• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, June 14, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বিজেপিৰ সদস্য নহ’লেই নহ’ব! লাখপতি আঁচনিৰ তালিকাৰ পৰা নাম কটা গ’ল মহিলাৰ

কোকিল শইকীয়া by কোকিল শইকীয়া
May 24, 2025 4:25 pm
205
VIEWS
Share on FacebookShare on Twitter

বিজেপিক ভোট নিদিলে বা অন্য দলৰ প্ৰাৰ্থীক সমৰ্থন কৰিলে চৰকাৰী আঁচনিৰ পৰা নাম কৰ্তন কৰি দিয়া হ’ব বুলি বিজেপিৰ নেতা-পালিনেতাই হিতাধিকাৰীসকলক ভাবুকি দি অহা বুলি বিভিন্ন সময়ত অভিযোগ উত্থাপন হৈছে। আনকি বিজেপি নেতাই বহু ভাষণত এনে কথা কোৱা শুনিবলৈ পোৱা গৈছে। এইবাৰ বিজেপি চৰকাৰ বিষয়ে এনে অভিযোগ উত্থাপন কৰিছে নাজিৰাৰ এগৰাকী মহিলাই। নাজিৰাৰ মনিষা বৰুৱা নামৰ এগৰাকী মহিলাই ইতিমধ্যে এই বিষয়টো অৱগত কৰি জিলা আয়ুক্তলৈ পত্ৰ লিখিছে। উল্লেখ্য যে মহিলাগৰাকীয়ে জিলা আয়ুক্তলৈ প্ৰেৰণ কৰা এই পত্ৰ প্ৰতিলিপি স্থানীয় বিধায়ক দেবব্ৰত শইকীয়ালৈকো প্ৰেৰণ কৰিছে।

মহিলাগৰাকীৰ অভিযোগ অনুসৰি, তেওঁ মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ অধীনত লাখপতি বাইদেউ আঁচনিৰ বাবে যথা সময়ত আবেদন কৰে। সেই সময়চোৱাত মহিলা আত্মসহায় গোটৰ সদস্য হিচাপে সকলো চৰকাৰী কার্য্যসূচীত অংশ গ্রহণ কৰাৰ উপৰিও গোটৰ প্রতিখন সভাতে নিয়মীয়াকৈ উপস্থিত থাকে মহিলাগৰাকী। মহিলাগৰাকীৰ আবেদন অনুসৰি মহিলা গৰাকীৰ নাম এই আঁচনিৰ তালিকাত অন্তৰ্ভুক্ত কৰা হয় আৰু তিনিটা স্তৰত হোৱা পৰীক্ষণৰ সময়ত ব্লক পর্য্যায়লৈকে বিভাগীয় ভাবে অনুমোদন জনোৱা হয়।

কিন্তু ইয়াৰ পৰৱৰ্তী সময়ত মনিষা বৰুৱা নামৰ দৰিদ্ৰ মহিলাগৰাকীয়ে জানিব পাৰে যে  তেখেতৰ নামটো Block Level Scrutiny Committee এ কোনো ধৰণৰ যাৱতীয় পৰীক্ষণ নকৰাকৈ কর্তন কৰি দিছে।

মনিষা বৰুৱাই অভিযোগ কৰি জিলা আয়ুক্তলৈ লিখা পত্ৰখনত উল্লেখ কৰিছে, “ মোৰ নাম কর্তন কৰিলেও ৰাজ্য চৰকাৰৰ নিয়মাৱলী ভংগ কৰি ঘৰত বাছ-ট্রাক থকা অথবা নিজৰ নামত Income Tax ৰ ফাইল থকা মহিলাকো এই আঁচনিৰ বাবে বাচনি কৰিছে।  আশাকৰো আপুনি মোৰ এই অভিযোগ গুৰুত্ব সহকাৰে ল’ব আৰু প্রয়োজনীয় তদন্ত সাপেক্ষে মোক মহিলা উদ্যমি হোৱাৰ সুযোগ দিব।”

এতিয়া জিলা আয়ুক্তই দৰিদ্ৰ লোকক প্ৰাপ্য সুবিধাৰ পৰা বঞ্চিত কৰা বিজেপিৰ নেতা-পালিনেতা সকলৰ বিৰুদ্ধে কি ব্যৱস্থা লয় সেয়া লক্ষনীয় হ’ব

Recent News

নতুনকৈ পাৰমাণৱিক কেন্দ্ৰক লক্ষ্য কৰি আক্ৰমণ! ইজৰাইলৰ নিদ্ৰা হৰণ কৰাৰ প্ৰতিজ্ঞা ইৰাণৰ

নতুনকৈ পাৰমাণৱিক কেন্দ্ৰক লক্ষ্য কৰি আক্ৰমণ! ইজৰাইলৰ নিদ্ৰা হৰণ কৰাৰ প্ৰতিজ্ঞা ইৰাণৰ

প্ৰেমেই যেন স্বৰ্গসুখ! ৰক্তচাপ কমিব আৰু হৃদযন্ত্ৰও শক্তিশালী হ’ব; আৰু কি কয় গৱেষণাই?

প্ৰেমেই যেন স্বৰ্গসুখ! ৰক্তচাপ কমিব আৰু হৃদযন্ত্ৰও শক্তিশালী হ’ব; আৰু কি কয় গৱেষণাই?

ভাৰতীয় গণনাট্য সংঘৰ গুৱাহাটী মহানগৰ শাখা আৰু গুৱাহাটী আৰ্টিষ্টছ গীল্ডৰ যৌথ উদ্যোগত সৈনিক শিল্পী বিষ্ণুৰাভা দিৱস উদযাপন…

ভাৰতীয় গণনাট্য সংঘৰ গুৱাহাটী মহানগৰ শাখা আৰু গুৱাহাটী আৰ্টিষ্টছ গীল্ডৰ যৌথ উদ্যোগত সৈনিক শিল্পী বিষ্ণুৰাভা দিৱস উদযাপন…

‘বিমান দুৰ্ঘটনাত পৰিয়ালৰ সদস্যক হেৰুৱাই মৰ্মাহত Twelfth Fall’ৰ অভিনেতা বিক্ৰান্ত মেছাৰে

‘বিমান দুৰ্ঘটনাত পৰিয়ালৰ সদস্যক হেৰুৱাই মৰ্মাহত Twelfth Fall’ৰ অভিনেতা বিক্ৰান্ত মেছাৰে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd