• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, May 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বাক্সাৰ নাগ্ৰীজুলিত খেতি পথাৰত বনৰীয়া হাতীৰ উপদ্ৰৱ; খবৰ নাই বন-বিভাগৰ

দীপক কুমাৰ পাঠক by দীপক কুমাৰ পাঠক
November 7, 2019 6:23 pm
3.2k
VIEWS
Share on FacebookShare on Twitter

বিগত কেইবামাহ ধৰি নাগ্ৰীজুলি চাহ বাগিচাৰ সমীপত বনৰীয়া হাতীয়ে নিৰৱচ্ছিন্ন ভাৱে উপদ্ৰৱ অব্যাহত ৰাখিছে। যোৱা সপ্তাহত নাগ্ৰীজুলিত হাতীৰ আক্ৰমণত এজন লোক নিহত হোৱাৰ লগতে এটা হাতীৰ মৃতদেহ উদ্ধাৰ হৈছিল।

কালি নিশাও খাদ্যৰ সন্ধানত অহা বনৰীয়া হাতীৰ এটা বৃহৎ জাকে নাগ্ৰীজুলিৰ খাটৰবাৰী আৰু বাল্টিপাৰ গাঁৱত প্ৰৱেশ কৰি এফালৰ পৰা খেতি পথাৰ তাহিলং কৰি গোটেই নিশা উপদ্ৰৱ চলায়।

গাঁৱৰ ৰাইজে হাতীৰ জাকটোক ফটকা ফুটাই, জুই জ্বলাই, কাঁহী-বাতি, টিন বজাই খেদিবলৈ চেষ্টা কৰে যদিও অসমৰ্থ হয়।

উল্লেখযোগ্য যে, বুধবাৰে নিশা নাগ্ৰীজুলিৰ বাল্টিপাৰ আৰু খাটৰবাৰী গাঁৱৰ লগতে কেইবাটাও প্ৰান্তত বনৰীয়া হাতীয়ে মানুহৰ ঘৰ দুৱাৰ ভঙাৰ উপৰি বিঘাই বিঘাই তামোলৰ গছৰ বাগিচা, নাৰিকলৰ বাগিচা আদিৰ লগতে পথাৰত কাটি থোৱা ধান পৰ্যন্ত খাই তহিলং কৰে।

আনহাতে আজি স্থানীয় লোকসকলে পথাৰত গৈ বন বিভাগৰ ওপৰত ক্ষোভ উজাৰে। ৰাইজৰ অভিযোগ অনুসৰি নিশা বনৰীয়া হাতীয়ে ইমান উপদ্ৰৱ চলোৱাৰ লগতে খবৰ দিয়াৰ পিছতো বাতৰি লিখা সময়লৈকে বন বিভাগৰ লোকে কোনো খবৰ লোৱা নাই।

ইপিনে এতিয়াও নাগ্ৰীজুলি চাহ বাগিচাত বনৰীয়া হাতীৰ এটা জাকে অৱস্থান কৰি আছে। বিপিএফৰ নাগ্ৰীজুলি ব্লক সমিতিৰ সভাপতি খেম বাহাদুৰ থাপাই আজি দিনৰ ভাগত ক্ষতিগ্ৰস্ত গাঁওসমূহ পৰিদৰ্শন কৰে।

Recent News

কোহলী বনাম ৰোহিত! এদিনীয়াৰ ৰজা কোন? এবাৰ চকু ফুৰাই চাই লওক

কোহলী বনাম ৰোহিত! এদিনীয়াৰ ৰজা কোন? এবাৰ চকু ফুৰাই চাই লওক

মৰ্মান্তিক! বিয়া ঘৰৰ পৰা উভতি অহাৰ পথত দুৰ্ঘটনাত মৃত্যু একেটা পৰিয়ালৰে ৫ জনৰ

মৰ্মান্তিক! বিয়া ঘৰৰ পৰা উভতি অহাৰ পথত দুৰ্ঘটনাত মৃত্যু একেটা পৰিয়ালৰে ৫ জনৰ

গাজা যুদ্ধলৈ আমেৰিকাৰ সমৰ্থনৰ প্ৰতিবাদ কৰি গ্ৰেপ্তাৰ ‘বেন এণ্ড জেৰী’ৰ সহ-প্ৰতিষ্ঠাতা বেন কোহেন

গাজা যুদ্ধলৈ আমেৰিকাৰ সমৰ্থনৰ প্ৰতিবাদ কৰি গ্ৰেপ্তাৰ ‘বেন এণ্ড জেৰী’ৰ সহ-প্ৰতিষ্ঠাতা বেন কোহেন

টিকটক লাইভৰ মাজতে যুৱতী ইনফ্লুৱেন্সাৰক গুলীয়াই হত্যা

টিকটক লাইভৰ মাজতে যুৱতী ইনফ্লুৱেন্সাৰক গুলীয়াই হত্যা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd