• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 5, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

শিৱসাগৰত আজিৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে বিশ্ব পৰিবেশ দিৱস

পাৰ্শ্বজ্যোতি গগৈ by পাৰ্শ্বজ্যোতি গগৈ
June 3, 2019 8:52 pm
World Environment Day celebration pic

ফটো : নৰ্থ-ইষ্ট নাও

940
VIEWS
Share on FacebookShare on Twitter

শিৱসাগৰ জিলা বন বিভাগৰ উদ্যোগত তথা জিলা প্ৰশাসন আৰু প্ৰদূষণ নিয়ন্ত্ৰণ ব’ৰ্ডৰ সহযোগত আজিৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে শিৱসাগৰত উদযাপন কৰা হৈছে বিশ্ব পৰিবেশ দিৱস।

উক্ত দিৱসৰ লগত সংগতি ৰাখি আজি প্ৰথম কাৰ্যসূচী হিচাপে জিলা বন বিভাগে এখনি চিত্ৰাংকণ প্ৰতিযোগিতাৰ আয়োজন কৰে। শিৱসাগৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বহুমুখী বিদ্যালয়ত অনুষ্ঠিত এই চিত্ৰাংকণ প্ৰতিযোগিতাত জিলাখনৰ বহুকেইখন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে অংশ গ্ৰহণ কৰে।

চিত্ৰাংকন প্ৰতিযোগিতাৰ মূল বিষয় বস্তু আছিল বায়ু প্ৰদূষণ। ১৪৩ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে অংশ গ্ৰহণ কৰি বায়ু প্ৰদূষণ সম্পৰ্কীয় চিত্ৰ অংকনেৰে প্ৰতিযোগিতাখনি সফল কৰি তোলে।

আনহাতে অহা ৫ জুনত জিলা বন বিভাগে শিৱসাগৰ বাণিজ্য মহাবিদ্যালয়ত অনুষ্ঠিত কৰিব লগীয়া বিশ্ব পৰিবেশ দিৱসৰ মূল অনুষ্ঠানত আজি অনুষ্ঠিত চিত্ৰাংকন প্ৰতিযোগিতাৰ বঁটা সমূহ প্ৰদান কৰিব বুলি আয়োজকে জানিবলৈ দিয়ে।

আজিৰ এই অনুষ্ঠানত প্ৰশাসনৰ হৈ তথ্য আৰু জনসংযোগ বিষয়া চৈয়দা হাচনাহান, বন বিভাগৰ বনাঞ্চলিক বিষয়া বাবুল বৰুৱা, উপ বনাঞ্চলিক বিষয়া পদ্মেশ্বৰ গগৈ, বনকৰ্মী চৈয়দ মাহমুদুল হাচান, খণ্ড বন বিষয়া নিৰঞ্জন শৰ্মা, দিগন্ত চেতিয়া, আৰু বন পালক মুবিদ আলি উপস্থিত থাকে।

প্ৰতিযোগিতাখনৰ বিচাৰক হিচাপে থাকে ৰাষ্ট্ৰীয় পৰ্যায়ৰ চিত্ৰ শিল্পী আজানুৰ ৰহমান, দুলাল শীল, ধীৰেন মিলি আৰু ৰবীন পাংগিং।

Recent News

গুৱাহাটীত ভয়াবহ ৰূপ ধাৰণ কৰিছে প্লাষ্টিক প্ৰদূষণে! প্লাষ্টিক ব্যৱহাৰৰ নিষেধাজ্ঞাৰ তিনি বছৰ পিছতো সলনি নহ’ল মহানগৰীৰ প্ৰতচ্ছবি

গুৱাহাটীত ভয়াবহ ৰূপ ধাৰণ কৰিছে প্লাষ্টিক প্ৰদূষণে! প্লাষ্টিক ব্যৱহাৰৰ নিষেধাজ্ঞাৰ তিনি বছৰ পিছতো সলনি নহ’ল মহানগৰীৰ প্ৰতচ্ছবি

‘আমি একেলগে থাকিবলৈ একত্ৰিত হৈছোঁ’: ৰাজ থাকৰেৰ সৈতে উদ্ধৱৰ পুনৰ্মিলন

‘আমি একেলগে থাকিবলৈ একত্ৰিত হৈছোঁ’: ৰাজ থাকৰেৰ সৈতে উদ্ধৱৰ পুনৰ্মিলন

তিনিচুকিয়াত পুনৰ উদ্ধাৰ হ’ল আহোম যুগত নিৰ্মিত ৬০০ বছৰীয়া এটা পুৰণি পথ

তিনিচুকিয়াত পুনৰ উদ্ধাৰ হ’ল আহোম যুগত নিৰ্মিত ৬০০ বছৰীয়া এটা পুৰণি পথ

এয়াৰ ইণ্ডিয়াৰ বিৰুদ্ধে ক্ষতিপূৰণ প্ৰদানত জালিয়াতিৰ অভিযোগ! ক্ষুব্ধ ভুক্তভোগীৰ পৰিয়ালৰ

এয়াৰ ইণ্ডিয়াৰ বিৰুদ্ধে ক্ষতিপূৰণ প্ৰদানত জালিয়াতিৰ অভিযোগ! ক্ষুব্ধ ভুক্তভোগীৰ পৰিয়ালৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd