• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, August 12, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

কৰ্ম সংস্কৃতি! ১৩-১৪ আগষ্টৰ পৰা ২৪ ঘন্টা অবিৰতভাৱে কাম কৰিব বিধানসভাই, নিৰ্দেশ যোগী আদিত্যনাথৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 12, 2025 2:30 pm
47
VIEWS
Share on FacebookShare on Twitter

উত্তৰ প্ৰদেশ বিধানসভাৰ আগন্তুক বাৰিষা অধিৱেশনৰ পূৰ্বে মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে ডাঙৰ ঘোষণা কৰে। সোমবাৰে সাংবাদিকৰ সৈতে হোৱা এক সাক্ষাৎকাৰত তেওঁ কয় যে ৰাজ্যখনৰ উন্নয়নৰ বাবে চৰকাৰে ২৫ বছৰীয়া কাৰ্য্য পৰিকল্পনা দাখিল কৰিব। তেওঁ এই পৰিকল্পনাক ‘উন্নত উত্তৰ প্ৰদেশ’ৰ বাবে এক মাইলৰ খুঁটি বুলি অভিহিত কৰে।

প্ৰধানমন্ত্ৰীৰ ‘উন্নত ভাৰত’ৰ ধাৰণাৰে অনুপ্ৰাণিত হৈ যোগী চৰকাৰে এই পৰিকল্পনা প্ৰস্তুত কৰিছে। ইয়াৰ দ্বাৰা উত্তৰ প্ৰদেশক আত্মনিৰ্ভৰশীল আৰু উন্নত ৰাজ্য হোৱাৰ দিশত আগুৱাই নিব বুলি ধাৰণা কৰা হৈছে। নীতি আয়োগ আৰু বিশেষজ্ঞৰ সহায়ত এই পৰিকল্পনা বা ৰোড মেপ প্ৰস্তুত কৰা হৈছিল। আনকি সমাজৰ সকলো শ্ৰেণীৰ লোকৰ মতামতও লোৱা হৈছিল।

১৩ আৰু ১৪ আগষ্টত বিধানসভাত ২৪ ঘণ্টা ধৰি ধাৰাবাহিকভাৱে আলোচনা কৰা হ’ব এই ৰোড মেপ।যোগী আদিত্যনাথে কয় যে এই সিদ্ধান্ত সকলো পক্ষৰ সন্মতি সাপেক্ষে লোৱা হৈছে। এই পৰিকল্পনাত সাধাৰণ ৰাইজৰ মতামতকো গুৰুত্ব দিয়া হ’ব। তেওঁ দৃঢ়তাৰে কয় যে ২০৪৭ চনত যেতিয়া ভাৰত এখন উন্নত দেশ হ’ব, তেতিয়া উত্তৰ প্ৰদেশেও দেশ আৰু বিশ্বৰ সন্মুখত ‘উন্নত উত্তৰ প্ৰদেশ’ হিচাপে  থিয় দিব।

অধিৱেশনৰ সময়ত সাধাৰণ ৰাইজৰ হৈ যিকোনো ব্যক্তিয়ে চৰকাৰক যিকোনো প্ৰশ্ন সুধিব পাৰে। চৰকাৰৰ হৈ সকলো প্ৰশ্নৰ উত্তৰ দিবলৈ বাধ্য হ’ব বুলি যোগীয়ে কয়। লগতে জিৰ’ আৱাৰত বিভিন্ন গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত আলোচনা অনুষ্ঠিত হ’ব। সকলো প্ৰশ্নৰ উত্তৰ দিবলৈ সাজু চৰকাৰ আৰু গঠনমূলক সমালোচনাক আদৰণি জনাইছে। যোগী আদিত্যনাথে উত্তৰ প্ৰদেশৰ সকলো দলকে ইতিবাচক মনোভাৱেৰে আলোচনাত অংশগ্ৰহণ কৰি ৰাজ্যখনৰ উন্নয়নত অৰিহণা যোগাবলৈ আহ্বান জনায়।

Recent News

লোকসভাত আৰম্ভ হ’ল ন্যায়াধীশ যশৱন্ত বাৰ্মাক অপসাৰণৰ প্ৰক্ৰিয়াঃ অধ্যক্ষই গঠন কৰিলে ৩জনীয়া সমিতি

লোকসভাত আৰম্ভ হ’ল ন্যায়াধীশ যশৱন্ত বাৰ্মাক অপসাৰণৰ প্ৰক্ৰিয়াঃ অধ্যক্ষই গঠন কৰিলে ৩জনীয়া সমিতি

কৰ্ম সংস্কৃতি! ১৩-১৪ আগষ্টৰ পৰা ২৪ ঘন্টা অবিৰতভাৱে কাম কৰিব বিধানসভাই, নিৰ্দেশ যোগী আদিত্যনাথৰ

কৰ্ম সংস্কৃতি! ১৩-১৪ আগষ্টৰ পৰা ২৪ ঘন্টা অবিৰতভাৱে কাম কৰিব বিধানসভাই, নিৰ্দেশ যোগী আদিত্যনাথৰ

গুৱাহাটীৰ পাহাৰীয়া অঞ্চলৰ উচ্ছেদ অভিযানত ১৯ আগষ্টলৈকে স্থগিতাদেশ জাৰি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ   

গুৱাহাটীৰ পাহাৰীয়া অঞ্চলৰ উচ্ছেদ অভিযানত ১৯ আগষ্টলৈকে স্থগিতাদেশ জাৰি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ   

জনজাতি বিৰোধী মন্তব্য বিজেপি নেতাৰ! ৰাজ্যিক সভাপতিক বৰ্জনৰ আহ্বান অসম জনজাতি সংঘৰ

জনজাতি বিৰোধী মন্তব্য বিজেপি নেতাৰ! ৰাজ্যিক সভাপতিক বৰ্জনৰ আহ্বান অসম জনজাতি সংঘৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd