• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, May 9, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

অখিল গগৈৰ বিৰুদ্ধে অৰ্কিড উদ্যানৰ নামত বনাঞ্চলৰ মাটি বেদখলৰ অভিযোগ

উত্তম শইকীয়া by উত্তম শইকীয়া
February 26, 2018 5:51 pm
Akhil Gogoi
109
VIEWS
Share on FacebookShare on Twitter

অখিল গগৈৰ বিৰুদ্ধে অৰ্কিড উদ্যানৰ নামত মাটি দখল কৰাৰ অভিযোগ তুলি গুৱাহাটীৰ দুলাল বৰা নামৰ ব্যক্তিজনে বোকাখাত থানাত এক এজাহাৰ দাখিল কৰিছে।

খানাপাৰাৰ কন্যাধৰা তিনি আলিৰ নিবাসী দুলাল বৰাই দাখিল কৰা এজাহাৰ আধাৰত বোকাখাত থানাত ১০০/১৮ নম্বৰৰ এটা গোচৰো পঞ্জীয়ন কৰিছে বোকাখাত আৰক্ষীয়ে ৷

এজাহাৰ খনত উল্লেখ কৰা মতে অখিল গগৈয়ে কাজিৰঙাৰ দূৰ্গাপুৰত কাজিৰঙা অৰ্কিড আৰু জৈৱ বৈচিত্ৰ উদ্যানৰ নামত বনাঞ্চলৰ বহু চৰকাৰী ভূমি বেদখল কৰিছে।

দুলাল বৰা

ইয়াৰ বাবে অখিল গগৈয়ে বহু ৰাজহ আৰু বন বিষয়াক ‘মেনেজো’ কৰিছে উল্লেখ কৰি বৰাই দাখিল কৰা এজাহাৰখনত অভিযোগ কৰে যে উক্ত ভূমি বেদখল কাৰ্যৰ উপৰিও প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনৰ পৃষ্ঠপোষকতাত বিভিন্ন চৰকাৰী আঁচনিৰে অখিল গগৈক ৫ কোটি টকাৰ অনুদান দিয়া হৈছে।

এজাহাৰ দিয়া অভিযোগকাৰী দুলাল বৰাৰ মতে কাজিৰঙা অৰ্কিড আৰু জৈব বৈচিত্ৰ উদ্যানৰ নামত কৃষক নেতা অখিল গগৈয়ে স্থানীয় বহু অৰ্কিডৰ চোৰাং কাৰবাৰৰ জড়িয়তে বহু বিৰল প্ৰজাতিৰ অৰ্কিড বিদেশলৈ সংগোপনে ৰপ্তানি কৰি আহিছে ৷

অখিল গগৈক অৰ্কিড মাফিয়া বুলি অভিহিত কৰি ২৪ ঘন্টাৰ ভিতৰত কৃষক নেতা জনৰ লগতে তেওঁৰ সহযোগি বিদ্যুত শইকীয়া, দেবব্ৰত শইকীয়া, মৃনাল নাথ, ৰতন দাৱ , প্ৰাঞ্জল কাকতি ওৰফে পুতুকন, মহেন মৰাং আৰু ৰাজু সন্দিকৈকো গ্ৰেপ্তাৰ কৰিবৰ বাবে এজাহাৰত উল্লেখ কৰিছে ৷

অভিযোগকাৰী দুলাল বৰাই এজাহাৰৰ সৈতে কেতবোৰ যাৱতীয় তথ্যও বোকাখাতৰ আৰক্ষীৰ হাতত অৰ্পণ কৰিছে ৷

Recent News

ৰাষ্ট্ৰীয় শিক্ষা নীতি গ্ৰহণৰ ক্ষেত্ৰত ৰাজ্যসমূহক নিৰ্দেশ দিবলৈ অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ

ৰাষ্ট্ৰীয় শিক্ষা নীতি গ্ৰহণৰ ক্ষেত্ৰত ৰাজ্যসমূহক নিৰ্দেশ দিবলৈ অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ

সবাৰো আগত দেশৰ স্বাৰ্থ, ভাৰত-পাক যুদ্ধৰ উত্তেজনাৰ মাজতে স্থগিত IPL!

সবাৰো আগত দেশৰ স্বাৰ্থ, ভাৰত-পাক যুদ্ধৰ উত্তেজনাৰ মাজতে স্থগিত IPL!

ভাৰত-পাকিস্তানৰ উত্তেজনাৰ মাজতে সামৰিক অভিযানৰ বাতৰি প্ৰকাশ কৰাত সংযমী হ’বলৈ আহ্বান প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ

ভাৰত-পাকিস্তানৰ উত্তেজনাৰ মাজতে সামৰিক অভিযানৰ বাতৰি প্ৰকাশ কৰাত সংযমী হ’বলৈ আহ্বান প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ

ভাৰতীয় সেনাৰ অভিযানক সকলোকে নিঃচৰ্ত সমৰ্থন জনোৱাৰ আহ্বান সাংসদ অজিত কুমাৰ ভূঞাৰ

ভাৰতীয় সেনাৰ অভিযানক সকলোকে নিঃচৰ্ত সমৰ্থন জনোৱাৰ আহ্বান সাংসদ অজিত কুমাৰ ভূঞাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd