• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 26, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

কিয় যুৱৰাজে সিঙে ক্ষমা খুজিব লাগে বুলি দাবী উঠিছে ছ’চিয়েল মিডিয়াত?

এন ই নাও নিউজ by এন ই নাও নিউজ
June 2, 2020 10:27 am
8.7k
VIEWS
Share on FacebookShare on Twitter

সোমবাৰৰ নিশাৰ পৰা ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন ক্ৰিকটাৰ যুৱৰাজ সিঙক লৈ টুইটাৰত আৰম্ভ হৈছে এটা হেচটেগ ট্ৰেণ্ড।

এই হেচটেগটোৰ জৰিয়তে বিভিন্ন লোকে যুৱৰাজ সিঙে ক্ষমা খোজাৰ দাবী উত্থাপন কৰিছে।

ক্ৰিকেটাৰ গৰাকীক লৈ চলা হেচটেগৰ কাৰণ কিছু বেলেগ ধৰণৰ যদিও বহুতে এয়া হোৱাটো স্বাভাৱিক বুলি মন্তব্য কৰে।

কিয়নো ধেমালিৰ চলেৰে যদি আপুনি জাতিগত মন্তব্য কৰে তেন্তে এই মন্তব্যটো বহুতেই সহজভাৱে মানি ল’ব নিবিচাৰে। ঠিক এনেকুৱা ঘটনাই যুৱৰাজ সিঙৰ লগত সংঘটিত হৈছে।

আচলতে প্ৰায় পোন্ধৰ দিন আগতেই যুৱৰাজ সিঙে ভাৰতীয় ক্ৰিকেট দলৰ অপেনাৰ ৰোহিত শৰ্মাৰ সৈতে ইনষ্টাগ্ৰাম লাইভত এটা আপত্তিজনক শব্দ ব্যৱহাৰ কৰিছিল।

এতিয়া যুৱৰাজে ব্যৱহাৰ কৰা সেই শব্দটোৰ এটা ভিডিঅ’ ক্লিপ ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱাৰ লগতে টুইটাৰত যুৱৰাজ সিঙে ক্ষমা খোজক বুলিও ট্ৰেণ্ড আৰম্ভ হ’বলৈ ধৰিছে।

উল্লেখ্য যে ৰোহিত আৰু যুৱৰাজে লাইভত কথা পাতি থাকোতেই অন্য দুজন ক্ৰিকেটাৰ ক্ৰমে কুলদীপ যাদৱ আৰু য়ুজবেন্দ্ৰ চাহালে মন্তব্য কৰিছিল।

জুনিয়ৰ ক্ৰিকেটাৰ দুগৰাকীৰ মন্তব্য দেখি যুৱৰাজে ৰোহিতৰ সৈতে মিলি ধেমালিৰ চলেৰে এটা জাতিগত মন্তব্য কৰিছিল, আৰু সেইটোক লৈয়ে এতিয়া বাল্মীকি সমাজ ক্ষুব্ধ হৈ পৰিছে।

আচলতে চাহালে টিকটক বনোৱাক লৈ যুৱৰাজ আৰু ৰোহিতে ধেমালি কৰিছিল আৰু সেই ভিডিঅ’ ভাইৰেল হোৱাত এতিয়া যুৱৰাজ সিঙে ক্ষমা খোজাৰ দাবী উত্থাপন হৈছে।

Recent News

আৰক্ষী উপ-আয়ুক্তই মদ্যপান কৰি থানাৰ ভিতৰতে কৰিলে বমি! কৰ্মচাৰীক চাফাই কৰিবলৈ বাধ্য কৰাই বিৰ্তকত বিষয়া, কিন্তু ক’ত?

আৰক্ষী উপ-আয়ুক্তই মদ্যপান কৰি থানাৰ ভিতৰতে কৰিলে বমি! কৰ্মচাৰীক চাফাই কৰিবলৈ বাধ্য কৰাই বিৰ্তকত বিষয়া, কিন্তু ক’ত?

আইনী মেৰপাকত ক্ৰিকেটাৰ নীতিশ কুমাৰ ৰেড্ডীঃ ৫ কোটি টকাৰ অনাদায় ধনৰ বিৰুদ্ধে গোচৰ ৰুজু

আইনী মেৰপাকত ক্ৰিকেটাৰ নীতিশ কুমাৰ ৰেড্ডীঃ ৫ কোটি টকাৰ অনাদায় ধনৰ বিৰুদ্ধে গোচৰ ৰুজু

ইছৰোৰ আদিত্য এল-১ সৌৰ জ্যোতিৰ্বিজ্ঞান কৰ্মশালাৰ বাবে নিৰ্বাচিত অসমৰ মেধাৱী ছাত্ৰী হিমানী গুৰুং

ইছৰোৰ আদিত্য এল-১ সৌৰ জ্যোতিৰ্বিজ্ঞান কৰ্মশালাৰ বাবে নিৰ্বাচিত অসমৰ মেধাৱী ছাত্ৰী হিমানী গুৰুং

এইচআইভি আক্ৰান্ত কিশোৰীক বাৰম্বাৰ যৌন নিৰ্যাতন! গৰ্ভপাত কৰিবলৈ কৰোৱা হৈছিল বাধ্য

এইচআইভি আক্ৰান্ত কিশোৰীক বাৰম্বাৰ যৌন নিৰ্যাতন! গৰ্ভপাত কৰিবলৈ কৰোৱা হৈছিল বাধ্য

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd