• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

গুৱাহাটীত ১৯ জুনত ‘সম্প্ৰীতি-শান্তি-প্ৰতিবাদৰ গান’; শান্তিৰ পক্ষে, বিভেদৰ বিৰুদ্ধে ঐক্যবদ্ধ শিল্পী-সাহিত্যিক-নাগৰিক

এন ই নাও নিউজ by এন ই নাও নিউজ
June 17, 2018 11:20 pm
116
VIEWS
Share on FacebookShare on Twitter

কাৰ্বি আংলঙৰ ডকমকাত হোৱা হত্যাকাণ্ডটোৰ ‘গইনা লৈ’ ‘ৰাজ্যজুৰি হোৱা উত্তেজনাই এক সাম্প্ৰদায়িক তথা জাতিগত বিদ্বেষৰ ৰূপ লোৱা’ৰ প্ৰতি লক্ষ্য ৰাখি ‘সমূহ জনসাধাৰণৰ মাজত সম্প্ৰীতিৰ বাতাৱৰণ অক্ষুণ্ণ ৰখাৰ স্বাৰ্থত’ ৰাজ্যৰ একাংশ শিল্পী, সাহিত্যিক আৰু নাগৰিকে অহা ১৯ জুন মঙলবাৰে আবেলি ৩-৩০ বজাত গুৱাহাটী লক্ষীধৰ বৰা ক্ষেত্ৰত ‘হিংসা, বিদ্বেষ, সাম্প্ৰদায়িক বিভেদৰ বিৰুদ্ধে ঐক্য সম্প্ৰীতিৰ আহ্বান’ শীৰ্ষক এক অনুষ্ঠানৰ আয়োজন কৰিছে৷

অনুষ্ঠানটো ‘এটা ঘটনাৰ মাথো প্ৰতিক্ৰিয়া নহয়, এয়া গতিশীল সময়ৰ লগত জাতিক খাপ খুৱাই তুলিব পৰাকৈ জ্যোতিপ্ৰসাদৰ ভাষাত দুষ্কৃতিৰ বিৰুদ্ধে সাংস্কৃতিক মহাজাগৰণৰ আৰম্ভণি’ বুলি ঘোষণা কৰি আয়োজকসকলে অনুষ্ঠানটোত সকলোৰে উপস্থিতি কামনা কৰিছে।

নীলোৎপল-অভিজিতলৈ শ্ৰদ্ধাঞ্জলি আৰু পৰিয়াললৈ সমবেদনা জনাই আয়োজকসকলে ‘হত্যাকাৰীসকলক শাস্তি প্ৰদান কৰা’ আৰু একে সময়তে গোষ্ঠী বিদ্বেষ ‘প্ৰতিহত কৰা’ৰ বাবে ‘ৰাইজক সতৰ্ক হৈ থাকিবলৈ আহ্বান’ জনাইছে।

আয়োজক সুদক্ষিণা শৰ্মা, সমৰ হাজৰিকা, পুলক বেনাৰ্জী, লোকনাথ গোস্বামী, বাহাৰুল ইছলাম, ৰবিৰাম ব্ৰহ্ম, সঞ্জয় কুমাৰ তাঁতী, চন্দ্ৰকান্ত তেৰাং, নিতুপৰ্ণ ৰাজবংশী, জ্ঞানেন বৰকাকতী, পখিলা লেপথেপী, কিশোৰ কুমাৰ কলিতা, শান্তনু বৰঠাকুৰ, ৰুণু দেৱী, পুলক গগৈ, হিমাংশু প্ৰসাদ দাস, ৰবিজিতা গগৈ, বীৰেন সিংহ, কিৰণ শংকৰ, চম্পক বৰবৰা আৰু বিদ্যাসাগৰে আজি ১৭ জুনত ‘হিংসা, বিদ্বেষ, সাম্প্ৰদায়িক বিভেদৰ বিৰুদ্ধে ঐক্য-সম্প্ৰীতিৰ আহ্বান’ শীৰ্ষক এটি আবেদনো জাৰি কৰিছে।

Recent News

ষষ্ঠ অনুসূচীৰ অধীনত হিমন্ত চৰকাৰে জনজাতীয় স্বায়ত্তশাসন হৰণ কৰাৰ অভিযোগ গৌৰৱ গগৈৰ

ষষ্ঠ অনুসূচীৰ অধীনত হিমন্ত চৰকাৰে জনজাতীয় স্বায়ত্তশাসন হৰণ কৰাৰ অভিযোগ গৌৰৱ গগৈৰ

শীঘ্ৰেই ডি ৱাই চন্দ্ৰচুড়ৰ বাংলো খালী কৰক; কেন্দ্ৰলৈ চিঠি উচ্চতম ন্যায়ালয়ৰ! ঘটনাটো কি?

শীঘ্ৰেই ডি ৱাই চন্দ্ৰচুড়ৰ বাংলো খালী কৰক; কেন্দ্ৰলৈ চিঠি উচ্চতম ন্যায়ালয়ৰ! ঘটনাটো কি?

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

ট্ৰাম্পক লক্ষ্য কৰিয়েই এইবাৰ ৰাজনৈতিক যুঁজত প্ৰৱেশ ইলন মাস্ক; ঘোষণা ‘আমেৰিকা পাৰ্টি’ৰ

ট্ৰাম্পক লক্ষ্য কৰিয়েই এইবাৰ ৰাজনৈতিক যুঁজত প্ৰৱেশ ইলন মাস্ক; ঘোষণা ‘আমেৰিকা পাৰ্টি’ৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd