• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, August 18, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

পাকিস্তানক সমৰ্থন কৰি ফেচবুক পোষ্ট দিয়া হাফিজুৰ ৰহমানৰ বিৰুদ্ধে ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ; জেইললৈ প্ৰেৰণ

ময়ূখ গোস্বামী by ময়ূখ গোস্বামী
February 19, 2019 5:39 pm
Hafizur Rahman Post

ভাৰত বিদ্বেষী পোষ্ট শ্বেয়াৰ কৰা হাফিজুৰ ৰহমান। উৎস : ফেইচবুক।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পুলৱামা সন্ত্ৰাসবাদীৰ আত্মঘাতী আক্ৰমণৰ ঘটনাৰ পিছত ফেচবুকত ভাৰত বিদ্বেষী তথা পাকিস্তানৰ সমৰ্থনত পোষ্ট দিয়া মঙলদৈৰ হাফিজুৰ ৰহমান নামৰ যুৱকজনৰ বিৰুদ্ধে ৰুজু হ’ল ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ।

আজি দৰং আৰক্ষীয়ে যুৱকজনৰ বিৰুদ্ধে অভিযোগ পোৱাৰ পিছত ৰাষ্ট্ৰদ্ৰোহৰ অপৰাধত তেওঁক গ্ৰেপ্তাৰ কৰে। আদালতত হাজিৰ কৰোৱাৰ পিছতে আদালতে হাফিজুৰক জেইললৈ প্ৰেৰণৰ নিৰ্দেশ দিয়ে।

হাফিজুৰ ৰহমান মঙলদৈ চহৰৰ ২ নং ৱাৰ্ডৰ মনছুৰ আলীৰ পুত্ৰ। তেওঁ দশম শ্ৰেণী অনুত্তীৰ্ণ বুলি জানিব পৰা গৈছে। তেওঁৰ ফেইচবুক একাউণ্টটোৰ নাম Sunny Alfatyd বুলি পোৱা গৈছে।

“দশম শ্ৰেণীতে শিক্ষা সামৰা যুৱকজনে পাকিস্তান প্ৰেমীয়ে দিয়া এটা পোষ্ট শ্বেয়াৰ কৰিছিল, য’ত থকা কিছুমান ছবি ৰাষ্ট্ৰৰ প্ৰতি অসন্মানজনক আছিল আৰু পাকিস্তানৰ প্ৰতি সমৰ্থনসূচক আছিল। আমি অভিযোগ পোৱাৰ পিছতে মঙলদৈ আৰক্ষী থানাত তেওঁৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ অধীনত ১২৪(এ) ধাৰাত এটা গোচৰ ৰুজু কৰি ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰো।”, দৰং জিলাৰ উপ-আৰক্ষী অধীক্ষক মামনি হাজৰিকাই নৰ্থ-ইষ্ট নাওৰ সাংবাদিকৰ আগত কয়।

উপ আৰক্ষী-অধীক্ষকগৰাকীয়ে ছ’চিয়েল মিডিয়াৰ ওপৰত কঢ়া নজৰ ৰাখিবলৈ ওপৰৰ পৰা নিৰ্দেশ পোৱা বুলিও সংবাদ মাধ্যমক জানিবলৈ দিয়ে।

ময়ূখ গোস্বামী

ময়ূখ গোস্বামী

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

শোকাৱহ দুৰ্ঘটনা: গুৱাহাটী অভিমুখী এক্সপ্ৰেছ ৰে’লৰ খুন্দাত নিহত ৩ মহিলা

শোকাৱহ দুৰ্ঘটনা: গুৱাহাটী অভিমুখী এক্সপ্ৰেছ ৰে’লৰ খুন্দাত নিহত ৩ মহিলা

August 18, 2025 3:15 pm
শোকাবহ! গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ বিচনাৰ পৰা পৰি মৃত্যু নৱজাতকৰ

শোকাবহ! গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ বিচনাৰ পৰা পৰি মৃত্যু নৱজাতকৰ

August 18, 2025 2:41 pm
ভোটাৰ তালিকা সংশোধন: মুখ্য নিৰ্বাচন আয়ুক্তৰ বিৰুদ্ধে মহাভিযোগ আনিব পাৰে বিৰোধীয়ে

ভোটাৰ তালিকা সংশোধন: মুখ্য নিৰ্বাচন আয়ুক্তৰ বিৰুদ্ধে মহাভিযোগ আনিব পাৰে বিৰোধীয়ে

August 18, 2025 1:49 pm
 ‘দ্য ৱায়াৰ’ৰ সম্পাদক সিদ্ধাৰ্থ বৰ্ধৰাজনলৈ গুৱাহাটী আৰক্ষীৰ চমন

 ‘দ্য ৱায়াৰ’ৰ সম্পাদক সিদ্ধাৰ্থ বৰ্ধৰাজনলৈ গুৱাহাটী আৰক্ষীৰ চমন

August 18, 2025 1:19 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শোকাৱহ দুৰ্ঘটনা: গুৱাহাটী অভিমুখী এক্সপ্ৰেছ ৰে’লৰ খুন্দাত নিহত ৩ মহিলা

শোকাৱহ দুৰ্ঘটনা: গুৱাহাটী অভিমুখী এক্সপ্ৰেছ ৰে’লৰ খুন্দাত নিহত ৩ মহিলা

August 18, 2025 3:15 pm
শোকাবহ! গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ বিচনাৰ পৰা পৰি মৃত্যু নৱজাতকৰ

শোকাবহ! গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ বিচনাৰ পৰা পৰি মৃত্যু নৱজাতকৰ

August 18, 2025 2:41 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd