• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, May 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

অসম বিশেষ আৰক্ষী বিষয়া কল্যাণ সমিতিৰ প্ৰতিবাদ

এন ই নাও নিউজ by এন ই নাও নিউজ
January 8, 2018 6:30 pm
SPO_Protest

Special Police Officers Welfare Society (SPO) members protest rally at Guwahati Railway Station in Guwahati on 08-01-18. Pix by UB Photos

114
VIEWS
Share on FacebookShare on Twitter

এছ পি অ’সকলৰ বিভিন্ন সমস্যা সমাধানৰ দাবীত আজি অসম বিশেষ আৰক্ষী বিষয়া (এছ পি অ’) কল্যাণ সমিতিৰ উদ্যোগত এটা ধৰ্ণা কাৰ্য্যসূচী ৰূপায়ণ কৰে এছ পি অ’সকলে। দীৰ্ঘদিন ধৰি তেওঁলোকৰ দাবীৰ প্ৰতি আওকণীয়া মনোভাব প্ৰদৰ্শন কৰি অহাৰ অভিযোগ তোলে আজি ধৰ্ণা কাৰ্য্যসূচীত ভাগ লোৱা এছ পি অ’সকলে। তেওঁলোকে কংগ্ৰেছ চৰকাৰৰ তুলনাত এইখন চৰকাৰে বেছি অৱহেলা কৰাৰো অভিযোগ উত্থাপন কৰে। চৰকাৰে উগ্ৰপন্থীৰ সমস্যা প্ৰবল ৰূপত মূৰ দাঙি থকাৰ সময়ত এছ পি অ’সকলক ব্যৱহাৰ কৰি এতিয়া তেওঁলোকক এলাগী কৰি ৰাখিছে বুলিও অভিযোগ কৰে বিষয়াসকলে।

আজিৰ কাৰ্য্যসূচীৰ অংশস্বৰূপে এছ পি অ’ জোৱানসকলে পল্টনবজাৰস্থিত গুৱাহাটী ৰেইলৱে ষ্টেইশ্যনৰ পৰা আৰম্ভ কৰি উপায়ুক্তৰ কাৰ্য্যালয়লৈ এক প্ৰতিবাদী সমদল উলিয়ায়। তেওঁলোকে চৰকাৰে নিৰ্ধাৰণ কৰি দিয়া ১৪৫টা এছ পি অ’ পদৰ বিপৰীতে সমূহ এছ পি অ’ জোৱানক নিযুক্তিৰ বাবে দাবী তোলে।

ইয়াৰ উপৰি এ টি পি এছ এফৰ দৰেই এছ পি অ’ জোৱান সকলক নিযুক্তি দিবৰ বাবেও চৰকাৰলৈ আহ্বান জনায়। লগতে তেওঁলোকে কয় যে চাকৰিৰ বয়স বেছি হোৱা এছ পি অ’ সকলক বয়সৰ ৰেহাই দি চাকৰিত মকৰল কৰিব লাগে বুলিও কয়। এই দাবীসমূহ অতি শীঘ্ৰেই পূৰ কৰিবলৈ তেওঁলোকে চৰকাৰৰ প্ৰতি আহ্বান জনায়। অন্যথা তেওঁলোকে চৰকাৰৰ বিৰুদ্ধে জংগী আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিয়ে।

Recent News

ভাৰত-পাকিস্তানৰ সংঘাতৰ মাজতে তালিবানৰ বিদেশমন্ত্ৰীৰ সৈতে আলোচনা সুব্ৰমণ্যম জয়শংকৰৰ

ভাৰত-পাকিস্তানৰ সংঘাতৰ মাজতে তালিবানৰ বিদেশমন্ত্ৰীৰ সৈতে আলোচনা সুব্ৰমণ্যম জয়শংকৰৰ

ভূমিকম্প! পুৱাই পুৱাই কঁপি উঠিল চীন, নিশা আফগানিস্তানতো অনুভুত কম্পন

ভূমিকম্প! পুৱাই পুৱাই কঁপি উঠিল চীন, নিশা আফগানিস্তানতো অনুভুত কম্পন

ভুৱা নথি লৈ প্ৰবাসী ভাৰতীয় কোটাৰ অধীনত মেডিকেল কলেজত নামভৰ্তি! চাৰিখন চিকিৎসা মহাবিদ্যালয়ৰ পৰা কোটি কোটি টকা জব্দ ইডিৰ

ভুৱা নথি লৈ প্ৰবাসী ভাৰতীয় কোটাৰ অধীনত মেডিকেল কলেজত নামভৰ্তি! চাৰিখন চিকিৎসা মহাবিদ্যালয়ৰ পৰা কোটি কোটি টকা জব্দ ইডিৰ

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত পোৱা গৈছে ৭৯টা প্ৰজাতিৰ অৰ্কিড

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত পোৱা গৈছে ৭৯টা প্ৰজাতিৰ অৰ্কিড

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd