• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, June 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

চীনৰ সহায়ত কিস্তি কিস্তিকৈ ছৌদি আৰৱৰ ঋণ পৰিশোধ পাকিস্তানৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
December 18, 2020 5:51 pm
12.5k
VIEWS
Share on FacebookShare on Twitter

বন্ধু ৰাষ্ট্ৰ চীনৰ সহায়েৰে পাকিস্তানে ছৌদি আৰবৰ ঋণ পৰিশোধ কৰিলে।

পাকিস্তানে ছৌদি আৰৱক দ্বিতীয় কিস্তিত দিবলগীয়া এক বিলিয়ন ডলাৰ ঋণ বেইজিং প্ৰশানৰ সহায়েৰে ঘুৰাই দিবলৈ সক্ষম হয়।

ইয়াৰ পূৰ্বে পাকিস্তানে ১ বিলিয়ন ঋণ ছৌদি আৰবীয়াক পৰিশোধ কৰিছিল।

‘‘আমাক উদ্ধাৰ কৰাৰ বাবে চীন আগবাঢ়ি আহিল,’’ পাকিস্তানৰ বৈদেশিক মন্ত্ৰ্যালয়ে এইদৰে প্ৰকাশ কৰে।

শেহতীয়াভাৱে পাকিস্তানে ক্ৰমাৎ তুৰ্কীৰ প্ৰতি বৃদ্ধি কৰা সমৰ্থনৰ বাবে ছৌদি আৰৱে পাকিস্তানে পৰিশোধ কৰিবলগীয়া ৩ বিলিয়ন ডলাৰৰ ঋণ শীঘ্ৰে পৰিষোধ কৰাৰ বাবে আদেশ দিছিল।

ছৌদি আৰৱৰ নিৰ্দেশৰ পাছতে ইছলামাবাদ যথেষ্ট অসুবিধাত পৰিছিল যদিও চীনে সহায়ৰ হাত আগবঢ়ায়।

পাকিস্তানে আগন্তুক মাহত পুনৰ ১ বিলিয়ন ডলাৰৰ ঋণ পাকিস্তানক পৰিশোধ কৰিব লাগিব।

বিগত সময়ছোৱাত পাকিস্তানে বিভিন্ন বিষয়ত ছৌদি আৰৱৰ পৰিৱৰ্তে তুৰ্কীৰ পক্ষ গ্ৰহণ কৰাক লৈ ছৌদি আৰৱৰ চৰকাৰ পাকিস্তানৰ প্ৰতি ক্ষুণ্ণ হৈ পৰিছিল।

ছৌদি আৰৱে পাকিস্তানে ক্ৰয় কৰা খাৰুৱা তেলৰ মূল্যৰ ক্ষেত্ৰতো যথেষ্ট সালসলনি কৰিছে।

Recent News

মাটি-ভেটিৰ সুৰক্ষাৰ কথা পাহৰি আদানিৰ স্বাৰ্থত খিলঞ্জীয়াৰ মাটি কাঢ়িব বিচাৰিছে চৰকাৰে

মাটি-ভেটিৰ সুৰক্ষাৰ কথা পাহৰি আদানিৰ স্বাৰ্থত খিলঞ্জীয়াৰ মাটি কাঢ়িব বিচাৰিছে চৰকাৰে

ধুবুৰী আৱৰ্ত্ত ভৱনৰ বাহিৰত ৰহস্যজনক দেৱাল লিখন! দেশবিৰোধী শক্তিৰ হাত থকাৰ সন্দেহ

ধুবুৰী আৱৰ্ত্ত ভৱনৰ বাহিৰত ৰহস্যজনক দেৱাল লিখন! দেশবিৰোধী শক্তিৰ হাত থকাৰ সন্দেহ

থাৰ্মেল পাওৱাৰ প্ৰকল্পৰ নামত আদানী গ্রুপক প্ৰদান বিটিআৰৰ শ শ বিঘা ভূমি : তীব্ৰ গৰিহণা এবছুৰ

থাৰ্মেল পাওৱাৰ প্ৰকল্পৰ নামত আদানী গ্রুপক প্ৰদান বিটিআৰৰ শ শ বিঘা ভূমি : তীব্ৰ গৰিহণা এবছুৰ

আমি এক তৃতীয় বিশ্ব যুদ্ধৰ ফালে গতি কৰি আছোঁ নেকি?

আমি এক তৃতীয় বিশ্ব যুদ্ধৰ ফালে গতি কৰি আছোঁ নেকি?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd