• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, June 30, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

এনডিপিপি-বিজেপি মিত্ৰজোঁটৰ বিৰুদ্ধে নিৰ্বাচন আয়োগত এনপিএফৰ অভিযোগ দাখিল

এন ই নাও নিউজ by এন ই নাও নিউজ
February 26, 2018 9:34 pm
NPF-1-570x320

প্ৰতিনিধিত্বমূলক ফটো

254
VIEWS
Share on FacebookShare on Twitter

এনপিএফে সোমবাৰে এনডিপিপি-বিজেপি মিত্ৰজোঁটৰ বিৰুদ্ধে ভাৰতৰ নিৰ্বাচন আয়োগৰ ওচৰত নিৰ্বাচনী আচৰণ বিধি ভংগ কৰাৰ অভিযোগ আনি গোচৰ দাখিল কৰিছে।

নিৰ্বাচন আয়োগক দিয়া অভিযোগত এনপিএফে কৈছে যে এনডিপিপি-বিজেপি মিত্ৰজোঁটে ২৬ ফেব্ৰুৱাৰীত স্থানীয় বাতৰিকাকতত দিয়া এটা পূৰ্ণ পৃষ্ঠাৰ বিজ্ঞাপনৰ জৰিয়তে এলানি প্ৰতিশ্ৰুতি আগবঢ়াই প্ৰত্যক্ষভাৱে নিৰ্বাচনী আচৰণ বিধি ভংগ কৰিছে।

দলে আঙুলিয়াই দিয়ে যে এনডিপিপি-বিজেপি মিত্ৰজোঁটে বিজ্ঞাপনৰ জৰিয়তে উত্তৰ-পূৰ্বাঞ্চলৰ বাবে কেন্দ্ৰীয় আঁচনিসমূহত ১০০ শতাংশ পুজি (পূৰ্বতে যিটো ৯০:১০ অনুপাতত আছিল) যোগান ধৰাৰ প্ৰতিশ্ৰুতি দিয়াৰ লগতে পৰৱৰ্তী তিনি বছৰত আন্ত:গাঁথনিৰ বাবে ৫৩০০ কোটি টকা আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি দিছে।

কোৱা হৈছে যে মিত্ৰজোঁটৰ সহযোগী দলেও নাগালেণ্ডত ৰাস্তা-ঘাটৰ বাবে ১০,০০০ কোটি, ডিমাপুৰ-কোহিমা ৰে’লপথৰ বাবে ৩০০০ কোটি, বিদ্যুৎ সংযোগৰ বাবে ৮০০ কোটি আৰু কোহিমা স্মাৰ্ট চিটি প্ৰকল্পৰ বাবে ১৮০০ কোটি টকা আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি দিয়া কাৰ্যই নিৰ্বাচনী বিধি ভংগ কৰিছে।

নিৰ্বাচন আয়োগৰ নিৰ্দেশনাত কোৱা আছে যে যিকোনো বিত্তীয় অনুদান ঘোষণা কৰা বা প্ৰতিশ্ৰুতি দিয়া অথবা পথ নিৰ্মাণৰ কোনো প্ৰতিশ্ৰুতি দিয়া ইত্যাদিয়ে নিৰ্বাচনী প্ৰক্ৰিয়াৰ শুদ্ধতা বিনষ্ট কৰে বা ভোটাৰক আকৃষ্ট কৰি তেওঁলোকক ভোট দিয়াৰ বাবে প্ৰভাৱিত কৰে।

এনপিএফে সেয়েহে দাবী কৰে যে ভাৰতীয় নিৰ্বাচন আয়োগে ইয়াৰ বিৰুদ্ধে ‘’দুৰ্নীতি আচৰণ’’ কাৰ্য হিচাপে  ধৰি আৰু নিৰ্বাচনী আইনৰ অধীনৰ অপৰাধ হিচাপে শীঘ্ৰে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে।

 

Recent News

মনে মনে থকা মানে কোনো সমস্যা নহয়; অন্তৰ্মুখী শিশুসকলক কোৱা উচিত নহয় এই ৫টা কথা

মনে মনে থকা মানে কোনো সমস্যা নহয়; অন্তৰ্মুখী শিশুসকলক কোৱা উচিত নহয় এই ৫টা কথা

লোকপিয়ল ২০২৬: অসমসহ সমগ্ৰ দেশত ১ এপ্ৰিলৰ পৰা ঘৰৰ গণনা আৰম্ভ, সমান্তৰালকৈ হ’ব জাতি গণনাও

লোকপিয়ল ২০২৬: অসমসহ সমগ্ৰ দেশত ১ এপ্ৰিলৰ পৰা ঘৰৰ গণনা আৰম্ভ, সমান্তৰালকৈ হ’ব জাতি গণনাও

ডিগবৈত ৮ বছৰীয়া বনৰীয়া হাতীৰ ৰহস্যজনক মৃত্যু: সংৰক্ষণবিদ আৰু স্থানীয়লোকৰ উদ্বেগ প্ৰকাশ

ডিগবৈত ৮ বছৰীয়া বনৰীয়া হাতীৰ ৰহস্যজনক মৃত্যু: সংৰক্ষণবিদ আৰু স্থানীয়লোকৰ উদ্বেগ প্ৰকাশ

প্ৰস্তাৱিত সংহত ভূমি আইনৰ  বিৰোধীতা, অসমৰ সকলো ভূমিৰ জৰীপৰ দাবী অসম ৰাজ্যিক কৃষক সভাৰ

প্ৰস্তাৱিত সংহত ভূমি আইনৰ  বিৰোধীতা, অসমৰ সকলো ভূমিৰ জৰীপৰ দাবী অসম ৰাজ্যিক কৃষক সভাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd