• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, May 9, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

জঘন্য মানসিকতা!! মৰণোত্তৰ পৰীক্ষাগৃহত থকা বিবস্ত্ৰ মৃতদেহৰ ফটো ছ’চিয়েল মিডিয়াত দি আটক হ’ল যুৱক

এন ই নাও নিউজ by এন ই নাও নিউজ
September 7, 2018 9:14 pm
Dikhow_Accident

মৰণোত্তৰ পৰীক্ষাগৃহত থকা হৰেন বৰাৰ পৰিয়ালৰ বিবস্ত্ৰ মৃতদেহৰ ফটো ছ'চিয়েল মিডিয়াত আপল'ড কৰি আটক হোৱা পাপু দত্ত।

840
VIEWS
Share on FacebookShare on Twitter

দিখৌৰ বেদনাই ৰাজ্যবাসীক দহি থকাৰ সমান্তৰালভাৱে বিকৃত মানসিকতাৰ এচাম লোকে উক্ত দুৰ্ঘটনাত পতিতসকলৰ মৃতদেহৰ ফটো ছ’চিয়েল মিডিয়াত দিয়া কাৰ্য্যক তীব্ৰ গৰিহণা দিছে সচেতন ৰাইজে। কিন্তু তাৰ মাজতে তাতকৈও জঘন্য কাম কৰিলে এজন ভদ্ৰ, শিক্ষিত যুৱকে। শিৱসাগৰৰ পাপু দত্ত নামৰ এই যুৱকজনে মৰণোত্তৰ পৰীক্ষাগৃহত পৰীক্ষাৰ বাবে থোৱা অৱস্থাত হৰেন বৰাৰ পৰিয়ালটোৰ বিবস্ত্ৰ মৃতদেহকেইটাৰ ফটো ছ’চিয়েল মিডিয়াত আপল’ড কৰে।

এই কথা সণ্ঢালনি হোৱাৰ পিছত আৰু ফটোকেইখন ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱাৰ পিছত আৰক্ষীৰ চকু পৰে ঘটনাটোত।

তৎপৰতাৰে আৰক্ষীয়ে যুৱকজনক আজি জয়সাগৰৰ পৰা আটক কৰে। আনহাতে আৰক্ষীয়ে এই সন্দৰ্ভত যুৱকজনৰ বিৰুদ্ধে নিজা ববীয়াকৈ এটা গোচৰ ৰুজু কৰিছে।

উল্লেখযোগ্য যে ১ ছেপ্তেম্বৰত দিখৌত গাড়ীসহ হৰেন বৰাৰ গোটেই পৰিয়ালটো ডুব গৈছিল। যোৱা ৫ ছেপ্তেম্বৰত তেওঁলোকৰ মৃতদেহ উদ্ধাৰ কৰিছিল এছ ডি আৰ এফে। উদ্ধাৰ কৰাৰ সময়তো বহুতো অসামাজিক মানসিকতাৰ লোকে উৱলি যোৱা মৃতদেহৰ ফটো আৰু ভিডিঅ’ আপল’ড কৰিছিল।

Recent News

ভাৰত-পাক যুদ্ধৰ উত্তেজনা : ১৪ মে’লৈকে বন্ধ থাকিব ভাৰতৰ ২৪ টা বিমান বন্দৰ

ভাৰত-পাক যুদ্ধৰ উত্তেজনা : ১৪ মে’লৈকে বন্ধ থাকিব ভাৰতৰ ২৪ টা বিমান বন্দৰ

আক্ৰমণৰ বাবে যাত্ৰীবাহী বিমানক ঢাল হিচাপে ব্যৱহাৰ কৰিছে পাকিস্তানে : উইং কমাণ্ডাৰ ব্যোমিকা সিং

আক্ৰমণৰ বাবে যাত্ৰীবাহী বিমানক ঢাল হিচাপে ব্যৱহাৰ কৰিছে পাকিস্তানে : উইং কমাণ্ডাৰ ব্যোমিকা সিং

ব্লেক আউটেও ৰখাব নোৱাৰিলে বিয়া : অন্ধকাৰতেই সাত জনম একেলগে থকাৰ পণ ল’লে যোধপুৰৰ দম্পতীয়ে

ব্লেক আউটেও ৰখাব নোৱাৰিলে বিয়া : অন্ধকাৰতেই সাত জনম একেলগে থকাৰ পণ ল’লে যোধপুৰৰ দম্পতীয়ে

৪০০ ড্ৰোণেৰে ভাৰতৰ ৩৭ টা স্থানত আক্ৰমণৰ পৰিকল্পনা পাকিস্তানৰ : বায়ুসেনাই আকাশতে নিষ্ক্ৰিয় কৰিলে আটাইবোৰ ড্ৰোণ

৪০০ ড্ৰোণেৰে ভাৰতৰ ৩৭ টা স্থানত আক্ৰমণৰ পৰিকল্পনা পাকিস্তানৰ : বায়ুসেনাই আকাশতে নিষ্ক্ৰিয় কৰিলে আটাইবোৰ ড্ৰোণ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd