• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 15, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব

ইম্ফলত চীনা ক্ৰীড়া বিশেষজ্ঞৰ তত্বাৱধানত ‘ছাই’ৰ খেলুৱৈৰ উশ্বুৰে বিশ্ব বিজয়ৰ অনুশীলন

সভাপতি চামম by সভাপতি চামম
May 21, 2018 3:53 pm
wushu coaches of India with some of the chinese experts
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মণিপুৰৰ ৰাজধানী চহৰ ইম্ফলত প্ৰথমবাৰৰ বাবে পাঁচ দিনীয়া ৰাষ্ট্ৰীয় পৰ্যায়ৰ উশ্বু প্ৰশিক্ষণ আলোচনাচক্ৰ আৰম্ভ হৈছে। সোমবাৰে এই আলোচনাচক্ৰখন খুমান লামপাক ক্ৰীড়া চৌহদ (Khuman Lampak Sports Complex) অৱস্থিত ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণ (SAI)ৰ অন্তৰ্গত স্পিচিয়েল গেমছ অডিটৰিয়ামত উন্মোচন কৰা হয়।

এই আলোচনাচক্ৰখন খুমান লামপাক ক্ৰীড়া চৌহদত অৱস্থিত ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণ আৰু মণিপুৰ অলিম্পিক হলৰ সহযোগিতাত ভাৰতীয় উশ্বু সন্থাৰ পৃষ্ঠপোষকতাত অনুষ্ঠিত কৰা হয়। এই আলোচনাচক্ৰখন মে’ মাহৰ ২১ৰ পৰা ২৫ তাৰিখলৈকে চলি থাকিব।

যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া সচিব ববী ৱাইখম, ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণৰ উত্তৰ-পূব প্ৰাদেশিক সঞ্চালক ফ্ৰেঞ্চিছ মাৰৱিন ৰাষ্ট্ৰীয় ক্ৰীড়া বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক কে ৰাধাকুমাৰ আৰু ভাৰতীয় উশ্বু সন্থাৰ কৰমকৰ্তাসকলে এই আলোচনাচক্ৰকখনত অংশগ্ৰহণ কৰে।

ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণৰ বি,য়ববীয়সকলৰ তৰফৰ পৰা জনোৱা হৈছে এছিয়ান গেমছ আৰু অন্যন্য আন্তঃজাতিক প্ৰতিযোগিতাত সোণৰ পদক লাব কৰাৰ লক্ষ্যেৰে যে  কেন্দ্ৰীয় কৰ্তৃপক্ষৰ সাহাৰ্যত ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণৰ উত্তৰ-পূব প্ৰাদেশিক কেন্দ্ৰৰ ইম্ফল কেন্দ্ৰই এই আলোচনাচক্ৰখন অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত আগভাগ লৈছিল।

ইম্ফলৰ উশ্বু প্ৰশিক্ষক এম প্ৰেমকুমাৰে কৈছে যে তেওঁলোকে কনিষ্ঠ শাখাত বিশ্ব আৰু এছিয়ান চেম্পিয়ন সৃষ্টি কৰিব পাৰিছে। তেওঁ আৰু কয় যে সেয়েহে তেওঁলোকৰ লক্ষ্য হৈছে  জ্যেষ্ঠ শাখাত এছিয়ান চেম্পিয়ন সৃষ্টি কৰা আৰু যদিহে এই ক্ৰীড়াক অলিম্পিকত অন্তৰ্ভুক্ত কৰা হয়, তেন্তে অলিম্পিক চেম্পিয়নো সৃষ্ট কৰাটো।

১৯৮০ চনৰ শেষৰ ফালে আমাৰ দেশত উশ্বু জনপ্ৰিয়তা লাভ কৰাৰ পাছৰে পৰাই অকল মণিপুৰৰ ৫০০ উশ্বু খেলুৱৈক ধৰি সমগ্ৰ দেশতে ১৫,০০০ৰো অধিক উশ্বু খেলুৱৈ নিশ্চয় আছে। এই পৰ্যন্ত দেশখনত ২৬খন জেষ্ঠ ৰাষ্ট্ৰীয় প্ৰতিযোগিতা আৰ অন্য ছাব জুনিয়ৰ আৰু জুনিয়ৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰা হৈছে।

উশ্বুক ভাৰতৰ যুৱ পৰিক্ৰমা মন্ত্ৰ্যালয় আৰু ভাৰতীয় অলিম্পিক সংস্থাই ১৯৯৩ চনত স্বীকৃতি প্ৰদান কৰে। প্ৰখ্যাত উশ্বু খেলুৱৈ সৃষ্টি কৰাৰ ক্ষেত্ৰত মণিপুৰ ভাৰতৰ প্ৰথমখন ৰাজ্য। মণিপুৰেই ভাৰতৰ প্ৰথম তিনিগৰাকী অৰ্জুন বঁটা বিজয়ী উশ্বু খেলুৱৈক সৃষ্টি কৰিছে, তেওঁলোক হৈছে ডব্লিউ সন্ধ্যাৰাণী, (২০১১), এম বিমলজীৎ (২০১২) আৰু ৱাই ছানাথই (২০১৪)। এই ক্ৰীড়াবিধত আগবাঢ়ি থকা  মণিপুৰৰ পাছত অন্য ৰাজ্যসমূহ  হৈছে হাৰিয়ানা, দিল্লী, মধ্য প্ৰদেশ ইত্যাদি। মিপুৰৰ পাছত উত্তৰ-পূবৰ অন্য ৰাজ্যসমূহ হৈছে অসম আৰু মেঘালয়।

পাঁচ দিনীয়া ৰাষ্ট্ৰীয় প্ৰশিক্ষণ সম্পাদন কৰিব চীনৰ পৰা অহা অধ্যাপক জেং ফাঙে। অধ্যাপক জেং ফাং  বেইজি স্পৰ্টছ ইউনিভাৰছিটিৰ অধ্যাপক লি কিয়াওলিং, চেংদু ইন্সিটিউট অব ফিজিকেল এড্যুকেশ্যনৰ ঝাং জিয়ৈও উ, গুৱাংচি উশ্বু টীমৰ কিন ৰানকং আৰু ৱাহান ইন্সচিটিউট অব ফিজিকেল ইড্যুকেশ্যনৰৰ লিয়াং য়াডগঙেৰে গঠিত উশ্বু বিশেষজ্ঞৰ দলটোৰ নেতৃত্বত আছে।

সভাপতি চামম

সভাপতি চামম

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মৰাণ জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীত অনিৰ্দিষ্টকালীন অৰ্থনৈতিক অৱৰোধ

মৰাণ জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীত অনিৰ্দিষ্টকালীন অৰ্থনৈতিক অৱৰোধ

September 15, 2025 8:36 pm
ভদিয়া বানে নষ্ট কৰিলে খেতিয়কৰ সপোন : প্লাৱিত লখিমপুৰ, বিশ্বনাথ, শোণিতপুৰ আৰু ওদালগুৰি জিলা

ভদিয়া বানে নষ্ট কৰিলে খেতিয়কৰ সপোন : প্লাৱিত লখিমপুৰ, বিশ্বনাথ, শোণিতপুৰ আৰু ওদালগুৰি জিলা

September 15, 2025 7:42 pm
জ্যোতি চিত্ৰবনত তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব ‘Soul’ তথ্য-চিত্র ছবি সমাৰোহ

জ্যোতি চিত্ৰবনত তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব ‘Soul’ তথ্য-চিত্র ছবি সমাৰোহ

September 15, 2025 7:04 pm
এচিএছ নুপুৰ বৰাৰ ফ্লেটত ভিজিলেন্সৰ অভিযান : উদ্ধাৰ নগদ ১০ লাখ টকাৰ লগতে বৃহৎ পৰিমাণৰ সোণ আৰু হীৰা

এচিএছ নুপুৰ বৰাৰ ফ্লেটত ভিজিলেন্সৰ অভিযান : উদ্ধাৰ নগদ ১০ লাখ টকাৰ লগতে বৃহৎ পৰিমাণৰ সোণ আৰু হীৰা

September 15, 2025 6:40 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মৰাণ জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীত অনিৰ্দিষ্টকালীন অৰ্থনৈতিক অৱৰোধ

মৰাণ জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীত অনিৰ্দিষ্টকালীন অৰ্থনৈতিক অৱৰোধ

September 15, 2025 8:36 pm
ভদিয়া বানে নষ্ট কৰিলে খেতিয়কৰ সপোন : প্লাৱিত লখিমপুৰ, বিশ্বনাথ, শোণিতপুৰ আৰু ওদালগুৰি জিলা

ভদিয়া বানে নষ্ট কৰিলে খেতিয়কৰ সপোন : প্লাৱিত লখিমপুৰ, বিশ্বনাথ, শোণিতপুৰ আৰু ওদালগুৰি জিলা

September 15, 2025 7:42 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd