীৱ খান্নাই : বিদায়ী ভাষণত দি গ’ল হৃদয়স্পৰ্শী বাৰ্তা

কৰ্ণেল ছ’ফিয়া কুৰেশ্বীক ‘পাকিস্তানীৰ ভগ্নী’ আখ্যা বিজেপি মন্ত্ৰী বিজয় শ্বাহৰ!

কৰ্ণেল ছ’ফিয়া কুৰেশ্বীক ‘পাকিস্তানীৰ ভগ্নী’ আখ্যা বিজেপি মন্ত্ৰী বিজয় শ্বাহৰ!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd