• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, August 22, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব

আইআইটি স্থাপনৰ বাবে ৫০.৬৭ কোটি টকা অনুমোদন ত্ৰিপুৰা চৰকাৰৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
April 13, 2018 1:33 pm
ratan
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আগৰতলাৰ পৰা প্ৰায় ১২ কিলোমিটাৰ নিলগৰ বুধজুঙনগৰত স্থাপন হ’বলগীয়া ইণ্ডিয়ান ইনষ্টিটিউট অৱ টেকন’লজী চমুকৈ আইআইটি স্থাপনৰ বাবে ত্ৰিপুৰা চৰকাৰে ৫০.৬৭ কোটি টকা অনুমোদন জনাইছে।

অগৰতলাত বৃহস্পতিবাৰে ৰাজ্য চৰকাৰৰ শিক্ষা মন্ত্ৰী ৰতন লাল নাথে এক সংবাদ মেল সম্বোধন কৰি এই কথা ঘোষণা কৰে।

সংবাদমেলখনত পূৰ্বৰ বাওঁপন্থী চৰকাৰখনক তুলাধূনা দি মন্ত্ৰী গৰাকীয়ে কয়— ‘ৰাজহুৱা ব্যক্তিগত সহযোগিতা চমুকৈ পিপিপিৰ অধীনত ২০১২ চনত এই আইআইটিখন স্থাপনৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল।কিন্তু সেই সময়ৰ বাওঁপন্থী চৰকাৰখনৰ বাবে সেয়া সম্ভৱপৰ নহ’ল।একমাত্ৰ বাওঁপন্থী চৰকাৰখনৰ সদিচ্চাৰ অভাৱৰ বাবে ছবছৰ ধৰি প্ৰকল্পটো বন্ধ হৈ থাকিল’।

উল্লেখযোগ্য যে আগৰতলাৰ পৰা প্ৰায় ১২ কিলোমিটাৰ নিলগৰ বুধজুঙনগৰত স্থাপন হ’বলগীয়া এই আইআইটিখনৰ বাবে ৫২.০৮ একৰ ভূমি ইতিমধ্যে অধিগ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে।

ৰাজ্যখনৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ শিক্ষাৰ্থী সকলে এই শৈক্ষিক প্ৰতিষ্ঠানখনৰ পৰা উপকৃত হ’ব পাৰিব বুলি আশা প্ৰকাশ কৰিছে বিভিন্নজনে।উল্লেখযোগ্য যে এই আইআইটিখন স্থাপনৰ বাবে মুঠ ব্যয় হ’ব ১২৮ কোটি টকা।

ইয়াৰ ভিতৰত কেন্দ্ৰ চৰকাৰে ৭৩.৬০ কোটি টকা আগবঢ়োৱাৰ বিপৰীতে ৰাজ্য চৰকাৰে ৪৪.৮০ কোটি টকা আগবঢ়াব।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ৰাস্তাৰ কুকুৰবোৰক আৱদ্ধ কৰি ৰাখিব নোৱাৰিব; উচ্চতম ন্যায়ালয়ে সলনি কৰিলে ৰায়, বান্ধি দিলে চৰ্ত!

ৰাস্তাৰ কুকুৰবোৰক আৱদ্ধ কৰি ৰাখিব নোৱাৰিব; উচ্চতম ন্যায়ালয়ে সলনি কৰিলে ৰায়, বান্ধি দিলে চৰ্ত!

August 22, 2025 1:01 pm
হিমন্ত আৰু অসম আৰক্ষীৰ মুখত চূণ সানিলে উচ্চতম ন্যায়ালয়ে! সাংবাদিক সিদ্ধাৰ্থ ভৰদাৰাজন আৰু কৰণ থাপৰক গ্ৰেপ্তাৰৰ পৰা অন্তৱৰ্তীকালীন সুৰক্ষা

হিমন্ত আৰু অসম আৰক্ষীৰ মুখত চূণ সানিলে উচ্চতম ন্যায়ালয়ে! সাংবাদিক সিদ্ধাৰ্থ ভৰদাৰাজন আৰু কৰণ থাপৰক গ্ৰেপ্তাৰৰ পৰা অন্তৱৰ্তীকালীন সুৰক্ষা

August 22, 2025 12:46 pm
‘ভোট-চুৰি’ৰ প্ৰসংগ উত্থাপন কৰা বাবে নিৰ্বাচন আয়োগে বাতিল কৰিব লাগে কংগ্ৰেছৰ পঞ্জীয়নঃ ছুপ্ৰীম কোৰ্টত দাখিল ৰাজহুৱা স্বাৰ্থজড়িত আবেদন

‘ভোট-চুৰি’ৰ প্ৰসংগ উত্থাপন কৰা বাবে নিৰ্বাচন আয়োগে বাতিল কৰিব লাগে কংগ্ৰেছৰ পঞ্জীয়নঃ ছুপ্ৰীম কোৰ্টত দাখিল ৰাজহুৱা স্বাৰ্থজড়িত আবেদন

August 22, 2025 12:15 pm
ভাতৃক সাৰথি কৰি কাম-চাকৰি দিয়াৰ নামত কোটি কোটি টকা লুণ্ঠন, যুৱতীক শাৰীৰিকভাৱে অপদস্থ; আৰ এছ এছ নেতা কৌশিক শৰ্মাক গ্ৰেপ্তাৰ

ভাতৃক সাৰথি কৰি কাম-চাকৰি দিয়াৰ নামত কোটি কোটি টকা লুণ্ঠন, যুৱতীক শাৰীৰিকভাৱে অপদস্থ; আৰ এছ এছ নেতা কৌশিক শৰ্মাক গ্ৰেপ্তাৰ

August 22, 2025 11:38 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ৰাস্তাৰ কুকুৰবোৰক আৱদ্ধ কৰি ৰাখিব নোৱাৰিব; উচ্চতম ন্যায়ালয়ে সলনি কৰিলে ৰায়, বান্ধি দিলে চৰ্ত!

ৰাস্তাৰ কুকুৰবোৰক আৱদ্ধ কৰি ৰাখিব নোৱাৰিব; উচ্চতম ন্যায়ালয়ে সলনি কৰিলে ৰায়, বান্ধি দিলে চৰ্ত!

August 22, 2025 1:01 pm
হিমন্ত আৰু অসম আৰক্ষীৰ মুখত চূণ সানিলে উচ্চতম ন্যায়ালয়ে! সাংবাদিক সিদ্ধাৰ্থ ভৰদাৰাজন আৰু কৰণ থাপৰক গ্ৰেপ্তাৰৰ পৰা অন্তৱৰ্তীকালীন সুৰক্ষা

হিমন্ত আৰু অসম আৰক্ষীৰ মুখত চূণ সানিলে উচ্চতম ন্যায়ালয়ে! সাংবাদিক সিদ্ধাৰ্থ ভৰদাৰাজন আৰু কৰণ থাপৰক গ্ৰেপ্তাৰৰ পৰা অন্তৱৰ্তীকালীন সুৰক্ষা

August 22, 2025 12:46 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd