• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, September 19, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত ‘বিশ্ব বৌদ্ধিক সম্পদ দিৱস’ উদযাপন

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 28, 2023 11:54 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আজাৰাস্থিত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত ২৬ এপ্ৰিল তাৰিখে “বিশ্ব বৌদ্ধিক সম্পদ দিৱস” উদযাপন কৰা হয়। এই উপলক্ষে বিশ্ববিদ্যালয়ৰ বৌদ্ধিক সম্পদ অধিকাৰ শাখা আৰু ইনষ্টিটিউশ্যন ইন‘ভেশ্বন কাউন্সিলৰ যুটীয়া সহযোগত এখনি চেমিনাৰ অনুষ্ঠিত হয়।

“বৌদ্ধিক সম্পদ অধিকাৰ আৰু জনহিত সম্বন্ধিত” (ইণ্টেলেকচুৱেল প্ৰপ্ৰাৰটি ৰাইটচ এণ্ড পাব্লিক ইন্টাৰেস্ট কনচাৰ্ন) বিষয় সম্পৰ্কে অনুষ্ঠিত হোৱা চেমিনাৰখনত সমল ব্যক্তি হিচাপে উপস্থিত থাকে নেচনেল ল‘ ইউভাৰচিটি এণ্ড জুডিচিয়েল একাডেমীৰ সহযোগী অধ্যাপিকা ড: জুপি গগৈ।

ডঃ গগৈয়ে বৌদ্ধিক সম্পদ অধিকাৰৰ বিষয়ে ব্যাখ্যা আগবঢ়োৱাৰ লগতে কয় যে বৰ্তমান প্ৰতিযোগিতামূলক বজাৰ অৰ্থনীতিত কপি ৰাইটছ , পেটেণ্ট, ট্ৰেডমাৰ্ক, ট্ৰেড চিক্ৰেট আদি বিষয়সমূহ গুৰুত্ব সহকাৰে ল‘ব লগা হৈছে৷ এই ক্ষেত্ৰত উদ্যমীসকলৰ বৌদ্ধিক সম্পদ আইন বিষয়ক জ্ঞান থকা নিতান্তই প্ৰয়োজন ।                

তেখেতে ভালেমান গঠন মূলক পৰামৰ্শ আগবঢ়োৱাৰ লগতে বিশ্ব বৌদ্ধিক সম্পদ দিৱস ২০২৩ ৰ থীম — (মহিলা আৰু বৌদ্ধিক সম্পদ; তৰিৎ উদ্ভাৱন আৰু সৃজনশীলতা) ওমেন এণ্ড আই পি, একচেলাৰেটিং ইনভেশ্বন এণ্ড ক্ৰিয়েটিভিটিৰ বিষয়তো বিস্তৃত বক্তব্য ৰাখে।

শেষত অনুষ্ঠানত উপস্থিত থকা শিক্ষা গুৰু আৰু ছাত্ৰ ছাত্ৰীৰসকল সৈতে হোৱা উৎসুকতাপূৰ্ণ প্ৰশ্ন উত্তৰৰ দ্বাৰা চেমিনাৰখনৰ সফল সামৰণি পৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অসমৰ কনচাৰ্ট পৰ্যটন নীতি উন্মোচন, অহা ৮ ডিচেম্বৰত গুৱাহাটীত অনুষ্ঠিত হ’ব পোষ্ট মেলনৰ অনুষ্ঠান

অসমৰ কনচাৰ্ট পৰ্যটন নীতি উন্মোচন, অহা ৮ ডিচেম্বৰত গুৱাহাটীত অনুষ্ঠিত হ’ব পোষ্ট মেলনৰ অনুষ্ঠান

September 19, 2025 10:46 am
স্বামীক পৰিয়ালৰ পৰা বিচ্ছিন্ন হ’বলৈ হেঁচা দিয়াটো মানসিক নিৰ্যাতন; ৰায় দিল্লী উচ্চ ন্যায়ালয়ৰ

স্বামীক পৰিয়ালৰ পৰা বিচ্ছিন্ন হ’বলৈ হেঁচা দিয়াটো মানসিক নিৰ্যাতন; ৰায় দিল্লী উচ্চ ন্যায়ালয়ৰ

September 19, 2025 10:38 am
তেলেংগানাৰ যুৱকক গুলীয়াই হত্যা আমেৰিকান আৰক্ষীৰ, মৃতদেহ প্ৰত্যাৱৰ্তনৰ বাবে বিদেশ মন্ত্ৰালয়ৰ হস্তক্ষেপ বিচাৰিলে পৰিয়ালে

তেলেংগানাৰ যুৱকক গুলীয়াই হত্যা আমেৰিকান আৰক্ষীৰ, মৃতদেহ প্ৰত্যাৱৰ্তনৰ বাবে বিদেশ মন্ত্ৰালয়ৰ হস্তক্ষেপ বিচাৰিলে পৰিয়ালে

September 19, 2025 9:40 am
ভাৰতৰ ওপৰত শুল্ক হ্ৰাস কৰিব পাৰে ট্ৰাম্পে! মুখ্য অৰ্থনৈতিক উপদেষ্টাৰ দাবী

ভাৰতৰ ওপৰত শুল্ক হ্ৰাস কৰিব পাৰে ট্ৰাম্পে! মুখ্য অৰ্থনৈতিক উপদেষ্টাৰ দাবী

September 19, 2025 9:19 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অসমৰ কনচাৰ্ট পৰ্যটন নীতি উন্মোচন, অহা ৮ ডিচেম্বৰত গুৱাহাটীত অনুষ্ঠিত হ’ব পোষ্ট মেলনৰ অনুষ্ঠান

অসমৰ কনচাৰ্ট পৰ্যটন নীতি উন্মোচন, অহা ৮ ডিচেম্বৰত গুৱাহাটীত অনুষ্ঠিত হ’ব পোষ্ট মেলনৰ অনুষ্ঠান

September 19, 2025 10:46 am
স্বামীক পৰিয়ালৰ পৰা বিচ্ছিন্ন হ’বলৈ হেঁচা দিয়াটো মানসিক নিৰ্যাতন; ৰায় দিল্লী উচ্চ ন্যায়ালয়ৰ

স্বামীক পৰিয়ালৰ পৰা বিচ্ছিন্ন হ’বলৈ হেঁচা দিয়াটো মানসিক নিৰ্যাতন; ৰায় দিল্লী উচ্চ ন্যায়ালয়ৰ

September 19, 2025 10:38 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd