• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 24, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

অৰুণাচল প্ৰদেশত চীনা অনুপ্ৰৱেশৰ গুৰুত্ব অস্বীকাৰ নতুন দিল্লীৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
January 4, 2018 3:51 pm
চীন ভাৰত অৰুণাচল প্ৰদেশ
125
VIEWS
Share on FacebookShare on Twitter

যোৱা ডিচেম্বৰ মাহৰ শেষৰফালে অৰুণাচল প্ৰদেশৰ আপাৰ চিয়াং জিলাত ভাৰত-চীন সীমান্তৰ পৰা প্ৰায় ১ কি. মি. দূৰত্বলৈকে চীনা পথ নিৰ্মাণ কৰ্মীসকলে অনুপ্ৰৱেশ কৰা ঘটনাটোৰ প্ৰতি নতুন দিল্লীয়ে তাৎক্ষণিক প্ৰতিক্ৰিয়া হিচাপে ঘটনাটোৰ গুৰুত্ব অস্বীকাৰ কৰিছে।

এক বিশেষ সূত্ৰই বুধবাৰে দাবী কৰিছিল যে অৰুণাচল প্ৰদেশৰ টুটিং অঞ্চলত যোৱা সপ্তাহত চীনা পথ নিৰ্মাণ দলে ভাৰতীয় মাটিত ভাৰতীয় সেনাই ঘূৰাই নপথোৱা পৰ্যন্ত প্ৰায় ১ কি. মি. পৰ্যন্ত আগবাঢ়ি আহিছিল।

সূত্ৰটোৱে দাবী কৰা অনুসৰি পথ পৰ্যৱেক্ষণৰ বাবে অহা চীনা অসামৰিক দলক ভাৰতীয় সৈন্যই বাধা দিয়াৰ পিছত তেওঁলোকে এস্কেভেটৰকে আদি কৰি বিভিন্ন পথ নিৰ্মাণ সঁজুলি ভাৰতৰ মাটিতে এৰি থৈ যায়। অৰুণাচল প্ৰদেশৰ স্থানীয় গঞাই জনোৱা মতে চীনা দলটোত অসামৰিক লোকৰ লগতে সামৰিক পোছাক পৰিহিত লোকো আহিছিল।

টাইমচ অব ইণ্ডিয়াৰ প্ৰতিবেদন অনুসৰি এজন বিষয়াই জনাইছে, ‘অৰুণাচল প্ৰদেশৰ টুটুিঙৰ বিচিং গাঁৱৰ সমীপৰ ঘটনাস্থলীত দুয়ো দেশৰ সেনা বাহিনীৰ মাজত কোনোধৰণৰ বাকবিতণ্ডা হোৱা নাছিল। ই ডোকলামসদৃশ ঘটনা নহয়। দুয়ো দেশৰ মাজত নিৰ্ধাৰিত সমন্বয় কাৰ্যপ্ৰণালীৰ জৰিয়তে বিষয়টো সমাধান কৰা হয়…… চীনা সকলক তেওঁলোকে এৰি যোৱা নিৰ্মাণ সামগ্ৰী সমূহ ঘূৰাই নিবৰ বাবে অনুৰোধ জনোৱা হ’ব।’

কিন্তু বাতৰিটোত দাবী কৰা হৈছে যে শীতকালত এনেধৰণৰ পথ পৰ্যৱেক্ষণ আৰু নিৰ্মাণৰ পদক্ষেপ তথা লাদাখৰ পৰা অৰুণাচললৈকে বিস্তৃত প্ৰকৃত নিয়ন্ত্ৰণ ৰেখা ( Line of Actual Control) উলংঘন অস্বাভাৱিক।

আশ্চৰ্যজনকভাৱে যোৱা বুধবাৰে চীনৰ বিদেশ মন্ত্ৰ্যালয়ৰ মুখপাত্ৰ গেং চুৱাঙে বেইজিঙত দাবী কৰিছিল যে চীনে ‘তথাকথিত অৰুণাচল প্ৰদেশৰ অস্তিত্বক কেতিয়াও স্বীকাৰ কৰা নাই।’

Recent News

শাওনৰ পথাৰত ছিঁৰাল ফাট, কঠীয়া ৰোৱাৰ সময় যাওঁ যাওঁ, মূৰে-কপালে হাত দিছে কৃষকে

শাওনৰ পথাৰত ছিঁৰাল ফাট, কঠীয়া ৰোৱাৰ সময় যাওঁ যাওঁ, মূৰে-কপালে হাত দিছে কৃষকে

বিদ্যালয়ৰ কাষত আছে মন্দিৰ, মধ্যাহ্ন ভোজনত কণী দিয়াত বাধা

বিদ্যালয়ৰ কাষত আছে মন্দিৰ, মধ্যাহ্ন ভোজনত কণী দিয়াত বাধা

পুনৰ বিতৰ্কৰ মাজত এনচিইআৰটি! অষ্টম শ্ৰেণীৰ পাঠ্যপুথিত আহোম শাসন ব্যৱস্থাক বিকৃত ৰূপত উপস্থাপন

পুনৰ বিতৰ্কৰ মাজত এনচিইআৰটি! অষ্টম শ্ৰেণীৰ পাঠ্যপুথিত আহোম শাসন ব্যৱস্থাক বিকৃত ৰূপত উপস্থাপন

যৌন সন্তুষ্টি দিব নোৱাৰাৰ বাবে স্বামীক হত্যা কৰিলে পত্নীয়ে!

যৌন সন্তুষ্টি দিব নোৱাৰাৰ বাবে স্বামীক হত্যা কৰিলে পত্নীয়ে!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd