• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 3, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

এ এম চিৰ ২৩ মাৰ্চৰ সাক্ষাৎকাৰত কলা শাখাৰ লেবৰেটৰী টেকনিচিয়ানক বঞ্চিত কৰাৰ অভসন্ধি  

এন ই নাও নিউজ by এন ই নাও নিউজ
March 22, 2018 10:59 am
Assam Medical College - Dibrugarh
111
VIEWS
Share on FacebookShare on Twitter

অহা ২৩ মাৰ্চত ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয়ত (এ এম চি) অনুষ্ঠিত হ’বলগীয়া সাক্ষাৎকাৰ প্ৰক্ৰিয়াৰো চূড়ান্ত অনিময়ৰ অভিযোগ উত্থাপন হোৱা পৰিলক্ষিত হৈছে। কলা শাখাত উত্তীৰ্ণ হৈ লেবৰেটৰী টেকনিচিয়ান পঢ়াসকলক সাক্ষাতকাৰৰ পৰা বঞ্চিত কৰাৰ এক ভিতৰুৱা অভিসন্ধি চলা বুলি গুৰুতৰ অভিযোগ কৰিছে একাংশ প্ৰাৰ্থীয়ে।

তাৎপৰ্যপূৰ্ণ যে, সাক্ষাৎকাৰৰ বাবে আবেদন কৰা একাংশ লেবৰেটৰী টেকনিচিয়ানে কলা শাখাৰ পৰা উত্তীৰ্ণ হোৱা। ইয়াৰে আকৌ অধিকাংশই অসম চিকিৎসা মহাবিদ্যালয়ত (এ এম চি) বহু বছৰ ধৰি সেৱা আগবঢ়াই আহিছে।

সেয়ে এনে একাংশ লেবৰটৰী টেকনিচিয়ানে বিষয়বস্তুটোৰ গুৰুত্ব বুজি সাক্ষাৎকাৰত কলা আৰু বিজ্ঞান উভয় শাখাতে উত্তীৰ্ণ টেকনিচিয়ানক অগ্ৰাধিকাৰ দিবলৈ অসমৰ স্বাস্থ্য মন্ত্ৰী আৰু স্বাস্থ্য শিক্ষা সঞ্চালকক আহ্বান জনাইছে।

উল্লেখযোগ্য যে, ২০০৯ চনৰ আগলৈকে সকলো চিকিৎসা মহাবিদ্যালয়ত প্ৰথম বৰ্ষৰ চাৰ্টিফিকেট ক’ৰ্ছ পঢ়া শিক্ষাৰ্থীক সুবিধা দিছিল। অৰ্থাৎ সেইসকলেই আৰম্ভণিৰ পৰা সেৱা আগবঢ়াই আহিছে। এতিয়া বিজ্ঞান শাখাৰ লেবৰেটৰী টেকনিচিয়ানসকল অহাৰ পাছত কলা শাখাৰ টেকনিচিয়ানসকলক বঞ্চিত কৰাটো যুক্তিসংগত নহয় বুলিও তেওঁলোকে জনায়।

অহা ২৩ মাৰ্চত এ এম চিত অনুষ্ঠিত কৰিবলৈ লোৱা লেবৰেটৰী টেকনিচিয়ানৰ মৌখিক পৰীক্ষা সাময়িকভাবে বাতিল কৰিবলৈ স্বাস্থ্য শিক্ষা সঞ্চালকক দাবী জনাইছে।

কলা শাখাত উত্তীৰ্ণ হৈ পাছলৈ লেবৰেটৰী টেকনিচিয়ান হোৱা সকলে বছৰ বছৰ ধৰি প্ৰতিখন চিকিৎসা মহাবিদ্যালয়ত স্থায়ীভাৱে সেৱা আগবঢ়াই অহাৰ পাছত কি যুক্তিত এতিয়া তেওঁলোকক বঞ্চিত কৰাৰ পৰিকল্পনা কৰা হৈছে তাক লৈ সৰ্বত্ৰে প্ৰশ্ন উত্থাপন হৈছে।

উল্লেখযোগ্য যে ইয়াৰ পূৰ্বেও গুৱাহাটী মেডিকেল কলেজত অনুষ্ঠিত লেবৰেটৰী টেকনিচিয়ান পদৰ সাক্ষাৎকাৰত ব্যাপক অনিয়ম হোৱাৰ অভিযোগ উহ্থাপন হৈছিল।  কিন্তু এতিয়া এই সম্পৰ্কত স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কি পদক্ষজ্ঞেপ গ্ৰহণ কৰে সেয়া লক্ষ্যণীয় হ’ব।

Recent News

পখিলাৰ ৰঙেৰে জকমকাইছে ভাৰতৰ এখন ৰাজ্য! কেৰালাৰ আৰালাম বনাঞ্চলত স্থাপিত হ’ল ভাৰতৰ প্ৰথম পখিলা অভয়াৰণ্য

পখিলাৰ ৰঙেৰে জকমকাইছে ভাৰতৰ এখন ৰাজ্য! কেৰালাৰ আৰালাম বনাঞ্চলত স্থাপিত হ’ল ভাৰতৰ প্ৰথম পখিলা অভয়াৰণ্য

কোকৰাঝাৰত তপাৰ মূৰত চুলি গজোৱাৰ পৰা বঞ্চিত পংকজ পাঠক, আৰক্ষীয়ে দিলে পহুখেদা

কোকৰাঝাৰত তপাৰ মূৰত চুলি গজোৱাৰ পৰা বঞ্চিত পংকজ পাঠক, আৰক্ষীয়ে দিলে পহুখেদা

অসমৰ প্ৰধান মুখ্য বন সংৰক্ষকৰ বিৰুদ্ধে আইনী প্ৰক্ৰিয়া আৰম্ভ কৰিবলৈ নিৰ্দেশ পৰিবেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ৰ

অসমৰ প্ৰধান মুখ্য বন সংৰক্ষকৰ বিৰুদ্ধে আইনী প্ৰক্ৰিয়া আৰম্ভ কৰিবলৈ নিৰ্দেশ পৰিবেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ৰ

ওলা-উবেৰ আদিৰ বাবে চৰকাৰৰ নতুন নিৰ্দেশনা: পিক-আৱাৰত দুগুণ ভাড়া আদায়ৰ অনুমতি

ওলা-উবেৰ আদিৰ বাবে চৰকাৰৰ নতুন নিৰ্দেশনা: পিক-আৱাৰত দুগুণ ভাড়া আদায়ৰ অনুমতি

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd