• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, July 7, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

২২ গজৰ বাহিৰত দ্বিতীয় ইনিংছ আৰম্ভ কৰিলে লেগস্পীনাৰ য়ুজবেন্দ্ৰ চাহালে

এন ই নাও নিউজ by এন ই নাও নিউজ
December 23, 2020 8:55 am
য়ুজবেন্দ্ৰ চাহাল আৰু ধনশ্ৰী

য়ুজবেন্দ্ৰ চাহাল আৰু ধনশ্ৰী

871
VIEWS
Share on FacebookShare on Twitter

ভাৰতীয় ক্ৰিকেট দলৰ প্ৰতিভাৱান লেগ স্পীনাৰ য়ুজবেন্দ্ৰ চাহালে নিজৰ ক্ৰিকেটৰ পথাৰৰ বাহিৰত দ্বিতীয় ইনিংছ আৰম্ভ কৰে।

মঙলবাৰে ভাৰতীয় দলৰ তাৰকা লেগ স্পীনাৰ গৰাকীয়ে জনপ্ৰিয় য়ু টিউবাৰ ধনশ্ৰী বাৰ্মাৰ সৈতে বিবাহপাশত আৱদ্ধ হয়।

৩০ বৰ্ষীয় চাহালে ধনশ্ৰী বাৰ্মাৰ সৈতে বিবাহ পাশত আৱদ্ধ হোৱাৰ আলোকচিত্ৰ নিজৰ ইষ্টাগ্ৰামত আপলোড কৰি লিখে, ‘এটা সময়ত আমি একেলগে থিয় হৈছিলো আৰু চিৰদিন সুখেৰে থিয় হৈ থাকিম।’

চলিত বৰ্ষৰ আগষ্ট মাহত চাহাল আৰু ধনশ্ৰীয়ে তেওঁলোকৰ সম্পৰ্ক প্ৰথমবাৰৰ বাবে ৰাজহুৱা কৰিছিল।

ধনশ্ৰী এগাৰাকী য়ু টিউবাৰ হোৱাৰ উপৰিও পেছাত দন্ত চিকিৎসক।

ভাৰতীয় টি-২০ আৰু এদিনীয়া দলৰ নিয়মীয়া সদস্য য়ুজবেন্দ্ৰ চাহালে বৰ্তমানলৈ ভাৰতীয় দলক প্ৰতিনিধিত্ব কৰি ৫২ খন এদিনীয়া আন্তঃৰাষ্ট্ৰীয় খেল আৰু ৪২ খন টি-২০ খেলত অংশ লৈছে।

চাহালে এদিনীয়াত ৯১ টা উইকেট দখল কৰাৰ বিপৰীতে টি-২০ত দখল কৰিছে ৫৯ টা উইকেট।

ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন আৰু বৰ্তমানৰ সদস্য সকলে চাহালক বিবাহৰ পবিত্ৰ ক্ষণত শুভেচ্ছা জ্ঞাপন কৰে।

Recent News

অসম সন্মিলিত নাগৰিক অভিৱৰ্তনত গৌৰৱ গগৈ: নাগৰিক সমাজৰ শক্তিৰে ৰাজনৈতিক ঐক্য গঢ়াৰ আহ্বান

অসম সন্মিলিত নাগৰিক অভিৱৰ্তনত গৌৰৱ গগৈ: নাগৰিক সমাজৰ শক্তিৰে ৰাজনৈতিক ঐক্য গঢ়াৰ আহ্বান

পুনৰ তামিলনাডুৰ ফটকা কাৰখানাত ভয়ংকৰ বিস্ফোৰণ! এজনৰ মৃত্যু, পাঁচজন গুৰুতৰভাৱে আহত

পুনৰ তামিলনাডুৰ ফটকা কাৰখানাত ভয়ংকৰ বিস্ফোৰণ! এজনৰ মৃত্যু, পাঁচজন গুৰুতৰভাৱে আহত

অসমত জাপানীজ এনকেফেলাইটিছৰ সংহাৰী ৰূপ: GMCH-ত ১৩ জন ৰোগীৰ মৃত্যু

অসমত জাপানীজ এনকেফেলাইটিছৰ সংহাৰী ৰূপ: GMCH-ত ১৩ জন ৰোগীৰ মৃত্যু

ইজৰাইলৰ বিৰুদ্ধে ডিজিটেল প্ৰতিবাদত যোগদানৰ আহ্বান চিপিআই(এম)ৰ

ইজৰাইলৰ বিৰুদ্ধে ডিজিটেল প্ৰতিবাদত যোগদানৰ আহ্বান চিপিআই(এম)ৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd