• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

জেলেনস্কি চৌদি আৰবলৈ যাব, কিন্তু মাৰ্কিন বিষয়াৰ সৈতে বৈঠকত অংশগ্ৰহণ নকৰে! কোন দিশে দুয়োখন দেশৰ সম্পৰ্ক

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 7, 2025 7:02 pm
110
VIEWS
Share on FacebookShare on Twitter

আমেৰিকাৰ বিষয়াৰ সৈতে আলোচনাত মিলিত হ’ব ইউক্ৰেইনৰ বিষয়াসকলে। কিন্তু আমেৰিকা বা ইউৰোপত নহয়। চৌদি আৰৱত অনুষ্ঠিত হ’ব এই বৈঠক। সেই বৈঠকত ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভ’ল’ডিমাইৰ জেলেনস্কি নিজেই উপস্থিত নাথাকিব। বৃহস্পতিবাৰে নিশা দিয়া ভাষণত তেওঁ এই কথা কয়।উল্লেখ্য যে, অহা সপ্তাহত চৌদি আৰব ভ্ৰমণ কৰিব জেলেনস্কিয়ে। কিন্তু তেওঁ আমেৰিকাৰ বিষয়াৰ সৈতে হোৱা বৈঠকত নাথাকিব।

শেহতীয়াকৈ জেলেনস্কিয়ে ট্ৰাম্পৰ সৈতে সাক্ষাৎ কৰিবলৈ হোৱাইট হাউছলৈ গৈছিল। কিন্তু ৰাজহুৱা স্থানত তেওঁলোকৰ মাজত বাক-বিতণ্ডা হয়। ট্ৰাম্পে কয় যে জেলেনস্কিয়ে তৃতীয় বিশ্বযুদ্ধৰ সৈতে খেলি আছে। জেলেনস্কিয়ে প্ৰতি উত্তৰ দি কয় যে ৰাছিয়াৰ সৈতে আপোচৰ পথত খোজ দিয়াটো সম্ভৱ নহয়। কাৰণ তেওঁ ইউক্ৰেইনৰ স্বাধীনতা আৰু সাৰ্বভৌমত্বৰ সৈতে কেতিয়াও আপোচ নকৰে। জেলেনস্কিয়ে আমেৰিকাৰ পৰা নিৰাপত্তাৰ নিশ্চয়তা বিচাৰিছিল। ট্ৰাম্প আৰু আমেৰিকাৰ উপ-ৰাষ্ট্ৰপতি জে ডি ভেন্সৰ সৈতে তেওঁৰ কাজিয়া সমগ্ৰ বিশ্বই চাই আছিল। ইয়াৰ পিছত জেলেনস্কিয়ে আহাৰ নোখোৱাকৈয়ে হোৱাইট হাউছৰ পৰা ওলাই আহিল।যাৰ ফলত আমেৰিকা আৰু ইউক্ৰেইনৰ মাজত বহু চৰ্চিত খনিজ চুক্তি বাতিল কৰা হয়।

জেলেনস্কি আমেৰিকাৰ পৰা পোনে পোনে ব্ৰিটেইনলৈ গৈছিল। ট্ৰাম্পৰ সৈতে হোৱা ফ’লআউটৰ পাছত তেওঁ ইউৰোপৰ কেইবাখনো দেশৰ সমৰ্থন লাভ কৰিছে। ব্ৰিটেইনে ইউক্ৰেইনৰ প্ৰতিৰক্ষা খণ্ডকো বিশেষ ঋণ প্ৰদান কৰিছে। ব্ৰিটেইন আৰু ফ্ৰান্সে একেলগে কাম কৰি ইউক্ৰেইনক সৈন্য আৰু আৰ্থিক সাহায্য প্ৰদান কৰিছে।

যদিও জেলেনস্কিয়ে স্বীকাৰ কৰিছে যে আমেৰিকাক তেওঁৰ প্ৰয়োজন। ট্ৰাম্পৰ সৈতে সম্পৰ্ক ভাল কৰাটো সম্ভৱ বুলিও তেওঁ কয়। দুয়োখন দেশৰ মাজৰ সম্পৰ্ক পূৰ্বৰ অৱস্থালৈ ঘূৰাই অনাৰ প্ৰচেষ্টা অব্যাহত আছে। একাংশ পৰ্যবেক্ষকৰ মতে চৌদি আৰৱত আমেৰিকাৰ বিষয়াসকলৰ সৈতে ইউক্ৰেইনৰ বৈঠকেও শান্তি আৰু সম্প্ৰীতিৰ বাৰ্তা কঢ়িয়াই লৈ ফুৰে।

Recent News

আন্তঃৰাষ্ট্ৰীয় গণিত অলিম্পিয়াড চেলেঞ্জত দুটাকৈ পদক জয় অসমৰ ছাত্ৰৰ

আন্তঃৰাষ্ট্ৰীয় গণিত অলিম্পিয়াড চেলেঞ্জত দুটাকৈ পদক জয় অসমৰ ছাত্ৰৰ

সিদ্ধাৰ্থ মালহোত্ৰা আৰু কিয়াৰা আদৱানীৰ জীৱনলৈ আগমন কন্যাসন্তানৰ

সিদ্ধাৰ্থ মালহোত্ৰা আৰু কিয়াৰা আদৱানীৰ জীৱনলৈ আগমন কন্যাসন্তানৰ

পক্ষী অভয়াৰণ্যত পৰিণত শিৱসাগাৰ ন-মাটি: এছিয়ান অ’পেনবিল ষ্টৰ্কেৰে ভৰি পৰিছে শিৱসাগৰ

পক্ষী অভয়াৰণ্যত পৰিণত শিৱসাগাৰ ন-মাটি: এছিয়ান অ’পেনবিল ষ্টৰ্কেৰে ভৰি পৰিছে শিৱসাগৰ

এনচিইআৰটিৰ অষ্টম শ্ৰেণীৰ নতুন পাঠ্যপুথিত সন্নিৱিষ্ট দিল্লীৰ চুলতান আৰু মোগল যুগৰ ‘অত্যাচাৰ’ৰ কাহিনী

এনচিইআৰটিৰ অষ্টম শ্ৰেণীৰ নতুন পাঠ্যপুথিত সন্নিৱিষ্ট দিল্লীৰ চুলতান আৰু মোগল যুগৰ ‘অত্যাচাৰ’ৰ কাহিনী

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd