• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, June 8, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

চল্লিছ বছৰলৈ হ্ৰাস কৰাৰ সিদ্ধান্ত ক্ৰীড়া পেঞ্চনাৰৰ বয়স

এন ই নাও নিউজ by এন ই নাও নিউজ
March 17, 2018 8:37 am
assam-sports-minister-naba-kumar-doley-
204
VIEWS
Share on FacebookShare on Twitter

ৰাজ্যৰ ক্ৰীড়া পেঞ্চনাৰৰ লগতে ক্ৰীড়াবিদসকলে লাভ কৰিব এক সুখবৰ। ক্ৰীড়া পেঞ্চনাৰৰ মৃত্যুৰ পাছতো পৰিয়ালৰ লোকে লাভ কৰিব পৰিয়াল পেঞ্চন। ইয়াৰ উপৰি ক্ৰীড়াবিদসকলে ৰাজ্য চৰকাৰে প্ৰদান কৰা পেঞ্চন লাভ কৰিবলৈ অপেক্ষা কৰিব নালাগে ৬০ বছৰলৈ। চল্লিছ বছৰ সম্পূৰ্ণ কৰাৰ পাছতে লাভ কৰিব ক্ৰীড়া পেঞ্চন। শুকুৰবাৰে ক্ৰীড়া সাংবাদিক কল্যাণ সন্থা অসমৰ এটা সঁজাতী  দলে এই সম্পৰ্কত ক্ৰীড়া মন্ত্ৰী নৱ দলেক এখন স্মাৰক পত্ৰ প্ৰদান কৰাৰ লগতে এক আলোচনাত মিলিত হয়।

স্মাৰক পত্ৰ প্ৰদান কৰি সাংবাদিক কল্যাণ সন্থাৰ অসমৰ উপ সভাপতি পুলিন সাহা, কাৰ্যকৰী সভাপতি পবিত্ৰ গগৈ আৰু সাধাৰণ সম্পাদক হিলদুল গগৈৰ নেতৃত্বত যোৱা সঁজাতী দলটোৱে ক্ৰীড়া সচিব সাধনা হোজাই, ক্ৰীড়া সঞ্চালক পবিত্ৰ ৰাম খাউণ্ডৰ উপস্থিতিত কৰা আলোচনাত ক্ৰীড়া পেঞ্চনাৰ, অৱসৰপ্ৰাপ্ত ক্ৰীড়াবিদৰ সমস্যা আৰু ক্ৰীড়া সাংবাদিকৰ বাবে চৰকাৰী পুঁজি গঠনৰ বাবে দাবী উত্থাপন কৰে।

উল্লেখ্য যে অন্য পেঞ্চনাৰসকলৰ পৰিয়ালৰ লোকে পেঞ্চনাৰগৰাকীৰ মৃত্যুৰ পাছতো পৰিয়াল পেঞ্চন লাভ কৰে কিন্তু ক্ৰীড়া পেঞ্চনাৰসকলক এনে সুবিধা প্ৰদান নকৰাত পৰিয়ালৰ লোকে কষ্টকৰ জীৱন অতিবাহিত কৰিবলগীয়া হয়। এই গুৰুত্বপূৰ্ণ দিশ সমূহ ক্ৰীড়া মন্ত্ৰী দলেক অৱগত কৰায় এই ক্ষেত্ৰত শীঘ্ৰে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে সন্থাই আহ্বান জনায়।

উল্লেখণীয় যে সকলো শ্ৰেণীৰ খেলুৱৈয়ে প্ৰায় ৩৫-৪০ বছৰৰ ভিতৰত অৱসৰ গ্ৰহণ কৰে। কিন্তু এই খেলুৱৈসকলে পেঞ্চনৰ বাবে অপেক্ষা কৰিব লগা হয় ৬০ বছৰলৈকে । যাৰ ফলত ক্ৰীড়াবিদসকলে প্ৰায় ২০ বছৰ কটাবলগীয়া হয় দুৰ্বিষহ জীৱন। সেয়ে সাংবাদিক সন্থাই ক্ৰীড়া পেওঞ্চনৰ প্ৰদানৰ বয়স ৪০ বছৰলৈ হ্ৰাস কৰাৰ বাবে চৰকাৰৰ ক্ৰীড়া বিভাগক আহ্বান জনায়।

আনহাতে, অসমত সম্ভাৱণীয়তা ক্ৰীড়া ইভেণ্টসমূহৰ পৃষ্ঠপোষকতাৰ দায়িত্ব তেল খণ্ডৰ লগতে অন্যান্য কৰ্পৰেট গোষ্ঠীয়ে যাতে ল’বলৈ যাতে বাধ্য হয় তাৰ ব্যৱস্থাও চৰাকৰক কাৰ্যকৰী কৰিবলৈ দাবী জনায় সন্থাই।

ইফালে পেছা হিচাপে গ্ৰহণ কৰা ক্ৰীড়া সাংবাদিকসকলৰ জীৱন আৰু সমস্যাৰ নিৰাপত্তাৰ স্বাৰ্থত ৰাজ্য চৰকাৰে এক কল্যাণ পুঁজিৰ ব্যৱস্থা গ্ৰহণ কৰাৰ বাবেও আহ্বান জনায়।

Recent News

খাদ্য খোৱাৰ আগতে দৈ খোৱাটো উপকাৰী নে অপকাৰী! কি কয় বিশেষজ্ঞই?

খাদ্য খোৱাৰ আগতে দৈ খোৱাটো উপকাৰী নে অপকাৰী! কি কয় বিশেষজ্ঞই?

কোকৰাঝাৰত বিটিআৰ কংগ্ৰেছৰ চ’চিয়েল মিডিয়াৰ ৰণদংকা!

কোকৰাঝাৰত বিটিআৰ কংগ্ৰেছৰ চ’চিয়েল মিডিয়াৰ ৰণদংকা!

অসম চৰকাৰ আৰু ‘Push Back Order’- কিছু ক’বলগীয়া! – ড০ হীৰেন গোহাঁই

অসম চৰকাৰ আৰু ‘Push Back Order’- কিছু ক’বলগীয়া! – ড০ হীৰেন গোহাঁই

বিৰেন্দ্ৰ প্ৰসাদ বৈশ্যক ৰাজ্যসভাৰ প্ৰাৰ্থী হিচাপে পুনৰ নাম ঘোষণা কৰিলে অসম গণ পৰিষদে

বিৰেন্দ্ৰ প্ৰসাদ বৈশ্যক ৰাজ্যসভাৰ প্ৰাৰ্থী হিচাপে পুনৰ নাম ঘোষণা কৰিলে অসম গণ পৰিষদে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd