• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, May 18, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ওদালগুৰি জিলাৰ দ্বিতীয়টো যোগকেন্দ্ৰ মুকলি কৰিলে বিধায়ক চৰণ বড়োৱে

চাজিদ খান by চাজিদ খান
January 13, 2018 5:39 pm
1.4k
VIEWS
Share on FacebookShare on Twitter

ওদালগুৰি জিলাৰ মুঠ তিনিটা যোগকেন্দ্ৰৰ দ্বিতীয়টো আজি আনুষ্ঠানিকভাৱে মুকলি কৰে মাজবাটৰ বিধায়ক চৰণ বড়োৱে। এই কথা জনাইছে জিলাখনৰ আয়ুষ ন’ডেল বিষয়া ডাঃ ৰবীন ডেকাই। ইতিপূৰ্বে জিলাখনৰ প্ৰথমটো যোগকেন্দ্ৰ ওদালগুৰিত স্থাপন কৰা হৈছে আৰু ইয়াত যোগৰ অনুশীলন শিকাই থকা হৈছে।

আজি কেন্দ্ৰটো মুকলি কৰি বিধায়ক চৰণ বড়োৱে ৰাজ্য চৰকাৰৰ সৰ্বসাধাৰণ লোকৰ জীৱন দীৰ্ঘায়িত আৰু সুখী কৰাৰ বাবে ভাৰতৰ এই প্ৰাচীন স্বাস্থ্য চৰ্চা প্ৰথাটোক পুনৰ মানুহৰ মাজলৈ আনিবলৈ কৰা প্ৰচেষ্টাৰ শলাগ লয়।

আয়ুষৰ জিলা নডেল বিষয়া ডাঃ ৰবীন ডেকাই জীৱনত যোগ আৰু প্ৰাণায়ামৰ গুৰুত্বৰ বিষয়ে উপস্থিত সকলৰ আগত ব্যাখ্যা কৰে। উদ্বোধনী অনুষ্ঠানটোত মাজবাটৰ ৰাজহ চক্ৰ বিষয়া ধৃতি কুমাৰ দাস, মাজবাটৰ এন এইচ্ছ এমৰ খণ্ড প্ৰকল্প বিষয়া পংকজ সভাপণ্ডিতৰ লগতে আন বহুকেইজন বিশিষ্ট ব্যক্তি উপস্থিত আছিল। অনুষ্ঠানটোত সভাপতিত্ব কৰিছিল মাজবাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰ প্ৰাপ্ত অধ্যক্ষ এ ৰাভাই।

সূত্ৰটোৱে জনোৱা মতে যোগ বিশেষজ্ঞ কুমুদ হালৈ আৰু সুলেখা বসুমতাৰীক কেন্দ্ৰটোত যোগাভ্যাস শিকোৱাৰ দায়িত্ব দিয়া হৈছে।

আনহাতে তৃতীয়টো যোগকেন্দ্ৰ ভেৰাগাৱঁত স্থাপন কৰা হ’ব আৰু এইটো মাঘবিহুৰ পিছতে মুকলি কৰা হ’ব।

উল্লেখযোগ্য যে যোৱা ১৯ ডিচেম্বৰত ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰীয়ে চৰকাৰৰ নতুনকৈ লোৱা যোগ প্ৰকল্পৰ অধীনত সমগ্ৰ ৰাজ্যৰ ৩৩ খন জিলাত মুঠ ১০০ টা যোগকেন্দ্ৰ ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে আনুষ্ঠানিকভাৱে মুকলি কৰিছিল। ওদালগুৰি জিলাত মুঠ তিনিটা এনে কেন্দ্ৰৰ অনুমোদন দিয়া হৈছে।

Recent News

গুৱাহাটীত ৫৫ হাজাৰ পিএমএৱাই-জি ঘৰৰ গৃহপ্ৰৱেশৰ ভাৰ্চুৱেল অনুষ্ঠানত অংশগ্ৰহণ কৰিলে কেন্দ্ৰীয় মন্ত্ৰী  শিৱৰাজ সিং চৌহানে

গুৱাহাটীত ৫৫ হাজাৰ পিএমএৱাই-জি ঘৰৰ গৃহপ্ৰৱেশৰ ভাৰ্চুৱেল অনুষ্ঠানত অংশগ্ৰহণ কৰিলে কেন্দ্ৰীয় মন্ত্ৰী  শিৱৰাজ সিং চৌহানে

‘কি আপদ! ‘জেলেনস্কি প্রতিবাৰে ৱাশ্বিংটনলৈ আহে আৰু ১০০ বিলিয়ন ডলাৰ লৈ ওলাই যায়,’-ট্ৰাম্প…

‘কি আপদ! ‘জেলেনস্কি প্রতিবাৰে ৱাশ্বিংটনলৈ আহে আৰু ১০০ বিলিয়ন ডলাৰ লৈ ওলাই যায়,’-ট্ৰাম্প…

ইংলিচ চেনেলৰ পৰা এভাৰেষ্টলৈ : ৮ মাহত ১৩,০০০ কিঃমিঃ পথ অতিক্ৰম মেৰিন কামাণ্ডাৰৰ

ইংলিচ চেনেলৰ পৰা এভাৰেষ্টলৈ : ৮ মাহত ১৩,০০০ কিঃমিঃ পথ অতিক্ৰম মেৰিন কামাণ্ডাৰৰ

১০ মিনিটৰ বাবে আসনত নাছিল কোনো পাইলট, মাজ আকাশত সংকটত ২০০ যাত্ৰী, শেষত কি হ’ল?

১০ মিনিটৰ বাবে আসনত নাছিল কোনো পাইলট, মাজ আকাশত সংকটত ২০০ যাত্ৰী, শেষত কি হ’ল?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd