• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 5, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

আতচবাজী কাৰখানাত বিস্ফোৰণ: প্ৰাণ হেৰুৱালে ১১ গৰাকী শ্ৰমিকে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 18, 2023 10:13 am
blasts in firecracker unit
468
VIEWS
Share on FacebookShare on Twitter

সমাগত পোহৰৰ উৎসৱ দিপাৱলী। দিপাৱলীৰ প্ৰাক:ক্ষণত আতচবাজীৰ প্ৰস্তুতত ব্যস্ত হৈ পৰিছে আতচবাজী নিৰ্মাণ কাৰখানাসমূহ। পিছে দিপাৱলীক আদৰাৰ এই প্ৰস্তুতিৰ সময়তে শোকাৱহ দুই ঘটনাই শোকাকুল পৰিৱেশৰ সৃষ্টি কৰিছে।

মঙলবাৰে তামিলনাডুৰ বিৰুধুনগৰ জিলাত দুই আতচবাজী কাৰখানাত হোৱা বিধ্বংসী অগ্নিকাণ্ডত এঘাৰজন লোক নিহত হোৱাৰ লগতে দুজন আহত হয়। জিলাখনৰ ৰঙাপলায়াম আৰু কিচানায়কনপট্টি নামৰ দুই অঞ্চলত হয় এই শোকাৱহ ঘটনা।

আৰক্ষী, অগ্নিনিৰ্বাপক বাহিনীৰ কৰ্মী আৰু স্থানীয় লোকৰ সামগ্ৰিক প্ৰচেষ্টাত দুয়োটা স্থানতে অগ্নি নিৰ্বাপন কৰা হয় আৰু ভুক্তভোগীক উদ্ধাৰৰ চেষ্টা চলোৱা হয়।

আৰক্ষীৰ এগৰাকী জ্যেষ্ঠ বিষয়াই সদৰী কৰা মতে, ৰঙাপলায়ামৰ আতচবাজী ইউনিটৰ বিস্ফোৰণথলীৰ পৰা মুঠ সাতটা জ্বলি যোৱা মৃতদেহ উদ্ধাৰ কৰা হৈছে। মৃতদেহকেইটাৰ পৰিচয় এতিয়াও জানিব পৰা হোৱা নাই।

নিহত লোককেইজন আতজবাজী কাৰখানাটোত কৰ্মৰত শ্ৰমিক হ’ব পাৰে বুলি আৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰিছে। আনহাতে ঘটনাস্থলীৰ পৰা সংকটজনক অৱস্থাত উদ্ধাৰ হোৱা তিনিজন লোকে পিছত মৃত্যুক সাৱটি লয়।

ইফালে কিচানায়কনপট্টিৰ আতচবাজী ইউনিটত এনেধৰণৰ আন এক ঘটনাত এজন লোকৰ মৃত্যু হয়। আৰক্ষীয়ে জনোৱা মতে, এই বিস্ফোৰণত দুগৰাকী মহিলা শ্ৰমিকক আঘাতপ্ৰাপ্ত অৱস্থাত উদ্ধাৰ কৰা হয়।

উদ্ধাৰ হোৱা দুয়োগৰাকী মহিলা শ্ৰমিকক তাৎক্ষণিকভাৱে চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। আৰক্ষীৰ তথ্য মতে, দুয়োটা কাৰখানাৰে বৈধ অনুজ্ঞাপত্ৰ আছিল। ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰা হৈছে বুলি আৰক্ষীয়ে সদৰী কৰে।

তামিলনাডুৰ মুখ্যমন্ত্ৰী এম কে ষ্টেলিনে এই শোকাৱহ ঘটনাত শোক প্ৰকাশ কৰি মৃতকৰ পৰিয়াললৈ ৩ লাখ টকাকৈ আৰু গুৰুতৰভাৱে আহতসকলৰ বাবে ১ লাখ টকাৰ সাহায্য ঘোষণা কৰে।

Recent News

অসম, মহাৰাষ্ট্ৰ আৰু উত্তৰ-পূবত ফাৰ্মাচী কলেজৰ উৎকোচৰ গোচৰ; চিবিআইৰ জালত মণ্টু পেটেল

অসম, মহাৰাষ্ট্ৰ আৰু উত্তৰ-পূবত ফাৰ্মাচী কলেজৰ উৎকোচৰ গোচৰ; চিবিআইৰ জালত মণ্টু পেটেল

বুলেটপ্ৰুফ কফি ধাৰাবাহিকভাৱে খোৱাটো নিৰাপদ নেকি? জানো আহক

বুলেটপ্ৰুফ কফি ধাৰাবাহিকভাৱে খোৱাটো নিৰাপদ নেকি? জানো আহক

জয়ৰ গোন্ধ পাইছে ভাৰতে! ছিৰাজ-আকাশ দীপৰ দুৰ্দান্ত বলিঙেৰে ইংলেণ্ডক নিয়ন্ত্ৰণ গীল বাহিনীৰ

জয়ৰ গোন্ধ পাইছে ভাৰতে! ছিৰাজ-আকাশ দীপৰ দুৰ্দান্ত বলিঙেৰে ইংলেণ্ডক নিয়ন্ত্ৰণ গীল বাহিনীৰ

চিলাপথাৰৰ সাংবাদিক মাধুৰ্য শইকীয়াক আক্ৰমণৰ গুৱাহাটী প্ৰেছ ক্লাৱৰ গৰিহণা

চিলাপথাৰৰ সাংবাদিক মাধুৰ্য শইকীয়াক আক্ৰমণৰ গুৱাহাটী প্ৰেছ ক্লাৱৰ গৰিহণা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd