• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, June 3, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

অহা ২৭, ২৮ মাৰ্চত পোন্ধৰ হাজাৰ জে এন এম নাৰ্ছৰ ৰাজ্যজুৰি কৰ্মবিৰতি

এন ই নাও নিউজ by এন ই নাও নিউজ
March 19, 2018 2:26 pm
images.php

প্ৰতিনিধিত্বমূলক ফটো

117
VIEWS
Share on FacebookShare on Twitter

ৰাজ্যৰ বিভিন্ন চৰকাৰী হাস্পাতালত কাম কৰি থকা জে এন এম নাৰ্ছসকলে ৰাজ্য চৰকাৰে দীৰ্ঘদিন ধৰি প্ৰতাৰণা আৰু স্বজন-তোষণ কৰাৰ অভিযোগ তুলি প্ৰতিবাদী কাৰ্যসূচী ঘোষণা কৰিছে। সদৌ অসম নাৰ্ছ সন্থাই অহা ২৭ আৰু ২৮ মাৰ্চত ৰাজ্যজুৰি কৰ্মবিৰতি পালন কৰিব।

দেওবাৰে গুৱাহাটীৰ এম এম চি হাস্পাতালত অনুষ্ঠিত এখন সভাত সন্থাৰ সাধাৰণ সম্পাদিকা জুনু চুতীয়া দিহিঙ্গীয়াই এই কথা ঘোষণা কৰে। সন্থাই কৰ্মবিৰতিৰ সময়ছোৱাত হাস্পাতালৰ জৰুৰীকালীন সেৱা বিভাগকো সন্থাই ৰেহাই নিদিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

সাধাৰণ সম্পাদিকাগৰাকীয়ে কয় যে ৰাজ্যখনৰ চিকিৎসা মহাবিদ্যালয়ৰ হাস্পাতালসমূহকে ধৰি বিভিন্ন চিকিৎসালয়ত কৰ্মৰত স্থায়ী আৰু অস্থায়ীকে ধৰি মুঠ ১৫ হাজাৰ জে এন এম নাৰ্ছক চৰকাৰে দীৰ্ঘদিন ধৰি প্ৰবঞ্চনা আৰু প্ৰতাৰণা কৰি আহিছে।

জে এন এম নাৰ্ছসকলে দীৰ্ঘদিন ধৰি সন্মুখীন হৈ অহা সমস্যাসমূহ সমাধানৰ বাবে সন্থাই চৰকাৰৰ ওচৰত বিভিন্ন সময়ত আবেদন-নিবেদন কৰাৰ পিছতো কোনো এখন চৰকাৰে কোনো গুৰুত্ব দিয়া নাই বুলি তেওঁলোকে অভিযোগ উত্থাপন কৰে।

তদুপৰি, শেহতীয়াভাৱে সপ্তম দৰমহা আয়োগৰ ওপৰত ভিত্তি কৰি ৰাজ্য চৰকাৰে জে এন এম নাৰ্ছসকলে আৰম্ভণিৰ পৰা ভোগ কৰি অহা ষ্টাফ নাৰ্ছৰ পদমৰ্যাদাৰ পৰা  অৱনমিত কৰাৰ লগতে প্ৰাপ্য গ্ৰেড পে’ৰ পৰাও বঞ্চনা কৰিছে।

তেওঁলোকে  কয় যে এন এইচ এমৰ অধীনত ১৩ বছৰ কাম কৰি অহা প্ৰায় তিনি হাজাৰ অস্থায়ী জে এন এম নাৰ্ছৰ চাকৰি নিয়মীয়া কৰা হোৱা নাই।

ষ্টাফ নাৰ্ছৰ পদমৰ্যাদা ভোগ কৰি থকা জে এন এম নাৰ্ছসকলক ষ্টাফ নাৰ্ছৰ পদমৰ্যাদা ঘূৰাই দিয়া, নাৰ্ছৰ একে পদৰ বাবে একেধৰণৰ দৰমহা আদায় দিয়া আদি দাবীত  অহা ২৭ আৰু ২৮ মাৰ্চত পোন্ধৰ হাজাৰ জে এন এম নাৰ্ছে  ৰাজ্যজুৰি কৰ্মবিৰতি পালন কৰি চৰকাৰৰ বঞ্চনাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিব বুলি তেওঁলোকে জানিব দিয়ে।

Recent News

অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি হিচাপে আনুষ্ঠানিকভাৱে দায়িত্ব গ্ৰহণ সাংসদ গৌৰৱ গগৈৰ

অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি হিচাপে আনুষ্ঠানিকভাৱে দায়িত্ব গ্ৰহণ সাংসদ গৌৰৱ গগৈৰ

পৰীক্ষাক লৈ ব্যাপক খেলিমেলি! পৰীক্ষা নিয়ন্ত্ৰকৰ ওচৰত স্মাৰক পত্ৰ কটনৰ শিক্ষাৰ্থী সমাজৰ

পৰীক্ষাক লৈ ব্যাপক খেলিমেলি! পৰীক্ষা নিয়ন্ত্ৰকৰ ওচৰত স্মাৰক পত্ৰ কটনৰ শিক্ষাৰ্থী সমাজৰ

চিকিৎসাৰ বাবে ছয় ঘন্টা অপেক্ষা : বিহাৰত দলিত কিশোৰীক ধৰ্ষণ কৰি হত্যা

চিকিৎসাৰ বাবে ছয় ঘন্টা অপেক্ষা : বিহাৰত দলিত কিশোৰীক ধৰ্ষণ কৰি হত্যা

পিতৃ-মাতৃৰ সলনি ব্যৱহাৰ হ’ব ‘অভিভাৱিকা’ শব্দ : ‘গৰ্ভৱতী পুৰুষ’ৰ সপক্ষে ঐতিহাসিক ৰায় কেৰালা উচ্চ ন্যায়ালয়ৰ

পিতৃ-মাতৃৰ সলনি ব্যৱহাৰ হ’ব ‘অভিভাৱিকা’ শব্দ : ‘গৰ্ভৱতী পুৰুষ’ৰ সপক্ষে ঐতিহাসিক ৰায় কেৰালা উচ্চ ন্যায়ালয়ৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd