• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 5, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

টীয়কৰ চন্দ্ৰকমল বেজবৰুৱা মহাবিদ্যালয় তিনিদিনীয়া যোগ প্ৰশিক্ষণ শিৱিৰ

নিৰ্মলেন্দু পাঠক, টীয়ক by নিৰ্মলেন্দু পাঠক, টীয়ক
December 30, 2021 6:43 am
150
VIEWS
Share on FacebookShare on Twitter

চন্দ্ৰকমল বেজবৰুৱা মহাবিদ্যালয়, টীয়কৰ ৰাষ্ট্ৰীয় সেৱা যোজনা গোট (এন এছ এছ) আৰু ব্যক্তিত্ব বিকাশ আৰু সংস্থাপন কোষৰ যৌথ উদ্যোগত বিবেকানন্দ কেন্দ্ৰ, কন্যাকুমাৰীৰ যোৰহাট শাখাৰ ব্যৱস্থাপনাতআমগুৰি মহাবিদ্যালয় আৰু ঘনকান্ত বৰা মহাবিদ্যালয়ৰ সহযোগত তিনিদিনীয়াকৈ এটি যোগ প্ৰশিক্ষণ শিৱিৰ অনুষ্ঠিত হয়। বন্তি প্ৰজ্বলনেৰে অনুষ্ঠানটি উদ্বোধন কৰে মহাবিদ্যালয়ৰ ৰেক্টৰ সুনীল কুমাৰ ভট্টাচাৰ্যই।

শিক্ষাতত্ত্ব বিভাগৰ মুৰব্বী তথা ৰাষ্ট্ৰীয় সেৱা যোজনা গোট (এন এছ এছ)ৰ সমন্বয়ক জীৱন বৰুৱাই আঁত ধৰা অনুষ্ঠানটিত বিশিষ্ট অতিথিৰূপে অংশ লয় আভ্যন্তৰীণ মান নিশ্চিতকৰণ কোষৰ সমন্বয়ক ড° বিনয়ব্ৰত ৰাজখোৱাই।

বিবেকানন্দ কেন্দ্ৰ, কন্যাকুমাৰীৰ যোৰহাট শাখাৰপৰা অনুষ্ঠানটিত অংশগ্ৰহণ কৰাৰ লগতে ছাত্ৰ-ছাত্ৰীসকলক যোগ প্ৰশিক্ষণ প্ৰদান কৰে যোৰহাট-শিৱসাগৰ বিভাগৰ বিভাগ প্ৰমুখ নলিনী শৰ্মা, যোগ প্ৰশিক্ষক ভাৰ্গৱ ভৰদ্বাজ ভূঞা আৰু শিক্ষাৰ্থী-কাৰ্যকৰ্তা মানস প্ৰতীম কলিতাই।

প্ৰশিক্ষণ শিৱিৰত চন্দ্ৰকমল বেজবৰুৱা মহাবিদ্যালয়, টীয়ক আৰু ঘনকান্ত বৰা মহাবিদ্যালয়ৰ মুঠ ৬৫ গৰাকী প্ৰশিক্ষাৰ্থীয়ে যোগ প্ৰশিক্ষণ গ্ৰহণ কৰে।

ঘনকান্ত বৰা মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ সহকাৰী অধ্যাপক প্ৰমথেশ ডেকা, চন্দ্ৰকমল বেজবৰুৱা মহাবিদ্যালয়, টীয়কৰ অধ্যাপক গীতা শৰ্মা, ড° কৰবী গগৈ, ড° অনিতা শৰ্মা, ড° গৌতম দাস উপস্থিত থকা অনুষ্ঠানত শলাগ জ্ঞাপন কৰে অসমীয়া বিভাগৰ সহকাৰী অধ্যাপক তথা ব্যক্তিত্ব বিকাশ আৰু সংস্থাপন কোষৰ যুটীয়া সমন্বয়ক ড° জয়ন্ত পাঠকে।

Recent News

বুলেটপ্ৰুফ কফি ধাৰাবাহিকভাৱে খোৱাটো নিৰাপদ নেকি? জানো আহক

বুলেটপ্ৰুফ কফি ধাৰাবাহিকভাৱে খোৱাটো নিৰাপদ নেকি? জানো আহক

জয়ৰ গোন্ধ পাইছে ভাৰতে! ছিৰাজ-আকাশ দীপৰ দুৰ্দান্ত বলিঙেৰে ইংলেণ্ডক নিয়ন্ত্ৰণ গীল বাহিনীৰ

জয়ৰ গোন্ধ পাইছে ভাৰতে! ছিৰাজ-আকাশ দীপৰ দুৰ্দান্ত বলিঙেৰে ইংলেণ্ডক নিয়ন্ত্ৰণ গীল বাহিনীৰ

চিলাপথাৰৰ সাংবাদিক মাধুৰ্য শইকীয়াক আক্ৰমণৰ গুৱাহাটী প্ৰেছ ক্লাৱৰ গৰিহণা

চিলাপথাৰৰ সাংবাদিক মাধুৰ্য শইকীয়াক আক্ৰমণৰ গুৱাহাটী প্ৰেছ ক্লাৱৰ গৰিহণা

মৰ্মান্তিক! কৰ্ণাটকত বান্দীপুৰ ব্ৰঘ্য সংৰক্ষিত বনাঞ্চলত ২০টা বান্দৰৰ মৃত্যু

মৰ্মান্তিক! কৰ্ণাটকত বান্দীপুৰ ব্ৰঘ্য সংৰক্ষিত বনাঞ্চলত ২০টা বান্দৰৰ মৃত্যু

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd