• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 20, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

কণমাণি ছোৱালীক ধৰ্ষণ কৰি হত্যা কৰাত অভিযুক্ত দুজনক উত্তেজিত গঞাই থানাৰ পৰা উলিয়াই মৰিয়াই মাৰিলে অৰুণাচলৰ তেজুত

লক্ষ্মণ শৰ্মা by লক্ষ্মণ শৰ্মা
February 19, 2018 5:07 pm
rape accused murdered teju

অভিযুক্ত দুগৰাকীৰ তেজু মাৰ্কেট এৰিয়াত পৰি থকা মৃতদেহ

168
VIEWS
Share on FacebookShare on Twitter

পাঁচ বছৰীয়া কণমাণি ছোৱালী এগৰাকীক ধৰ্ষণৰ অভিযোগত অভিযুক্ত দুজন লোকক ধৰ্ষিতা কণমাণিগৰাকীৰ গাঁৱৰ লোকে আৰক্ষীৰ নিৰাপত্তা বেস্তনীৰ পৰা উলিয়াই মৰিয়াই মাৰি তেজুৰ মাৰ্কেট এৰিয়াত পেলাই দিয়াৰ এক ঘটনা সংঘটিত হৈছে।

অৰুণাচল প্ৰদেশৰ লোহিত জিলাৰ ৱাক্ৰ’ চক্ৰৰ অধীনৰ নামগ’ মিছিমি গাঁৱত ৫ বছৰীয়া এগৰাকী কণমাণিক ধৰ্ষণ কৰি হত্যা কৰাৰ অভিযোগত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা সঞ্জয় চবৰ (৩০ বছৰ) আৰু জগদীশ ল’হাৰ (২৫ বছৰ) নামৰ দুজন অভিযুক্তক আৰক্ষীয়ে কালি তেজু ছে’ছন আদালতত হাজিৰ কৰোৱাৰ পিছত কালি তেজু আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰিছিল।

ঘটনাৰ বিৱৰণী মতে আজি ৰাতিপুৱা ১১.৩০ মান বজাত স্থানীয় দল-সংগঠন, গাঁৱৰ লোকসকলে আহি তেজু থানা ঘেৰাও কৰি আৰক্ষীৰ জিম্মাত থকা দুই অভিযুক্তক উলিয়াই লৈ মৰিয়াই মাৰি তেজুৰ বজাৰ চকত পেলাই দিয়ে।

সূত্ৰ অনুসৰি হঠাৎ আহি থানা আক্ৰমণ কৰা উত্তেজিত লোকসকলক প্ৰতিৰোধ কৰিব পৰাকৈ তেজু থানাত পৰ্য্যাপ্তসংখ্যক আৰক্ষী নাছিল।

ঘটনা সংঘটিত হোৱাৰ আধা ঘণ্টাৰ ভিতৰতে ঘটনাথলীত গৈ জিলা আৰক্ষী অধীক্ষক আইজাক পাৰ্টিন হাজিৰ হয়।

অভিযুক্ত লোক দুজনক মৰিয়াই মৰাৰ পিছতে উত্তেজিত লোকসকল আঁতৰি যায়।

এতিয়ালৈকে ঘটনাটো সংক্ৰান্তত কাকো গ্ৰেপ্তাৰ কৰা হোৱা নাই বুলি জানিব পৰা গৈছে।

Recent News

গুৱাহাটী বিশ্ববিদ্যালয়ৰ বি.এড. প্ৰৱেশিকা পৰীক্ষা ২০২৫ সফলভাৱে সম্পন্ন

গুৱাহাটী বিশ্ববিদ্যালয়ৰ বি.এড. প্ৰৱেশিকা পৰীক্ষা ২০২৫ সফলভাৱে সম্পন্ন

গৌৰৱ গগৈৰ গুৰুত্বপূৰ্ণ আহ্বান: সংসদত প্ৰধানমন্ত্ৰীৰ উপস্থিতি আৰু বক্তব্য আগবঢ়োৱা অনিবাৰ্য

ৰাজ্যৰ শিক্ষা বিভাগৰ হঠকাৰী সিদ্ধান্ত! অৱসৰ প্ৰাপ্ত শিক্ষকেৰে পূৰণ কৰিব অসমৰ চৰকাৰী মডেল ডিগ্ৰী কলেজৰ খালী শিক্ষকৰ পদ

 ‘দেশ প্ৰথম, দল পিছত’: কংগ্ৰেছক বাৰ্তা শশী থাৰুৰৰ

 ‘দেশ প্ৰথম, দল পিছত’: কংগ্ৰেছক বাৰ্তা শশী থাৰুৰৰ

মানাহ নদীৰ পাৰৰ অবৈধ খননে ভাবুকি কঢ়িয়াই আনিছে পৰিৱেশ আৰু জনজীৱনৰ বাবে

মানাহ নদীৰ পাৰৰ অবৈধ খননে ভাবুকি কঢ়িয়াই আনিছে পৰিৱেশ আৰু জনজীৱনৰ বাবে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd