• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, September 20, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

জমেট’ৰ খাদ্য যোগান ধৰা অসমীয়া যুৱকৰ কণ্ঠই খলকনি তুলিছে ইন্টাৰনেটত; ভাইৰেল ভিডিঅ’

এন ই নাও নিউজ by এন ই নাও নিউজ
August 18, 2019 12:32 pm
pranjit haloi

সুৱদী কণ্ঠৰ অধিকাৰী প্ৰানজিৎ হালৈ। ফটো : ফেইচবুক

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

চিৰ সেউজ পুৰণি গানে আপোনাক আকৰ্ষণ কৰে নে?

ছচিয়েল মিডিয়াত সম্প্ৰতি ভাইৰেল হৈ পৰা এই বিশেষ ভিডিঅ’টিয়ে আপোনাক সঁচাকৈয়ে মন্ত্ৰমুগ্ধ কৰি তুলিব।

গুৱাহাটীৰ এগৰাকী বাসিন্দাই খাদ্য যোগান ধৰা এজন অসমীয়া যুৱকে গোৱা সুৱদী কণ্ঠৰ গান এটাৰ ক্লিপ শ্বেয়াৰ কৰাৰ পাছত ফেইচবুক আৰু ইন্টাৰনেটত খলকনি তুলিছে।

গুৱাহাটীৰ এগৰাকী বাসিন্দা অনিৰ্বান চক্ৰৱৰ্তীয়ে চলিত সপ্তাহৰ প্ৰথম ভাগত জমেট’ৰ পৰা খাদ্যৰ অৰ্ডাৰ দিছিল।

এপ’ত খাদ্য যোগান ধৰিবলগীয়া যুৱকজনৰ প্ৰফাইল চাই তেওঁ জানিব পাৰিলে যে যুৱকজনে এগৰাকী গায়ক হোৱাৰ সপোন পুহি ৰাখিছে।

খাদ্য লৈ প্ৰানজিৎ হালৈ নামৰ যুৱকজনে যেতিয়া অনিৰ্বানৰ গৃহত উপস্থিত হ’ল, তেওঁ প্ৰানজিতক গান গোৱাৰ বাবে অনুৰোধ জনালে।

প্ৰানজিতে ১৯৭৬ ত মুক্তি পোৱা ‘চিতচোৰ’ চলচ্চিত্ৰখনৰ ‘গোৰী তেৰা গাওঁ বড়া প্যাৰা’ গানটো গালে।

হৃদয় চুই যোৱা গানটো অনিৰ্বানে ৰেকৰ্ড কৰিলে আৰু ভিডিঅ’টো ফেইচবুকত প’ষ্ট কৰি দিলে।

‘’এয়া প্ৰানজিৎ হালৈ (মোৰ ঘৰত আজি খাদ্য দিবলৈ অহা জমেট’ৰ ডেলিভাৰী বয়)…. মই এপ’ত দেখিছিলো যে ‘’তেওঁ এদিন এগৰাকী গায়ক হোৱাৰ ইচ্ছা পুহি ৰাখিছে,’’। মই পৰিকল্পনা কৰি তেওঁক গান এটা গাব দিছিলো। তেওঁ ইমান সুন্দৰ গাইছিল যে মই এই ভিডিঅ’টো কৰিলো… মই সকলোকে চাবলৈ আৰু তেওঁৰ লপোন পূৰ্ণ কৰাত সহায় কৰিবলৈ অনুৰোধ কৰিছো,’’-এয়া অনিৰ্বানৰ প’ষ্টৰ সাৰাংশ।

প্ৰানজিতৰ গানৰ অনিৰ্বানে কৰা প’ষ্টটো ভাইৰেল হৈ পৰিছে। প’ষ্টটোৱে স্বাভাৱিকভাৱে, ৯,৪০০ লাইক পাইছে আৰু ৭,৪০০তকৈয়ো অধিক শ্বেয়াৰ হৈছে।

বিভিন্নজনে প্ৰানজিতৰ কণ্ঠক প্ৰশংসাৰে উপচাই পেলাইছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি! গুৱাহাটীৰ ৰাজপথত ইলেক্ট্ৰিক অটো এছ’চিয়েচনে উলিয়ালে শোভাযাত্ৰা

জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি! গুৱাহাটীৰ ৰাজপথত ইলেক্ট্ৰিক অটো এছ’চিয়েচনে উলিয়ালে শোভাযাত্ৰা

September 20, 2025 1:31 pm
শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাৰ বিৰুদ্ধে দাখিল সকলো গোচৰ CID-লৈ হস্তান্তৰৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ

শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাৰ বিৰুদ্ধে দাখিল সকলো গোচৰ CID-লৈ হস্তান্তৰৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ

September 20, 2025 12:56 pm
কি আছে জুবিন গাৰ্গৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনত? কি হৈছিল শিল্পীজনৰ!

কি আছে জুবিন গাৰ্গৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনত? কি হৈছিল শিল্পীজনৰ!

September 20, 2025 12:40 pm
অসুস্থ হৈ পৰিছে গৰিমা শইকীয়া গাৰ্গ, নিয়া হৈছে চিকিৎসালয়লৈ

অসুস্থ হৈ পৰিছে গৰিমা শইকীয়া গাৰ্গ, নিয়া হৈছে চিকিৎসালয়লৈ

September 20, 2025 12:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি! গুৱাহাটীৰ ৰাজপথত ইলেক্ট্ৰিক অটো এছ’চিয়েচনে উলিয়ালে শোভাযাত্ৰা

জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি! গুৱাহাটীৰ ৰাজপথত ইলেক্ট্ৰিক অটো এছ’চিয়েচনে উলিয়ালে শোভাযাত্ৰা

September 20, 2025 1:31 pm
শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাৰ বিৰুদ্ধে দাখিল সকলো গোচৰ CID-লৈ হস্তান্তৰৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ

শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাৰ বিৰুদ্ধে দাখিল সকলো গোচৰ CID-লৈ হস্তান্তৰৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ

September 20, 2025 12:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd