• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, August 28, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিশেষজ্ঞৰ আশংকা: শীতকালত অধিক সংহাৰী হৈ পৰিব ক’ৰ’ণা ভাইৰাছ

এন ই নাও নিউজ by এন ই নাও নিউজ
September 17, 2020 6:52 pm
cold
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ক’ৰ’ণা ভাইৰাছে সমগ্ৰ বিস্বৰ লগতে ভাৰততো সংহাৰৰ সৃষ্টি কৰিছে।

ভাৰতত ক’ৰ’ণা কালৰ অন্ত কেতিয়া পৰিব তাকেলৈ এতিয়া দেশৰ স্বাস্থ্য বিজ্ঞানী সকল চিন্তিত হৈ পৰিছে।

ক’ৰ’ণাৰ ভেকচিন ২০২১ চনতহে বজাৰলৈ আহিব বুলি কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী ডাঃ হৰ্ষবৰ্দ্ধনে আজি প্ৰকাশ কৰাৰ পিচতে মানুহৰ মাজত এটা আশংকা গা কৰি উঠা পৰিলক্ষিত হৈছে।

সেয়া হৈছে শীতকালত দেশত ক’ৰ’ণা ভাইৰাছৰ সংক্ৰমণ বৰ্তমানতকৈও অধিক সংহাৰী হৈ উঠিব নেকি?

সাধাৰণ লোকৰ মনত উদ্ৰেক ঘটা  এনে আশংকাই ব্যক্ত কৰিছে খোদ স্বাস্থ্য বিজ্ঞানী একাংশয়ো।

বিশ্ব স্বাস্থ্য সংস্থাৰ প্ৰাক্তন বিশেষজ্ঞ ক্লাউচ ষ্টৰে প্ৰকাশ কৰা মতে শীতকালটো মানুহৰ বাবে অধিক সংকটৰ সময় হ’ব।

কাৰণ ক্ষণে প্ৰতি চৰিত্ৰৰ সলনি ঘটোৱা ক’ৰ’ণা ভাইৰাছে শীতকালত অধিক বিধ্বংসী হৈ পৰাৰ আশংকা আছে।

তেওঁৰ মতে ক’ৰ’ণা হৈছে ফ্লু জাতীয়  এক ভাইৰাছ।

যিহেতু ফ্লুজাতীয় ভাইৰাছ শীতকালত অধিক সক্ৰিয় হৈ পৰে সেয়ে ক’ৰ’ণা ভাইৰাছো সেই সময়ছোৱাত অধিক সক্ৰিয় হৈ উঠাৰ আশংকা আছে।

ভাৰতৰ  আই আই টি ভূৱনেশ্বৰ আৰু এইমছৰ চিকিৎসকৰ দল এটাই চলোৱা সমীক্ষাতো ক’ৰ’ণা ভাইৰাছে শীতকালত অধিক হাৰত মানুহক সংক্ৰমিত কৰিব বুলি আশংকা ব্যক্ত কৰিছে।

শীতকালত যিহেতু শ্বাস-প্ৰশ্বাস জনিত ৰোগৰ প্ৰাদুৰ্ভাৱ বৃদ্ধি পায় সেয়ে ক’ৰ’ণাই এই সময়ছোৱাত মহাসংহাৰৰ সৃষ্টি কৰিব পাৰে বুলি আশংকা প্ৰকাশ কৰিছে গৱেষকৰ দলটোৱে।

 

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অৰুণাচলত অসমৰ নৱম শ্ৰেণীৰ ছাত্ৰক হত্যাৰ অভিযোগ; আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে কলেজীয়া ছাত্ৰক

অৰুণাচলত অসমৰ নৱম শ্ৰেণীৰ ছাত্ৰক হত্যাৰ অভিযোগ; আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে কলেজীয়া ছাত্ৰক

August 28, 2025 9:30 pm
যোৰাবাটত কৃত্ৰিম বানে উটুৱাই নিলে যুৱকক; সন্ধানত চলি আছে এছডিআৰএফৰ অভিযান

যোৰাবাটত কৃত্ৰিম বানে উটুৱাই নিলে যুৱকক; সন্ধানত চলি আছে এছডিআৰএফৰ অভিযান

August 28, 2025 8:18 pm
ৰাজ্যিক পৰ্যায়ৰ উদযাপনৰ জৰিয়তে সুধাকণ্ঠ ভূপেন হাজৰিকাক সন্মান জনাব অৰুণাচল প্ৰদেশে

ৰাজ্যিক পৰ্যায়ৰ উদযাপনৰ জৰিয়তে সুধাকণ্ঠ ভূপেন হাজৰিকাক সন্মান জনাব অৰুণাচল প্ৰদেশে

August 28, 2025 7:22 pm
মিজোৰামত নিষিদ্ধ কৰা হ’ল ভিক্ষা! বিৰোধীৰ আপত্তি সত্ত্বেও বিধানসভাত গৃহীত বিধেয়ক

মিজোৰামত নিষিদ্ধ কৰা হ’ল ভিক্ষা! বিৰোধীৰ আপত্তি সত্ত্বেও বিধানসভাত গৃহীত বিধেয়ক

August 28, 2025 6:22 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অৰুণাচলত অসমৰ নৱম শ্ৰেণীৰ ছাত্ৰক হত্যাৰ অভিযোগ; আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে কলেজীয়া ছাত্ৰক

অৰুণাচলত অসমৰ নৱম শ্ৰেণীৰ ছাত্ৰক হত্যাৰ অভিযোগ; আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে কলেজীয়া ছাত্ৰক

August 28, 2025 9:30 pm
যোৰাবাটত কৃত্ৰিম বানে উটুৱাই নিলে যুৱকক; সন্ধানত চলি আছে এছডিআৰএফৰ অভিযান

যোৰাবাটত কৃত্ৰিম বানে উটুৱাই নিলে যুৱকক; সন্ধানত চলি আছে এছডিআৰএফৰ অভিযান

August 28, 2025 8:18 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd