• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, May 14, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

Pobitora Wildlife Sanctuaryবিশ্ব প্ৰকৃতি নিধিৰ সাহায্য: বাইন’কুলাৰ, মটৰচাইকেল আৰু কম্পিউটাৰ প্ৰদান

উত্তম শইকীয়া by উত্তম শইকীয়া
September 21, 2021 10:07 am
Pobitora Wildlife Sanctuary
1.9k
VIEWS
Share on FacebookShare on Twitter

Pobitora Wildlife Sanctuary প্ৰকৃতি প্ৰেমী বেচৰকাৰী সংগঠন বিশ্ব প্ৰকৃতি নিধি বা ডব্লিউ ডব্লিউ এফ ৰ উদ্যোগত সোমবাৰে অভয়াৰণ্যখনৰ কৰ্তব্যৰত বনৰক্ষী সকলৰ মাজত অত্যাৱশ্যকীয় কিছু সামগ্রী বিতৰণ কৰা হয়।

আমেৰিকা যুক্তৰাষ্ট্ৰৰ ফিচ এণ্ড ৱাইল্ড লাইফ ছ’চাইটি নামৰ এটা সংগঠনৰ পৃষ্ঠপোষকতাৰে বিশ্ব প্ৰকৃতি নিধিয়ে অভয়াৰণ্যখনৰ ২০ টা বন শিবিৰৰ বনৰক্ষীৰ মাজত এই সামগ্ৰীসমূহ বিতৰণ কৰে।

সামগ্ৰীসমূহ ভিতৰত ৩০ টা টৰ্চ লাইট, ২২ টা বাইন’কুলাৰ, ৪ খন মটৰ চাইকেল আৰু নিয়ন্ত্ৰণ কক্ষৰ বাবে কম্পিউটাৰ ছেট প্ৰদান কৰা হয়।

এই অনুষ্ঠানত উপস্থিত থাকে অসম চৰকাৰৰ বন্য প্ৰাণী বিভাগৰ প্ৰধান মুখ্য বন্যপ্ৰাণী সংৰক্ষক ডঃ অমিত সাহায় ৷

Also read : কেন্দ্ৰীয় আইন মন্ত্ৰী ৰিজিজুৰ পৰা নিষ্ক্ৰিয় ৰাজনৈতিক দলৰ নামকটাৰ ক্ষমতা বিচাৰিলে নিৰ্বাচন আয়োগে

বিশ্ব প্ৰকৃতি নিধিৰ জ্যেষ্ঠ সমন্বয়ক প্ৰণৱ জ্যোতি বৰাই  আঁত ধৰা অনুষ্ঠানত সামগ্ৰী খিনি বিতৰণ কৰাৰ উদ্দেশ্য আৰু লক্ষ্য সন্দৰ্ভত বক্তব্য ৰাখে সংগঠনটোৰ গঁড় সংৰক্ষণৰ সৰ্ব ভাৰতীয় জ্যেষ্ঠ সমন্বয়ক অমিত শৰ্মাই।

অনুষ্ঠানত স্বেচ্ছাসেৱী সংগঠন ‘শিপা’ৰ সদস্যৰ লগতে মানাহ ৰাষ্ট্ৰীয় উদ্যানত কৰ্মৰত বিশ্ব প্ৰকৃতি নিধিৰ সুনিত কুমাৰ দাস আৰু স্থানীয় কেইবাগৰাকী সচেতন ব্যক্তিও উপস্থিত থাকে।

Recent News

পত্নী আৰু পত্নীৰ প্ৰেমিকে হত্যা কৰিলে প্ৰাক্তন সেনা বিষয়াক : শৰীৰটো ৬ টা টুকুৰাত বিভক্ত কৰি সিচিলে চহৰৰ বিভিন্ন প্ৰান্তত

পত্নী আৰু পত্নীৰ প্ৰেমিকে হত্যা কৰিলে প্ৰাক্তন সেনা বিষয়াক : শৰীৰটো ৬ টা টুকুৰাত বিভক্ত কৰি সিচিলে চহৰৰ বিভিন্ন প্ৰান্তত

ঘৰলৈ আহিল পূৰ্ণম কুমাৰ : বিএছএফ জোৱানক নিচৰ্তভাবে মুকলি কৰি দিলে পাকিস্তানে

ঘৰলৈ আহিল পূৰ্ণম কুমাৰ : বিএছএফ জোৱানক নিচৰ্তভাবে মুকলি কৰি দিলে পাকিস্তানে

গাজাৰ চিকিৎসালয়ত ইজৰাইলৰ ভয়ানক আক্ৰমণ : ৫১ জন নিহত, আহত শতাধিক

গাজাৰ চিকিৎসালয়ত ইজৰাইলৰ ভয়ানক আক্ৰমণ : ৫১ জন নিহত, আহত শতাধিক

বিশ্বৰ আটাইতকৈ দৰিদ্ৰ ৰাষ্ট্ৰপতি জোচে মুজিকাৰ দেহাৱসান

বিশ্বৰ আটাইতকৈ দৰিদ্ৰ ৰাষ্ট্ৰপতি জোচে মুজিকাৰ দেহাৱসান

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd