• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, May 12, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ছয়গাঁৱৰ ৰে’লপথত ১৬ টা শগুণৰ মৃতদেহ উদ্ধাৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
January 24, 2018 6:50 pm
প্রতিনিধিত্বমূলক ফটো

প্রতিনিধিত্বমূলক ফটো

174
VIEWS
Share on FacebookShare on Twitter

ছয়গাঁৱৰ পাচ আমতলাত ১৬ টা শগুণৰ মৃতদেহ উদ্ধাৰৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। একে সময়তে এনেদৰে শগুণৰ মৃত্যুৱে প্ৰকৃতি প্ৰেমীৰ বাবে উদ্বেগৰ কাৰণ হৈ পৰিছে।

কামাখ্যা –যোগীঘোপা ৰে’লপথৰ পাচ আমতলাত সোমবাৰে ১৬ টাকৈ দুষ্প্ৰাপ্য শগুণৰ মৃতদেহ প্ৰত্যক্ষ কৰি স্থানীয় ৰাইজে বন বিভাগক খবৰ দিয়ে। ইয়াৰ মাজতে এনেদৰে মৃত শগুণৰ ঘটনা চাবলৈ ৰে’লপথত বহু লোকৰ ভিৰ হয়।

স্থানীয় লোকে জানিব দিয়া মতে দেওবাৰে নিশা এটা মৰা গৰুৰ শ ভক্ষণ কৰি শগুণকেইটাই ৰে’লপথত জিৰণি লৈছিল। নিশা চলাচল কৰা ৰে’লৰ খুন্দাত শগুণ কেইটাৰ মৃত্য হয়।

বন বিভাগে খবৰ পোৱাৰ পিছত ঘটনাস্থলীত উপস্থিত হৈ মৃত শগুণ কেইটা লৈ যায়। স্থানীয় লোকে জানিব দিয়ে যে যোৱা বছৰো এনেদৰে প্ৰায় একেঠাইতে ৰে’লৰ খুন্দাত কেইবাটাও দুষ্প্ৰাপ্য শগুণৰ মৃত্যু হৈছিল।

প্ৰকৃতিৰ জামাদাৰ হিচাপে পৰিচিত এনে দুষ্প্ৰাপ্য শগুণৰ মৃত্যু সঁচাকৈয়ে উদ্বেগৰ বিষয়। পৰিৱেশ ৰক্ষাৰ ক্ষেত্ৰত এই প্ৰাণীটোৰ এক বিশেষ ভূমিকা আছে।

বিভিন্ন সময়ত এনেদৰে দুৰ্ঘটনাত শগুণৰ মৃত্যু হোৱাৰ উপৰি মাজে সময়ে তেওঁলোকে ভক্ষণ কৰা খাদ্যত ঘটা বিষক্ৰিয়াৰ ফলতো বহুতো শগুণৰ মৃত্যু হোৱাৰ বাতৰি পোৱা যায়।

প্ৰকৃতিৰ বাবে অতি প্ৰয়োজনীয় এই দুষ্প্ৰাপ্য শগুণৰ সংখ্যা দ্ৰুত গতিত হ্ৰাস পাইছে। ইয়াৰ বাবে বনাঞ্চল ধ্বংসও অন্য এক কাৰণ বুলি পৰিৱেশবিদসকলে ক’ব খোজে।

 

Recent News

ৰাষ্ট্ৰীয় সন্মানেৰে সন্ত্ৰাসবাদীক শেষ বিদায়; পাকিস্তানী সেনা-প্ৰশাসনৰ উপস্থিতিক লৈ তীব্ৰ প্ৰতিক্ৰিয়া ভাৰতৰ

ৰাষ্ট্ৰীয় সন্মানেৰে সন্ত্ৰাসবাদীক শেষ বিদায়; পাকিস্তানী সেনা-প্ৰশাসনৰ উপস্থিতিক লৈ তীব্ৰ প্ৰতিক্ৰিয়া ভাৰতৰ

হতাশ অনুৰাগী! ‘বিৰাট’ যুগৰ অৱসান; টেষ্ট ক্ৰিকেটৰ পৰা অৱসৰ ‘কিং’ কোহলীৰ

হতাশ অনুৰাগী! ‘বিৰাট’ যুগৰ অৱসান; টেষ্ট ক্ৰিকেটৰ পৰা অৱসৰ ‘কিং’ কোহলীৰ

কৰাচী ধ্বংস কৰিবলৈ সাজু আছিল ভাৰতীয় নৌসেনা: সংবাদমেলত সদৰী কৰিলে ভাইচ এডমিৰেলে

কৰাচী ধ্বংস কৰিবলৈ সাজু আছিল ভাৰতীয় নৌসেনা: সংবাদমেলত সদৰী কৰিলে ভাইচ এডমিৰেলে

কৃষি বিজ্ঞানী পদ্মশ্ৰী সুবান্না আয়াপ্পানৰ ৰহস্যজনক মৃত্যু; কাবেৰী নদীৰ পৰা উদ্ধাৰ মৃতদেহ

কৃষি বিজ্ঞানী পদ্মশ্ৰী সুবান্না আয়াপ্পানৰ ৰহস্যজনক মৃত্যু; কাবেৰী নদীৰ পৰা উদ্ধাৰ মৃতদেহ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd