• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, June 1, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বিশ্বকাপ বিজয়ী ফ্ৰান্সৰ ডিফেণ্ডাৰ ৰাফেল ভাৰানেৰ ফুটবলৰ পৰা বিদায়

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
September 26, 2024 8:58 pm
159
VIEWS
Share on FacebookShare on Twitter

ফ্ৰান্সৰ ডিফেণ্ডাৰ তাৰকা ৰাফেল ভাৰানে আন্তঃৰাষ্ট্ৰীয় কেৰিয়াৰৰ পাছত ক্লাব কেৰিয়াৰৰ পৰা অৱসৰ গ্ৰহণ কৰে।তেওঁ ছচিয়েল মিডিয়াত অৱসৰৰ কথা ঘোষণা কৰে। ৩১ বছৰ বয়সত ভাৰানে নিজৰ ফুটবল কেৰিয়াৰৰ অন্ত পেলায়।

২০২৪ চনত ইটালীৰ ক্লাব কোমোত যোগদান কৰিছিল ফ্ৰান্সৰ ডিফেণ্ডাৰগৰাকীয়ে। কিন্তু সম্ভৱতঃ আঘাতৰ বাবেতেওঁ অৱসৰ ঘোষণা কৰে। নিজৰ ইনষ্টাগ্ৰাম একাউণ্টত ভাৰানে কয় যে “সকলো ভাল কামৰ অন্ত পৰে। মোৰ কেৰিয়াৰত বহু প্ৰত্যাহ্বান গ্ৰহণ কৰিছো। সকলোবোৰ কাৰ্যতঃ অসম্ভৱ যেন লাগিল যদিও পাৰ হৈ গ’ল। মই আটাইতকৈ ভালপোৱা খেলখনক বিদায় দিয়া। মই নিজৰখিনি ধৰি ৰাখিবলৈ সক্ষম হৈছো আৰু এইদৰেই মই যাব বিচাৰো।”

২০১৩ চনত ফ্ৰান্সৰ জাতীয় দলত অভিষেক ঘটিছিল ৰাফেল ভাৰানৰ। ২০২২ চনলৈকে তেওঁ মুঠ ৯৩খন খেল খেলিছে। ২০১৮ চনত বিশ্বকাপ বিজয়ী দলটোৰ সদস্য আছিল ভাৰান। ২০২২ চনত আৰ্জেণ্টিনাৰ বিৰুদ্ধে বিশ্বকাপৰ ফাইনেল খেলখন ৰাষ্ট্ৰীয় দলৰ জাৰ্চি পিন্ধি তেওঁৰ শেষ মেচ আছিল। ২০২৩ চনত আন্তঃৰাষ্ট্ৰীয় ফুটবলৰ পৰা অৱসৰ লোৱাৰ কথা ঘোষণা কৰিছিল ভাৰানে।

Recent News

দুযোৰ গ্ৰীষ্মকালীন বিশেষ ৰে’লসেৱাৰ চলাচলৰ সময়সীমা বৃদ্ধি কৰিলে উত্তৰ পূব সীমান্ত ৰে’লৱেই

দুযোৰ গ্ৰীষ্মকালীন বিশেষ ৰে’লসেৱাৰ চলাচলৰ সময়সীমা বৃদ্ধি কৰিলে উত্তৰ পূব সীমান্ত ৰে’লৱেই

দুদিনত ৯১ হাজাৰ কিউচেক হ্ৰাস পাইছে চন্দ্ৰভাগৰ পানীৰ প্ৰবাহঃ অতি সোনকালে শুকাই যাব পাৰে পাকিস্তান!

দুদিনত ৯১ হাজাৰ কিউচেক হ্ৰাস পাইছে চন্দ্ৰভাগৰ পানীৰ প্ৰবাহঃ অতি সোনকালে শুকাই যাব পাৰে পাকিস্তান!

গুৱাহাটী বিশ্ববিদ্যালয়ৰ গৱেষক দলৰ নতুন মাছৰ প্ৰজাতি আৱিষ্কাৰ

গুৱাহাটী বিশ্ববিদ্যালয়ৰ গৱেষক দলৰ নতুন মাছৰ প্ৰজাতি আৱিষ্কাৰ

কেন্দ্ৰৰ অনুৰোধত কাৰ্বি আংলঙৰ সৌৰ প্ৰকল্প বাতিল এছিয়ান ডেভেলপমেণ্ট বেংকৰ

কেন্দ্ৰৰ অনুৰোধত কাৰ্বি আংলঙৰ সৌৰ প্ৰকল্প বাতিল এছিয়ান ডেভেলপমেণ্ট বেংকৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd