• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, August 13, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

অসম সন্তান আৰ্মষ্ট্ৰং চাংছন আইচলেণ্ডৰ ৰাষ্ট্ৰদূত নিযুক্ত : উৎফুল্লিত ডিমা হাছাওবাসী

এন ই নাও নিউজ by এন ই নাও নিউজ
June 23, 2018 6:42 am
চাংছন

আইচলেণ্ডৰ ৰাষ্ট্ৰদূত হিচাপে নিযুক্ত আৰ্মষ্ট্ৰং চাংছন। ফাইল ফটো

172
VIEWS
Share on FacebookShare on Twitter

অসমৰ ডিমা হাচাও জিলাৰ সুযোগ্য সন্তান, ভাৰতীয় বৈদেশিক সেৱাৰ বিষয়া আৰ্মষ্ট্ৰং চাংছনক ভাৰত চৰকাৰে আইচলেণ্ডৰ ৰাষ্ট্ৰদূত হিচাপে নিযুক্তি দিছে।

ৰাজ্যখনৰ এখন পিছপৰা জিলা ডিমা হাচাওৰ পৰা ওলাই অহা এক কৃতী সন্তানে এনে শীৰ্ষ পদত অধিষ্ঠিত হোৱাত পাৰ্বত্য জিলাখনৰ জনসাধাৰণ উৎফুল্লিত হৈ পৰিছে।

কেন্দ্ৰীয় চৰকাৰৰ বৈদেশিক মন্ত্ৰালয়ে জ্যেষ্ঠ কূটনীতিক আৰ্মষ্ট্ৰং চাংছনক অলপতে আইচলেণ্ডৰ ৰাষ্ট্ৰদূত হিচাপে নিযুক্তি দিছিল। তেওঁ বৰ্তমান জাপানৰ ওছাকা-কোবেৰৰ দূতাৱাসত কনছুল জেনেৰেল হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে।

পূৰ্বতে তেওঁ গুৱাহাটীত থকা বৈদেশিক মন্ত্ৰালয়ৰ শাখা কাৰ্যালয় আৰু আঞ্চলিক পাৰপত্ৰ কাৰ্যালয়ত সঞ্চালক হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল।

১৯৬৯ চনৰ ২৪ জানুৱাৰীত জন্মগ্ৰহণ কৰা চাংছন দিল্লী আই আই টিৰ মেকানিকেল ইঞ্জিনিয়াৰঙৰ স্নাতক।

আৰ্মষ্ট্ৰং চাংছন ১৯৯৭ বৰ্ষৰ ভাৰতীয় বৈদেশিক সেৱাৰ বিষয়া।

চাংছনৰ এনে সাফল্যত ডিমা হাচাওবাসীৰ লগতে সমগ্ৰ অসমে গৌৰৱবোধ কৰিছে।

Recent News

দিল্লীৰ ব্যক্তিগত চুইমিং পুলত লোমহৰ্ষক কাণ্ড : দলৱদ্ধ ধ*ৰ্ষণৰ বলি দুগৰাকী নাবালিকা

দিল্লীৰ ব্যক্তিগত চুইমিং পুলত লোমহৰ্ষক কাণ্ড : দলৱদ্ধ ধ*ৰ্ষণৰ বলি দুগৰাকী নাবালিকা

মেঘালয়ত অবৈধ খনন বন্ধ কৰিবলৈ সময় সীমা বান্ধি দিলে উচ্চতম ন্যায়ালয়ে! ৪ সপ্তাহৰ ভিতৰত শপতনামা দাখিলৰ নিৰ্দেশ

মেঘালয়ত অবৈধ খনন বন্ধ কৰিবলৈ সময় সীমা বান্ধি দিলে উচ্চতম ন্যায়ালয়ে! ৪ সপ্তাহৰ ভিতৰত শপতনামা দাখিলৰ নিৰ্দেশ

হাওঁ‌ফাওঁ‌ৰ কৰ্কটৰোগৰ কিছু কথা : ডাঃ বিক্ৰম কুমাৰ ডেকা

হাওঁ‌ফাওঁ‌ৰ কৰ্কটৰোগৰ কিছু কথা : ডাঃ বিক্ৰম কুমাৰ ডেকা

পেট ঠিকে থাকিলে সুস্থ থাকিব শৰীৰ : সুস্বাস্থ্যৰ আঁৰত লুকাই আছে এই ১০ টা বিশেষ অভ্যাস

পেট ঠিকে থাকিলে সুস্থ থাকিব শৰীৰ : সুস্বাস্থ্যৰ আঁৰত লুকাই আছে এই ১০ টা বিশেষ অভ্যাস

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd