• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অৰুণাচল

অৰুণাচলৰ ৰাজভৱনত ভাৰত স্কাউট আৰু গাইডৰ ১৯তম ৰাজ্য পুৰস্কাৰ প্ৰদান

ডেমিয়েন লেপছা by ডেমিয়েন লেপছা
June 22, 2018 9:50 pm
Hindustan-Scouts-and-Guides-commemorates-Rajya-Puraskar-701x448
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অৰুণাচলৰ ৰাজ্যপাল অৱসৰপ্ৰাপ্ত ব্ৰিগেডিয়াৰ বি ডি মিশ্ৰই আজি ৰাজভৱনৰ দৰবাৰ হলত আয়োজিত ভাৰত স্কাউট আৰু গাইডৰ ১৯সংখ্যক ৰাজ্য পুৰস্কাৰ অনুষ্ঠানত উপস্থিত থাকে।

ৰাজ্যখনৰ ১১খন জিলাৰ পৰা অহা মুঠ ৪২গৰাকী স্কাউট আৰু গাইডক ৰাজ্যপালগৰাকীয়ে স্কাউট আৰু গাইডৰ সৰ্বোচ্চ ৰাজ্যিক স্কাউট আৰু গাইড বঁটা প্ৰদান কৰে। স্কাউট আৰু গাইডসকলে প্ৰতিনিধিত্ব কৰা ১১খন জিলা হৈছে টিৰাপ, পূব ছিয়াং, নিম্ন ডিবং উপত্যকা, নামচাই, উজনি সুৱণশিৰি, লোহিত, পাপুম পাৰে, নামনি সুৱণশিৰি, পশ্চিম ছিয়াং, উজনি ছিয়া আৰু ছিয়াং জিলা।

উল্লেখযোগ্য যে ৰাজ্যপাল হৈছে স্কাউট আৰু গাইডৰ ৰাজ্যিক পৃষ্ঠপোষক। এই বঁটা প্ৰদান অনুষ্ঠানত অৰুণাচলৰ শিক্ষা মন্ত্ৰী হনচুম নংদাম (Honchun Ngandam) আৰু শিক্ষা বিভাগৰ শীৰ্ষ বিষয়াসকল উপস্থিত আছিল। এই অনুষ্ঠানত স্কাউট আৰু গাইডসকলে প্ৰাথমিক চিকিৎসা প্ৰদানৰ এটা প্ৰদৰ্শন কৰে।

ৰাজ্য পুৰস্কাৰক ৰাজ্যপালৰ বঁটা হিচাপেও জনা যায়। এই ৰাজ্যিক পৰ্যায়ৰ বঁটাটো মানুহৰ প্ৰতি আন্তৰিক সেৱা আগবঢ়োৱা স্কাউট আৰু গাইডলৈ আগবঢ়োৱা হয়।

বঁটা লাভ কৰা স্কাউট আৰু গাইডসকলক অভিনন্দন জ্ঞাপন কৰি ৰাজ্যপালে কয় যে এই পুৰস্কাৰে তেওঁলোকৰ কঠিন পৰিশ্ৰমক প্ৰতিফলিত কৰে আৰু এই পুৰস্কাৰ তেওঁলোকৰ প্ৰাপ্য।

ভাৰতীয় সংবিধানত উল্লেখিত স্কাউট আৰু গাইডৰ প্ৰাথমিক কৰ্তব্যসমূহ উল্লেখ কৰি ৰাজ্যপালগৰাকীয়ে স্কাউট আৰু গাইডসকলক বৈজ্ঞানিক মানসিকতা, মানৱতা আৰু অনুসন্ধান আৰু সংস্কাৰৰ স্পৃহাৰে কৰ্তব্যত ব্ৰতী হ’বলৈ আহ্বান জনায়। তেওঁ শিক্ষাৰ্থীসকলক সাহস, ক্ষমা, নিৰংকাৰিতা, সাধুতা, পৰিচ্চন্নতা, আত্ম নিয়ন্ত্ৰণ, প্ৰশান্তি, জ্ঞান, সত্য কথা কোৱা আৰু ক্ৰোধ পৰিহাৰ মানৱীয় প্ৰমূল্যৰ সৈতে যুক্ত হোৱাৰ বাবে আহ্বান জনায়।

ডেমিয়েন লেপছা

ডেমিয়েন লেপছা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কৰমৰ্দন বিতৰ্কৰ মাজতে পানীত পৰিল পাকিস্তানৰ আশাঃ এছিয়া কাপৰ মেচ ৰেফাৰীক বাদ দিয়াৰ দাবী নাকচ ICC-ৰ

কৰমৰ্দন বিতৰ্কৰ মাজতে পানীত পৰিল পাকিস্তানৰ আশাঃ এছিয়া কাপৰ মেচ ৰেফাৰীক বাদ দিয়াৰ দাবী নাকচ ICC-ৰ

September 16, 2025 5:22 pm
বাংলাদেশীৰ পৰা নাইজেৰিয়ানলৈ ১৬ হাজাৰ বিদেশীক ভাৰতৰ পৰা বিতাড়িত কৰাৰ প্ৰস্তুতি চলাইছে কেন্দ্ৰই

বাংলাদেশীৰ পৰা নাইজেৰিয়ানলৈ ১৬ হাজাৰ বিদেশীক ভাৰতৰ পৰা বিতাড়িত কৰাৰ প্ৰস্তুতি চলাইছে কেন্দ্ৰই

September 16, 2025 4:41 pm
ভাৰতলৈ ইলিছ মাছ ৰপ্তানি কৰিবলৈ ৩৭টা বাংলাদেশী কোম্পানীক অনুমোদন

ভাৰতলৈ ইলিছ মাছ ৰপ্তানি কৰিবলৈ ৩৭টা বাংলাদেশী কোম্পানীক অনুমোদন

September 16, 2025 4:10 pm
শিক্ষানুষ্ঠান পৰিসৰত কৰা হিংসাৰ বাবে NIT- শিলচৰৰ ৫ জন বাংলাদেশৰ শিক্ষাৰ্থীক নিলম্বন

শিক্ষানুষ্ঠান পৰিসৰত কৰা হিংসাৰ বাবে NIT- শিলচৰৰ ৫ জন বাংলাদেশৰ শিক্ষাৰ্থীক নিলম্বন

September 16, 2025 3:45 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কৰমৰ্দন বিতৰ্কৰ মাজতে পানীত পৰিল পাকিস্তানৰ আশাঃ এছিয়া কাপৰ মেচ ৰেফাৰীক বাদ দিয়াৰ দাবী নাকচ ICC-ৰ

কৰমৰ্দন বিতৰ্কৰ মাজতে পানীত পৰিল পাকিস্তানৰ আশাঃ এছিয়া কাপৰ মেচ ৰেফাৰীক বাদ দিয়াৰ দাবী নাকচ ICC-ৰ

September 16, 2025 5:22 pm
বাংলাদেশীৰ পৰা নাইজেৰিয়ানলৈ ১৬ হাজাৰ বিদেশীক ভাৰতৰ পৰা বিতাড়িত কৰাৰ প্ৰস্তুতি চলাইছে কেন্দ্ৰই

বাংলাদেশীৰ পৰা নাইজেৰিয়ানলৈ ১৬ হাজাৰ বিদেশীক ভাৰতৰ পৰা বিতাড়িত কৰাৰ প্ৰস্তুতি চলাইছে কেন্দ্ৰই

September 16, 2025 4:41 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd