• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, July 25, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

‘বিধেয়কৰ বিৰুদ্ধে শেষ বিন্দু তেজলৈকে যুঁজিম’, হাতত গামোচাৰে সংকল্প অসম ছাত্ৰ যুৱ সন্মিলনৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
January 10, 2019 6:45 pm
701
VIEWS
Share on FacebookShare on Twitter

গুৱাহাটী কমাৰ্চ কলেজৰ সন্মুখত অসম ছাত্ৰ যুৱ সন্মিলনৰ প্ৰায় অৰ্ধশতাধিক কৰ্মীয়ে হাতত একোখনকৈ গামোচা লৈ ৰাজহুৱাকৈ সংকল্প গ্ৰহণ কৰে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে শেষ বিন্দু তেজ থকালৈকে আন্দোলন চলাই নিয়াৰ।

কাৰ্যসূচীত ঢোল-তালেৰে সৰ্বানন্দ সোণোৱাল আৰু বিজেপিৰ বিৰুদ্ধে বিহুগীত গাই অভিনৱ প্ৰতিবাদ সাব্যস্ত কৰে।

প্ৰতিবাদস্থলীৰ পৰা অসম ছাত্ৰ যুৱ সন্মিলনৰ ৰাজ্যিক সম্পাদক মাধুৰ্য্য বৰুৱাই ৰাইজক অনাগত সময়ত অধিক জংগী আন্দোলন গঢ়ি তুলিবলৈ সাজু থাকিবৰ বাবে আহ্বান জনায়।

ড০ হীৰেন গোহাঁইৰ বিৰুদ্ধে দেশদ্ৰোহীতাৰ গোচৰ ৰুজু কৰাৰ তীব্ৰ প্ৰতিবাদ

অসমৰ বিবেকস্বৰূপ ড০ হীৰেন গোহাঁইৰ বিৰুদ্ধে বিজেপি চৰকাৰে আক্ৰোশমূলক আৰু ষড়যন্ত্ৰমূলকভাৱে যি দেশদ্ৰোহীতাৰ গোচৰ ৰুজু কৰিছে সেই ঘটনা বিজেপি চৰকাৰৰ চূড়ান্ত জাতিদ্ৰোহী ফেচিষ্ট চৰিত্ৰক ৰাইজৰ আগত নগ্নভাৱে উদঙাই দিছে। এই কাৰ্যক ছাত্ৰ সুৱ সন্মিলনে তীব্ৰ ভাষাৰে নিন্দা কৰাৰ লগতে অতি শীঘ্ৰে ড০ হীৰেন গোহাঁইৰ লগতে কৃষক নেতা অখিল গগৈ আৰু সাংবাদিক মনজিৎ মহন্তৰ বিৰুদ্ধে দিয়া গোচৰ উঠাই লোৱাৰ দাবী জনাইছে।

Recent News

কল্ডপ্লেৰ সংগীতানুষ্ঠানৰ ভাইৰেল ভিডিঅ’ৰ পাছত পদত্যাগ এষ্টন’মাৰৰ HR মুৰব্বী ক্ৰীষ্টিন কেবটেৰ!

কল্ডপ্লেৰ সংগীতানুষ্ঠানৰ ভাইৰেল ভিডিঅ’ৰ পাছত পদত্যাগ এষ্টন’মাৰৰ HR মুৰব্বী ক্ৰীষ্টিন কেবটেৰ!

কেৱল ভুৱা দূতাবাস নহয়, প্ৰৱঞ্চক হৰ্ষবৰ্ধন জৈনে প্ৰতিষ্ঠা কৰিছিল ভুৱা ‘ইষ্ট ইণ্ডিয়া কোম্পানী’ও!

কেৱল ভুৱা দূতাবাস নহয়, প্ৰৱঞ্চক হৰ্ষবৰ্ধন জৈনে প্ৰতিষ্ঠা কৰিছিল ভুৱা ‘ইষ্ট ইণ্ডিয়া কোম্পানী’ও!

চাণক্য নীতি : আপোনাৰ শ্ৰেষ্ঠ বন্ধু কোন? কৈ গৈছে চাণক্যই

চাণক্য নীতি : আপোনাৰ শ্ৰেষ্ঠ বন্ধু কোন? কৈ গৈছে চাণক্যই

মগজুৰ কৰ্কট ৰোগত নতুন ঔষধৰ যুগান্তকাৰী সফলতা! ৪০ বছৰীয়া ৰোগীৰ আৰোগ্যই দেখুৱালে আশাৰ ৰেঙণি

মগজুৰ কৰ্কট ৰোগত নতুন ঔষধৰ যুগান্তকাৰী সফলতা! ৪০ বছৰীয়া ৰোগীৰ আৰোগ্যই দেখুৱালে আশাৰ ৰেঙণি

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd