• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 8, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

কামৰূপ মেট্ৰ’ত সম্পূৰ্ণ হোৱাৰ পথত নাগৰিকপঞ্জীৰ নথি-পত্ৰ পুনৰীক্ষণৰ কাম

এন ই নাও নিউজ ব্যুৰো, গুৱাহাটী: by এন ই নাও নিউজ ব্যুৰো, গুৱাহাটী:
December 4, 2017 10:29 am
267
VIEWS
Share on FacebookShare on Twitter

সমগ্ৰ ৰাজ্যতে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ কাম দ্ৰুতগতিত চলি থকাৰ সমান্তৰালকৈ কামৰূপ মেট্ৰ’তো প্ৰায় সম্পূৰ্ণ হোৱাৰ পথত নাগৰিক পঞ্জীৰ নথি-পত্ৰৰ পুনৰীক্ষণৰ কাম। ৰাজ্যৰ সকলো জিলাৰে জিলা প্ৰশাসনৰ বিষয়া কৰ্মচাৰী ঘৰে ঘৰে গৈ নথি-পত্ৰ সমূহ নিৰীক্ষণ কৰিছে।  জানিব পৰা মতে কামৰূপ মেট্ৰ’ জিলা প্ৰশাসনে বৰ্তমানলৈকে ৭,১৬,২২৫ খন নথি পুনৰীক্ষণৰ কাম কাজ সম্পূৰ্ণ কৰিছে।

উল্লেখযোগ্য যে চলিত মাহৰ ১ তাৰিখৰ পৰা আৰম্ভ হোৱা নথি পত্ৰ নিৰীক্ষণৰ কাম-কাজৰ প্ৰায় ৯৩ শতাংশ কম কাজ সম্পূৰ্ণ কৰিছে কামৰূপ জিলা প্ৰশাসনে।  কামৰূপ মেট্ৰ’ৰ পাঁচটা ৰাজহ চক্ৰ আৰু ৭৮ টা এন আৰ চি সেৱা কেন্দ্ৰ সামৰি এই প্ৰক্ৰিয়া চলি আছে। দেওবাৰে  কামৰূপ মেট্ৰ’ জিলা প্ৰশাসনে সংবাদ মাধ্যমক জানিবলৈ দিয়া মতে পুনৰীক্ষণ প্ৰক্ৰিয়াৰ বাবে  প্ৰায় ২৮১ টা গোট গঠন কৰা হৈছে আৰু সেই গোট সমূহে ঘৰে ঘৰে গৈ নথি পত্ৰ সমূহ পুনৰীক্ষণ কৰিব। জিলা দণ্ডাধীশৰ হৈ এই গোটসমুহে ঘৰে ঘৰে গৈ  নাগৰিকপঞ্জীৰ আবেদনৰ সৈতে জমা দিয়া নথি পত্ৰসমূহ পুনৰীক্ষণ কৰিব। উল্লেখযোগ্য যে এখন শুদ্ধ আৰু প্ৰকৃত এন আৰ চিৰ খচৰা প্ৰকাশৰ বাবে প্ৰশাসনে প্ৰায় ১১০০ লোকক ঠিকাভিত্তিক কামৰ বাবে নিয়োগ কৰিছে।

 

Recent News

নামনি অসমৰ সৰ্ববৃহৎ উচ্ছেদ অভিযান! হাহাকাৰ উচ্ছেদিতৰ মাজত

নামনি অসমৰ সৰ্ববৃহৎ উচ্ছেদ অভিযান! হাহাকাৰ উচ্ছেদিতৰ মাজত

জ্ঞানবাপী গোচৰঃ ১৯৯১ চনৰ গোচৰ স্থানান্তৰৰ আবেদন নাকচ বাৰাণসী আদালতৰ

জ্ঞানবাপী গোচৰঃ ১৯৯১ চনৰ গোচৰ স্থানান্তৰৰ আবেদন নাকচ বাৰাণসী আদালতৰ

আহমেদাবাদৰ বিমান দুৰ্ঘটনাঃ অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়ক প্ৰাৰম্ভিক প্ৰতিবেদন দাখিল!

আহমেদাবাদৰ বিমান দুৰ্ঘটনাঃ অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়ক প্ৰাৰম্ভিক প্ৰতিবেদন দাখিল!

অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ নামত তিনিটা ৰাষ্ট্ৰীয় ক্ৰীড়া পুৰস্কাৰ: অসম অলিম্পিক সন্থাৰ ঐতিহাসিক সিদ্ধান্ত

অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ নামত তিনিটা ৰাষ্ট্ৰীয় ক্ৰীড়া পুৰস্কাৰ: অসম অলিম্পিক সন্থাৰ ঐতিহাসিক সিদ্ধান্ত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd