• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 19, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

কম খৰচৰ হালবোৱা যন্ত্ৰ উদ্ভাৱন যুৱকৰ; এক লিটাৰ পেট্ৰ’লেৰে চহাব পাৰি প্ৰায় ডেৰবিঘা মাটি

নিৰ্মলেন্দু পাঠক by নিৰ্মলেন্দু পাঠক
July 11, 2020 10:35 am
Screenshot_2020-07-11-08-31-20_1

ফটো: নৰ্থইষ্ট নাও

1.5k
VIEWS
Share on FacebookShare on Twitter

অসমৰ কৃষকৰ বাবে এটা ভাল খবৰ কঢ়িয়াই আনিছে টীয়কৰ এগৰাকী যুৱকে।

লাখ টকা ব্যয় কৰি যি সকল কৃষকে এহাল গৰু, এখন পাৱাৰ টিলাৰ ক্ৰয় কৰিবলৈ সক্ষম নহয় সেইকল কৃষকৰ বাবে মাত্ৰ দহৰ পৰা পোন্ধৰ হাজাৰ টকা খৰচ কৰি হালবোৱা এক যন্ত্ৰ সাজি উলিয়াই চমক সৃষ্টি কৰিছে যোৰহাট জিলাৰ টীয়কৰ মেলেং গায়ন গাঁৱৰ দেবজিত দত্ত নামৰ যুৱকজনে।

কৰ’না ভাইৰাছ প্ৰতিৰোধৰ বাবে চৰকাৰে ঘোষণা কৰা লকডাউনৰ সময়ছোৱাত দেৱজিতে স্কুটাৰৰ ইঞ্জিন আৰু আনুসংগিক কেতবোৰ সামগ্ৰী ব্যৱহাৰ কৰি সাজি উলিওৱা এই হালবোৱা যন্ত্ৰটোৰে এক লিটাৰ পেট্ৰলৰে প্ৰায় ডেৰবিঘা মাটি অনায়েসে হাল বাব পাৰি বুলি জানিবলৈ দিয়ে।

অৰ্থৰ অভাৱৰ বাবে মেধাবী দেৱজিতৰ অধ্যয়নত কিছু অন্তৰায়ৰ সৃষ্টি হৈছিল যদিও অশেষ কষ্টেৰে ইলেকট্ৰনিক বিষয়ত বিশেষ প্ৰশিক্ষণ গ্ৰহণ কৰি ঘৰতে কম বেছি পৰিমাণে ইলেক্ট্ৰনিক আৰু ইলেক্ট্ৰিকেলৰ কাম আৰম্ভ কৰি পৰিয়াল পোহপাল দি আহিছে।

লক ডাউনৰ সময়ত সময়ৰ উপযুক্ত ব্যৱহাৰ কৰি এই যন্ত্ৰটো আৱিষ্কাৰ কৰি প্ৰমাণ কৰি দেখুৱালে দৰিদ্ৰতা প্ৰতিভা বিকাশৰ অন্তৰায় নহয়।

দেৱজিতৰ এই সফলতাক এতিয়া সকলোৱে আদৰণি জনাইছে l

Recent News

ছালৰ পৰা ক’লা দাগ কিদৰে দূৰ কৰিব? জানো আহক

ছালৰ পৰা ক’লা দাগ কিদৰে দূৰ কৰিব? জানো আহক

মোডী অবিহনে বিজেপিয়ে ১৫০খন আসনতো জিকিব নোৱাৰে; RSSক প্ৰত্যুত্তৰ নিশিকান্ত ডুবেৰ!

মোডী অবিহনে বিজেপিয়ে ১৫০খন আসনতো জিকিব নোৱাৰে; RSSক প্ৰত্যুত্তৰ নিশিকান্ত ডুবেৰ!

পুনৰ বিতৰ্কত মহম্মদ ছামীৰ পত্নী! এইবাৰ মাৰপিটৰ ঘটনাত অভিযুক্ত হাছিন জাহান

পুনৰ বিতৰ্কত মহম্মদ ছামীৰ পত্নী! এইবাৰ মাৰপিটৰ ঘটনাত অভিযুক্ত হাছিন জাহান

পুৰুষতকৈ গড় আয়ুস বেছি মহিলাৰ : কিয় জানেনে?

পুৰুষতকৈ গড় আয়ুস বেছি মহিলাৰ : কিয় জানেনে?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd