• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, May 12, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ছবছৰে দৰমহাৰ মুখ নেদেখাকৈ পত্নী আৰু কণমানি কন্যাক এৰি অকালতে চকু মুদিলে শিৱসাগৰৰ শিক্ষকে

ৰাজীৱ দত্ত by ৰাজীৱ দত্ত
February 27, 2018 8:02 pm
প্ৰতিনিধিত্বমূলক ছবি

প্ৰতিনিধিত্বমূলক ছবি

126
VIEWS
Share on FacebookShare on Twitter

ছবছৰে দৰমহাৰ মুখ নেদেখাকৈ পত্নী আৰু কণমানি কন্যাক এৰি অকালতে চকু মুদিলে শিৱসাগৰৰ ৰবীন বৰুৱা নামৰ এজন শিক্ষকে।

ডিব্ৰুগড়ৰ এখন বেচৰকাৰী চিকিৎসালয়ত যোৱা বহুদিন ধৰি বহুমূত্ৰ ৰোগৰ বাবে চিকিৎসাধীন হৈ থকা বৰুৱাৰ সোমবাৰে মৃত্যু হয়।

লাহিঙীয়া মাথাদাং প্ৰাথমিক বিদ্যালয়ৰ সহকাৰী শিক্ষক তথা অঞ্চলটোৰ জনপ্ৰিয় সাংস্কৃতিক কৰ্মী বৰুৱাই যোৱা ছয় বছৰে কোনো দৰ্মহা পোৱা নাছিল।

জানিব পৰা মতে শিৱসাগৰ জিলাত সৰ্বমুঠ ১৫৩০ গৰাকী প্ৰাথমিক বিদ্যালয়ৰ শিক্ষকে যোৱা ছবছৰ ধৰি বিনা দৰ্মহাই সেৱা আগবঢ়াই আহিছে।

সূত্ৰ অনুসৰি পূৰ্বে এইসকল শিক্ষকে দৰমহা লাভ কৰিছিল যদিও যোৱা সময়চোৱাত তেওঁলোকৰ বেতনক লৈ খেলিমেলিৰ সৃষ্টি হয়। কিন্তু চৰকাৰে এতিয়ালৈকে তেওঁলোকক সেৱাৰ পৰা অব্যাহতিও দিয়া নাই আৰু ফলত দৰমহা নোপোৱা বহু শিক্ষকে বাচি থকাৰ বাবে হাজিৰা কামো কৰিব লগা হৈছে।

গৌৰীসাগৰৰ ভাটিয়াপাৰা গাঁৱৰ বাসিন্দা শিক্ষকজনৰ অকাল মৃত্যুত এলেকাটোত শোকৰ ছাঁ পৰিছে। ৰুদ্ৰসাগৰ শাখা সাহিত্য সভা, মটক সন্মিলন, মায়ামৰা সমাজকে আদি কৰি বিভিন্ন দল-সংগঠনে শিক্ষকজনৰ মৃত্যুত শোক প্ৰকাশ কৰিছে।

Recent News

সেনাৰ অভিযানৰ নামত কন্যাৰ নামকৰণ: উত্তৰ প্ৰদেশত ১৭ নৱজাতকৰ নাম ‘সিন্দূৰ’

সেনাৰ অভিযানৰ নামত কন্যাৰ নামকৰণ: উত্তৰ প্ৰদেশত ১৭ নৱজাতকৰ নাম ‘সিন্দূৰ’

পাণ-তামোল খোৱা দাঁত কেনেকৈ পৰিস্কাৰ কৰিব?

পাণ-তামোল খোৱা দাঁত কেনেকৈ পৰিস্কাৰ কৰিব?

আজি নিশা ৮ বজাত দেশবাসীক সম্বোধন কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে

আজি নিশা ৮ বজাত দেশবাসীক সম্বোধন কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে

ভাৰত-পাক যুদ্ধ বিৰতিৰ পিছতে চীন-আমেৰিকাৰ ৯০ দিনীয়া ‘শুল্ক যুদ্ধবিৰতি’ ঘোষণা

ভাৰত-পাক যুদ্ধ বিৰতিৰ পিছতে চীন-আমেৰিকাৰ ৯০ দিনীয়া ‘শুল্ক যুদ্ধবিৰতি’ ঘোষণা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd