• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, May 9, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

মঙলদৈত পুনৰ ভোট দিলে এগৰাকী মহিলাই

এন ই নাও নিউজ by এন ই নাও নিউজ
April 19, 2019 10:27 pm
vote_2-750x375

প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ।

940
VIEWS
Share on FacebookShare on Twitter

বৃহস্পতিবাৰে অনুষ্ঠিত হোৱা দ্বিতীয় পৰ্য্যায়ৰ নিৰ্বাচনৰ ভোটগ্ৰহণত অসমৰ মঙলদৈ লোকসভা সমষ্টিৰ দলগাঁৱত এগৰাকী মহিলাই পুনৰ ভোট দিয়ে। মহিলাগৰাকীয়ে জোৰকৈ এটা নিৰ্দিষ্ট দলৰ সপক্ষে তেওঁক ভোটদান কৰিবলৈ বাধ্য কৰোৱা বুলি অভিযোগ উত্থাপন কৰাৰ পাছতে পুনৰবাৰ ভোট দান কৰিবলৈ দিয়ে।

মঙলদৈৰ সৰিচাবাৰী ভোটগ্ৰহণ কেন্দ্ৰত ঘটনাটো সংঘটিত হয়। মেলেকা খাতুন নামৰ মহিলাগৰাকীয়ে অভিযোগ কৰাৰ পাছত কেন্দ্ৰটোৰ দায়িত্বত থকা নিৰ্বাচনী বিষয়াসকলে তেওঁক পুনৰ ভোট দিয়াৰ ব্যৱস্থা কৰি দিয়ে।

মাণ্ডলিক বিষয়া জয়ন্ত মেধিয়ে উল্লেখ কৰা অনুসৰি মহিলাগৰাকীক টেন্দাৰ ভোট দিয়াৰ বাবে অনুমতি দিয়া হয়।

নিৰ্দিষ্ট নিয়মৰ ভিত্তিত বেলত পেপাৰত টেন্দাৰ ভোট দিয়া হয় আৰু ভোটটো চিল কৰি বন্ধ বাকচত ভৰাই দিয়া হয়।

দৰং জিলাৰ উপায়ুক্তগৰাকীয়ে এতিয়ালৈ ঘটনাটো সন্দৰ্ভত ভোটগ্ৰহণ কেন্দ্ৰটোৰ পৰা  কোনোধৰণৰ অভিযোগ অহা নাই বুলি উল্লেখ কৰে। দুই এটা সৰু সুৰা বেমেজালিক বাদ দিলে মঙলদৈ লোকসভা সমষ্টিৰ নিৰ্বাচন শান্তিপুৰ্ণ ভাবে সামৰণি পৰে।

২৩ মে’ত লোকসভা নিৰ্বাচনৰ ফলাফল ঘোষণা কৰিব। তাৰ পূৰ্বে অসমত তৃতীয় তথা অন্তিম পৰ্য্যায়ত বৰপেটা, ধুবুৰী, গুৱাহাটী আৰু কোকৰাঝাৰ সমষ্টিত নিৰ্বাচন অনুষ্ঠিত হ’ব।

Tags: নিৰ্বাচন ২০১৯

Recent News

ৰাষ্ট্ৰীয় শিক্ষা নীতি গ্ৰহণৰ ক্ষেত্ৰত ৰাজ্যসমূহক নিৰ্দেশ দিবলৈ অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ

ৰাষ্ট্ৰীয় শিক্ষা নীতি গ্ৰহণৰ ক্ষেত্ৰত ৰাজ্যসমূহক নিৰ্দেশ দিবলৈ অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ

সবাৰো আগত দেশৰ স্বাৰ্থ, ভাৰত-পাক যুদ্ধৰ উত্তেজনাৰ মাজতে স্থগিত IPL!

সবাৰো আগত দেশৰ স্বাৰ্থ, ভাৰত-পাক যুদ্ধৰ উত্তেজনাৰ মাজতে স্থগিত IPL!

ভাৰত-পাকিস্তানৰ উত্তেজনাৰ মাজতে সামৰিক অভিযানৰ বাতৰি প্ৰকাশ কৰাত সংযমী হ’বলৈ আহ্বান প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ

ভাৰত-পাকিস্তানৰ উত্তেজনাৰ মাজতে সামৰিক অভিযানৰ বাতৰি প্ৰকাশ কৰাত সংযমী হ’বলৈ আহ্বান প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ

ভাৰতীয় সেনাৰ অভিযানক সকলোকে নিঃচৰ্ত সমৰ্থন জনোৱাৰ আহ্বান সাংসদ অজিত কুমাৰ ভূঞাৰ

ভাৰতীয় সেনাৰ অভিযানক সকলোকে নিঃচৰ্ত সমৰ্থন জনোৱাৰ আহ্বান সাংসদ অজিত কুমাৰ ভূঞাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd