• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 1, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

কলিয়াবৰত চিত্ৰ অংকনেৰে অন্ধবিশ্বাস, কু সংস্কাৰৰ বিৰুদ্ধে চিত্ৰ শিল্পীৰ অভিনৱ কাৰ্যসূচী

ৰিদিপ শৰ্মা by ৰিদিপ শৰ্মা
July 27, 2018 2:18 pm
IMG-20180727-WA0028
105
VIEWS
Share on FacebookShare on Twitter

কলিয়াবৰ আৰ্ট চ’ছাইটিয়ে গ্ৰহণ কৰিছে এক অভিনৱ কাৰ্যসূচী । ৰাজ্যত সঘনাই সংঘটিত হৈ থকা হত্যা, ধৰ্ষণ, নাৰী নিৰ্য্যাতন, ডাইনী হত্যাৰ দৰে কু-সংস্কাৰ ৰোধ কৰাৰ উদ্দেশ্যে জনসাধাৰণৰ মাজত সজাগতা সৃষ্টিৰ প্ৰয়াসেৰে কিছু চিত্ৰশিল্পীয়ে কেনভাচত ৰং-তুলিকাৰে এই সমূহ সমস্যা সমাধানৰ বাবে জনসাধাৰণক সজাগ কৰা পৰিলক্ষিত হৈছে।

কলিয়াবৰ আৰ্ট চ’ছাইটিৰ উদ্যোগত কুঁৱৰীটোলৰ চহিদ স্মৃতিস্তম্ভ প্ৰাংগনত অসমৰ জলন্ত সমস্যাসমূহক লৈ আয়োজন কৰিছে এই কেনভাচ অনুষ্ঠানৰ।

ৰাজ্যৰ কেইবাখনো জিলাৰ পৰা সমাগম ঘটা ২০ গৰাকীকৈ চিত্ৰশিল্পীৰ হাতৰ পৰশত এইদৰে জীৱন্ত ৰূপ পাইছে অসমৰ জলন্ত সমস্যাসমুহ। ৰং-তুলিকাৰে ৰাজ্যৰ সামাজিক ব্যাধিস্বৰূপ সমস্যাসমুহ ৰাইজৰ আগত প্ৰকাশ কৰি সেইসমুহ প্ৰতিৰোধ কৰা আহ্বান এইসকল চিত্ৰশিল্পীৰ।

আনহাতে চিত্ৰশিল্পৰে অসমৰ জলন্ত সমস্যা, অন্ধবিশ্বাস, কু-সংস্কাৰৰ লগতে হত্যা-হিংসা, নাৰী নিৰ্য্যাতন, শিশু নিৰ্য্যাতন তথা প্ৰকৃতি ধ্বংসৰ বিৰুদ্ধে অভিনৱ প্ৰতিবাদৰে জনসাধাৰণৰ মাজত সজাগতা সৃষ্টিৰ উদ্দ্যেশ্যে দীৰ্ঘদিনৰে পৰা বিভিন্ন ঠাইত ভিন্ন কাৰ্য্যসূচী হাতত লৈ আহিছে কলিয়াবৰ আৰ্ট চ’ছাইটিয়ে।

সজাগতামুলক চিত্ৰশিল্প কাৰ্য্যসূচীৰ অন্তত অনুষ্ঠানত অংশগ্ৰহণ কৰা চিত্ৰশিল্পীসকলক একোখনকৈ মানপত্ৰ প্ৰদান কৰে কলিয়াবৰ আৰ্ট চ’ছাইটিয়ে।

Recent News

গৰুখুঁটি প্রকল্প আৰু চৰকাৰী ৰাজ সাহায্যৰ নামত অসমত মন্ত্রী-বিধায়কৰ পৰিয়ালৰ চলিছে এক বিশাল চিণ্ডিকেট : ৰাইজৰ দল

গৰুখুঁটি প্রকল্প আৰু চৰকাৰী ৰাজ সাহায্যৰ নামত অসমত মন্ত্রী-বিধায়কৰ পৰিয়ালৰ চলিছে এক বিশাল চিণ্ডিকেট : ৰাইজৰ দল

নিৰপেক্ষ ব্যক্তিৰে গৰুখুঁটি প্ৰকল্পৰ এটা ন্যায়িক তদন্ত কৰিবলৈ চৰকাৰৰ সাহস হ’বনে?

নিৰপেক্ষ ব্যক্তিৰে গৰুখুঁটি প্ৰকল্পৰ এটা ন্যায়িক তদন্ত কৰিবলৈ চৰকাৰৰ সাহস হ’বনে?

অনলাইন জনহিতকৰ পৰ্টেল ‘ASSAM JUSTICE’ মুকলি কংগ্ৰেছৰ : চৰকাৰৰ ব্যৰ্থতাক উদঘাটন কৰাৰ পদক্ষেপ

অনলাইন জনহিতকৰ পৰ্টেল ‘ASSAM JUSTICE’ মুকলি কংগ্ৰেছৰ : চৰকাৰৰ ব্যৰ্থতাক উদঘাটন কৰাৰ পদক্ষেপ

ছাত্ৰ বৃত্তি কেলেংকাৰিৰ চিবিআই,নিয়াৰ তদন্তৰ দাবী ৰাষ্ট্ৰীয় ছাত্ৰ সন্থা অসম শাখাৰ

ছাত্ৰ বৃত্তি কেলেংকাৰিৰ চিবিআই,নিয়াৰ তদন্তৰ দাবী ৰাষ্ট্ৰীয় ছাত্ৰ সন্থা অসম শাখাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd