• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, May 12, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

কান চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শিত ৰীমা দসৰ ‘ভিলেজ ৰকষ্টাৰ্‌ছ’

এন ই নাও নিউজ by এন ই নাও নিউজ
May 16, 2018 5:32 pm
village rockstars1
146
VIEWS
Share on FacebookShare on Twitter

অসমৰ গ্ৰাম্য জীৱনৰ দৰিদ্ৰতাৰ পটভূমিত এগৰাকী কিশোৰীৰ জীৱনৰ ওপৰত আধাৰিত পৰিচালক ৰীমা দাসৰ ‘ভিলেজ ৰকষ্টাৰ্‌ছ’  চলিত বছৰৰ কান চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শিত হৈছে।

মঙলবাৰে পৰিচালক দাসে তেওঁৰ চলচ্চিত্ৰখনৰ সম্বন্ধে জৰ্জিয়া বিশ্ববিদ্যালয়ৰ অধ্যপক ড০ নাথানিয়েল কন আৰু তেখেতৰ ছাত্ৰ-ছাত্ৰীসকলৰ সৈতে এটা আলোচনাচক্ৰত অংশগ্ৰহণ কৰে।কানৰ ইণ্ডিয়ান পেভিলিয়ানত অনুষ্ঠিত এই আলোচনাচক্ৰখনৰ আঁত ধৰিছিল উমা ডা কুনহাই।

তেওঁ ভাৰতৰ বিভিন্ন ৰাজ্যৰ পৰা অহা চলচ্চিত্ৰৰ ওপৰত অনুষ্ঠিত হোৱা ইণ্ডিয়া পেনেলৰ আলোচনাচক্ৰতো অংশগ্ৰহণ কৰিছিল। উল্লেখ্য যে অতি বিশিষ্ট কান চলচ্চিত্ৰ মহোৎসৱৰ চলিত বৰ্ষৰ প্ৰদৰ্শনৰ বাবে বাচনি কৰা ভাৰতৰ অন্য চৰিখন চলচ্চিত্ৰৰ সৈতে ৰীমা দাসৰ ‘ভিলেজ ৰকষ্টাৰ্‌ছ’কো নিৰ্বাচিত কৰা হৈছিল।

village rockstars2

বিগত বৰ্ষৰ পৰাই ৰীমা দাসে তেওঁৰ চলচ্চিত্ৰখন বিশ্বৰ বিভিন্ন চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শন কৰাৰ বাবে বিশ্বৰ বহু দেশ ভ্ৰমণ কৰিছিল। প্ৰদৰ্শিত হোৱা প্ৰতিখন চলচ্চিত্ৰ মহোৎসৱতেই চলচ্চিত্ৰখনে সমলোচকৰ প্ৰশংসা লাভ কৰিবলৈ সামৰ্থ হৈছিল।

‘ভিলেজ ৰকষ্টাৰ্‌ছ’ হৈছে এগৰাকী ১০ বছৰীয়া ছোৱালীৰ কাহিনী। এই চলচ্চিত্ৰখনৰ কাহিনী, নিৰ্দেশনা, প্ৰযোজনা, চিত্ৰগ্ৰহণ আৰু ডিজাইন কৰিছে ৰীমা দাসে। এটা ৰক বেণ্ড হিচাপে ধেমালী কৰা এজাক শিশুৰে আৰম্ভ হোৱা চলচ্চিত্ৰখনত কেনেদৰে দৰিদ্ৰতাৰ মাজত জীৱন অতিবাহিত কৰিলেও গাঁওলীয়া শিশুহঁতৰ জীৱনৰ আনন্দখিনি সম্পূৰ্ণ দিশৰ পৰা তুলি ধৰা হয়।

Recent News

কৃষি বিজ্ঞানী পদ্মশ্ৰী সুবান্না আয়াপ্পানৰ ৰহস্যজনক মৃত্যু; কাবেৰী নদীৰ পৰা উদ্ধাৰ মৃতদেহ

কৃষি বিজ্ঞানী পদ্মশ্ৰী সুবান্না আয়াপ্পানৰ ৰহস্যজনক মৃত্যু; কাবেৰী নদীৰ পৰা উদ্ধাৰ মৃতদেহ

প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙৰ পৰা নৰেন্দ্ৰ মোডীলৈকে ব্যক্তিগত সচিব পদ চম্ভালা কোন এই বিক্ৰম মিশ্ৰী?

প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙৰ পৰা নৰেন্দ্ৰ মোডীলৈকে ব্যক্তিগত সচিব পদ চম্ভালা কোন এই বিক্ৰম মিশ্ৰী?

পাঁচ লাখ টকাৰ ড্ৰাগছ আনিবলৈ গৈ আৰক্ষীৰ জালত পৰিল চিকিৎসক! কোন এই নম্ৰতা?

পাঁচ লাখ টকাৰ ড্ৰাগছ আনিবলৈ গৈ আৰক্ষীৰ জালত পৰিল চিকিৎসক! কোন এই নম্ৰতা?

আপোনাৰ চকুযুৰিৰ যতন কেনেকৈ ল’ব? জানো আহক…

আপোনাৰ চকুযুৰিৰ যতন কেনেকৈ ল’ব? জানো আহক…

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd