• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 1, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ছয় জনগোষ্ঠীৰ জনজাতিৰ স্বীকৃতি সম্পর্কত পুনৰ অনিশ্চয়তাৰ বাৰ্তা কেন্দ্ৰীয় মন্ত্ৰীৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
June 15, 2018 10:51 am
jual-oram_647_061417050411_0

কেন্দ্রীয় জনজাতি পৰিক্ৰমা বিভাগৰ মন্ত্ৰী জুৱেল ওৰাম। ফাইল ফটো

437
VIEWS
Share on FacebookShare on Twitter

ছয় জনগোষ্ঠীৰ জনজাতিৰ স্বীকৃতি প্ৰদান কৰিবলৈ বিজেপি চৰকাৰ এই ক্ষেত্ৰত কিছু প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে বুলি বৃহস্পতিবাৰে মন্তব্য কৰে কেন্দ্ৰীয় জনজাতি পৰিক্ৰমা মন্ত্ৰী জুৱেল ওৰামে।

কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে তাৎপৰ্যপূৰ্ণভাৱে পূর্বৰ চৰকাৰসমূহলৈ আঙুলিয়াই মন্তৱ্য কৰে যে কেন্দ্ৰীয় চৰকাৰে অতীতত বিষয়টোকলৈ ৪০ বছৰ অতিবাহিত কৰিলে।

ওৰামে লগতে প্ৰকাশ কৰে যে এয়া এক উমৈহতীয়া সিদ্ধান্তৰ বিষয়। মাত্ৰ এটা নহয়, চাৰিটাকৈ সংস্থা এই প্ৰক্ৰিয়াৰে জড়িত। আনকি ৰাজ্য চৰকাৰৰো মতামত এই ক্ষেত্ৰত গুৰুত্বপূৰ্ণ।

অৱশ্যে, জনজাতিৰ স্বীকৃতি প্ৰদান বিষয়টোৰ সন্দৰ্ভত পদক্ষেপ গ্ৰহণৰ প্ৰক্ৰিয়া অব্যাহত আছে বুলি কেন্দ্ৰীয় মন্ত্ৰীজনে সদৰি কৰে।

ইপিনে আলোচনাপন্থী আলফাই জনজাতিৰ স্বীকৃতি প্ৰদানৰ সপক্ষে মত প্ৰকাশ কৰাৰ বিপৰীতে অসমৰ কিছুমান সংগঠনে ইয়াৰ বিৰোধিতা কৰি আহিছে। বিৰোধী সংগঠনৰ দাবী যে তেনে হ’লে অসম জনজাতীয় ৰাজ্যত পৰিণত হ’ব।

অসমৰ জনজাতীয় সংগঠনসমূহৰ সমন্বয়ৰক্ষী সমিতিয়েও কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰলৈ এই প্ৰক্ৰিয়া বন্ধ কৰাৰ আহ্বান জনাইছে।

উল্লেখ্যোগ্য যে অসমৰ কোচ-ৰাজবংশী, মৰাণ, মটক, টাই আহোম, চুতীয়া আৰু আদিবাসী জনগোষ্ঠীক জনজাতিকৰণৰ বাবে ২০১৬ চনৰ ২৯ ফেব্ৰুৱাৰীত এখন উচ্চস্তৰীয় কমিটী গঠন কৰা হৈছিল। কিন্তু বিভিন্ন কাৰণত কমিটীৰ প্ৰতিবেদন জমা দিয়াৰ দিন বহুবাৰ সলনি কৰিবলগীয়া হৈছিল আৰু শেহতীয়াকৈ ২০১৭ চনৰ ৩০ জুন নিৰ্দ্ধাৰণ কৰিছিল যদিও এতিয়ালৈকে প্ৰতিবেদনখন জমা দিয়া নাই।

Recent News

লিভ ইন পাৰ্টনাৰক হত্যা কৰি মৃতদেহ লুকাই ৰখাৰ অভিযোগ; মদৰ নিচাত বন্ধুৰ আগত স্বীকাৰোক্তি প্ৰেমিকৰ

লিভ ইন পাৰ্টনাৰক হত্যা কৰি মৃতদেহ লুকাই ৰখাৰ অভিযোগ; মদৰ নিচাত বন্ধুৰ আগত স্বীকাৰোক্তি প্ৰেমিকৰ

বিদায় কবি! বৰেণ্য সাহিত্যিক অনুভৱ তুলসীৰ দেহাৱসান

বিদায় কবি! বৰেণ্য সাহিত্যিক অনুভৱ তুলসীৰ দেহাৱসান

‘জেলী’ৰ দৰে পদাৰ্থই শুহি ল’ব পৰিৱেশত থকা সকলো কাৰ্বন ডাই অক্সাইড! বিজ্ঞানীৰ আচৰিত আৱিষ্কাৰ

‘জেলী’ৰ দৰে পদাৰ্থই শুহি ল’ব পৰিৱেশত থকা সকলো কাৰ্বন ডাই অক্সাইড! বিজ্ঞানীৰ আচৰিত আৱিষ্কাৰ

মহিলা অবিহনে পুৰুষে জন্ম দিব সন্তান! সফল পৰীক্ষা এন্দুৰত, মানুহৰ ক্ষেত্ৰটো সম্ভৱ হ’ব পাৰে ভৱিষ্যতে?

মহিলা অবিহনে পুৰুষে জন্ম দিব সন্তান! সফল পৰীক্ষা এন্দুৰত, মানুহৰ ক্ষেত্ৰটো সম্ভৱ হ’ব পাৰে ভৱিষ্যতে?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd