• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, May 17, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

গেংটকত অনুষ্ঠিত স্বৰ্ণ কাপ আৰ্চাৰি টুৰ্নামেণ্টত ভুটানৰ আৰ্চাৰি দলৰ জয়লাভ

সাগৰ চেত্ৰী by সাগৰ চেত্ৰী
May 14, 2018 9:33 pm
Yangtse Tours & Travel from Bhutan
90
VIEWS
Share on FacebookShare on Twitter

ভুটানৰ ‘ইয়াংছে ট’ৰ্ছ এণ্ড ট্ৰেভেল’এ গেংটকস্থিত ছিকিম আৰ্চাৰি এছ’চিয়েশ্যন (এছ এ এ)ৰ খেলপথাৰত অনুষ্ঠিত ১৭ সংখ্যক মুখ্য মন্ত্ৰী স্বৰ্ণ কাপ আৰ্চাৰি টুৰ্নামেণ্টৰ বিজয়ী দলৰ খিতাপ দখল কৰে।

কালি অৰ্থাৎ দেওবাৰে অনুষ্ঠিত ফাইনেলত ভুটানৰ দলটোৱে ছিকিমৰ ‘ছিচেই’ আৰ্চাৰি দলক পৰাস্ত কৰে। ‘ইয়াংছে ট’ৰ্ছ এণ্ড ট্ৰেভেল’এ ৪৮ পইণ্ট সংগ্ৰহ কৰাৰ বিপৰীতে ‘ছিচেই’ দলে ৩৪ পইণ্টহে সংগ্ৰহ কৰিবলৈ সক্ষম হয়।

উল্লেখযোগ্য যে ছিকিম আৰ্চাৰি এছ’চিয়েশ্যনে আয়োজন কৰা প্ৰতিযোগিতাখনত ছিকিম, পশ্চিম বংগ আৰু ভুটানৰ মুঠ ১৭টা দলে অংশগ্ৰহণ কৰিছিল।

প্ৰতিযোগিতাখনৰ বিজয়ী দলক ১ লাখ টকাৰ নগদ ধন আৰু বঁটাৰে পুৰস্কৃত কৰাৰ বিপৰীতে ৰানাৰ্ছ আপ দলক ৫০,০০০ টকা আৰু বঁটা আগবঢ়োৱা হয়।

উল্লেখযোগ্য যে পৰম্পৰাগত আৰ্চাৰি খেলৰ সংৰক্ষণ আৰু প্ৰসাৰৰ উদ্দেশ্যে ছিকিম আৰ্চাৰি এছ’চিয়েশ্যনে প্ৰত্যেক বছৰে এই টুৰ্নামেণ্ট অনুষ্ঠিত কৰি আহিছে।

Recent News

হংকঙ, ছিংগাপুৰত পুনৰ কৰ’নাৰ সংক্ৰমণ, বহু জনৰ মৃত্যু, হাস্পাতালত বাঢ়িছে ভিৰ; ভাৰতত কি পৰিস্থিতি?

হংকঙ, ছিংগাপুৰত পুনৰ কৰ’নাৰ সংক্ৰমণ, বহু জনৰ মৃত্যু, হাস্পাতালত বাঢ়িছে ভিৰ; ভাৰতত কি পৰিস্থিতি?

ৰুছ-ইউক্ৰেইন যুদ্ধ : অন্ত পৰিল প্ৰথম শান্তি আলোচনাৰ : সিদ্ধান্ত কি ?

ৰুছ-ইউক্ৰেইন যুদ্ধ : অন্ত পৰিল প্ৰথম শান্তি আলোচনাৰ : সিদ্ধান্ত কি ?

আমেৰিকাৰ ফাৰ্ষ্ট লেডী মেলানিয়া ট্ৰাম্পৰ স্লোভেনিয়াত থকা ব্ৰঞ্জৰ মূৰ্তি অন্তৰ্ধান, তদন্ত আৰক্ষীৰ

আমেৰিকাৰ ফাৰ্ষ্ট লেডী মেলানিয়া ট্ৰাম্পৰ স্লোভেনিয়াত থকা ব্ৰঞ্জৰ মূৰ্তি অন্তৰ্ধান, তদন্ত আৰক্ষীৰ

স্বাধীনতাৰ পিছত প্ৰথমবাৰৰ বাবে বিজুলী বাতি জ্বলিল ছত্তীশগড়ৰ ১৭ খনকৈ গাঁৱত

স্বাধীনতাৰ পিছত প্ৰথমবাৰৰ বাবে বিজুলী বাতি জ্বলিল ছত্তীশগড়ৰ ১৭ খনকৈ গাঁৱত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd