• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

গুৱাহাটীবাসীৰ লগতে উত্তৰ-পূবৰ ৰাজ্যসমূহে লাভ কৰিবলৈ গৈ আছে পাইপ গেছৰ সুবিধা

এন ই নাও নিউজ by এন ই নাও নিউজ
August 4, 2018 11:01 pm
89
VIEWS
Share on FacebookShare on Twitter

গুৱাহাটীকে ধৰি উত্তৰ-পূবৰ আন ৰাজ্যৰ ৰাজধানীসমূহ অহা ৩ বছৰৰ ভিতৰত নেশ্যনেল গেছ গ্ৰীডৰ গেছ পাইপলাইন প্ৰকল্পৰে সংযোগ হৈ উঠাৰ সম্ভাৱনা আছে।

আজি গুৱাহাটীত অনুষ্ঠিত এক সংবাদ মেলত অইলৰ অধ্যক্ষ তথা পৰিচালন সঞ্চালক উৎপল বৰাই কয় যে অহা ৩ বছৰৰ ভিতৰত বাৰাউনিৰ পৰা অসম তথা উত্তৰ-পূবৰ আন ৰাজ্যসমূসক সংযোগ কৰিবলগীয়া অভিলাষি গেছ পাইপলাইন প্ৰকল্পৰ কাম সম্পূৰ্ণ হ’ব লাগে।

তেওঁ জনাই যে গুৱাহাটী হৈ গেছ পাইপলাইনেৰে উত্তৰ-পূবৰ সকলো ৰাজ্যৰ ৰাজধানীক সংযোগ কৰিবৰ অইল, নুমলীগড় ৰিফাইনেৰি (এন আৰ এল), ভাৰতীয় তেল নিগম আৰু গেইলক লৈ যৌথ গোট নেশ্যনেল গেছ গ্ৰীড গঠন কৰা হৈছে।

‘বাৰাউনিৰ পৰা গুৱাহাটীলৈ প্ৰায় ৪,৫০০ কোটি টকা ব্যয়েৰে ৭০০ কি মি দৈৰ্ঘ্যৰ গেছ পাইলাইন স্থাপন কৰাৰ বিপৰীতে প্ৰায় ৬,০০০ কোটি টকা ব্যয়েৰে ১,৫০০ কি মি দৈৰ্ঘৰ উত্তৰ-পূব গেছ পাইপলাইন স্থাপন কৰা হ’ব।‘ তেওঁ কয়।

মুখ্য পৰিচালন সঞ্চালক গৰাকীয়ে লগতে জনাই যে গুৱাহাটী মহানগৰীৰ প্ৰায় প্ৰতি ঘৰ মানুহলৈ পাইপ গেছ সংযোগ কৰিব। পাইপ গেছ সংযোগৰ উপৰি অইলে গুৱাহাটী মহানগৰীত প্ৰদুৰ্ষণ নিয়ন্ত্ৰণৰ উদ্দেশ্যে চি এন জি ষ্টেশ্যন স্থাপনৰো পৰিকল্পনা কৰিছে বুলি তেওঁ উল্লেখ কৰে।

Recent News

পক্ষী অভয়াৰণ্যত পৰিণত শিৱসাগাৰ ন-মাটি: এছিয়ান অ’পেনবিল ষ্টৰ্কেৰে ভৰি পৰিছে শিৱসাগৰ

পক্ষী অভয়াৰণ্যত পৰিণত শিৱসাগাৰ ন-মাটি: এছিয়ান অ’পেনবিল ষ্টৰ্কেৰে ভৰি পৰিছে শিৱসাগৰ

এনচিইআৰটিৰ অষ্টম শ্ৰেণীৰ নতুন পাঠ্যপুথিত সন্নিৱিষ্ট দিল্লীৰ চুলতান আৰু মোগল যুগৰ ‘অত্যাচাৰ’ৰ কাহিনী

এনচিইআৰটিৰ অষ্টম শ্ৰেণীৰ নতুন পাঠ্যপুথিত সন্নিৱিষ্ট দিল্লীৰ চুলতান আৰু মোগল যুগৰ ‘অত্যাচাৰ’ৰ কাহিনী

আলফাৰ (স্বা) শিবিৰত আক্রমণ : উদ্বিগ্ন ছাত্র সন্থা; শান্তি আলোচনাৰ পোষকতা

আলফাৰ (স্বা) শিবিৰত আক্রমণ : উদ্বিগ্ন ছাত্র সন্থা; শান্তি আলোচনাৰ পোষকতা

‘উদয়পুৰ ফাইলছ’ৰ মুক্তিত স্থগিতাদেশ: উচ্চতম ন্যায়ালয়ৰ পৰা সকাহ নাপালে ছবিখনৰ নিৰ্মাতাসকলে

‘উদয়পুৰ ফাইলছ’ৰ মুক্তিত স্থগিতাদেশ: উচ্চতম ন্যায়ালয়ৰ পৰা সকাহ নাপালে ছবিখনৰ নিৰ্মাতাসকলে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd