• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

জাগুনত এ কে ৪৭ ৰাইফল, পিস্তলসহ এন ডি এফ বি(স)ৰ ৩জন দুৰ্ধৰ্ষ কেডাৰ আটক

মানস প্ৰতিম গগৈ by মানস প্ৰতিম গগৈ
July 20, 2018 6:37 am
এন ডি এফ বি আটক

তিনিচুকীয়াৰ জাগুনৰ পৰা আৰক্ষী আৰু সেনাৰ অভিযানত আটক হোৱা এন ডি এফ বি (স)ৰ কেডাৰ ৩ জন। ফটো : মানস প্ৰতিম গগৈ

123
VIEWS
Share on FacebookShare on Twitter

তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা মহকুমাৰ অন্তৰ্গত জাগুনৰ নাগাডুবি ৱাৰা বস্তিৰ পৰা বৃহস্পতিবাৰে নিশা প্ৰায় ১০ বজাত জাগুন আৰক্ষী আৰু ১৩ নং অসম ৰাইফলছে অভিযান চলাই মাৰণাস্ত্ৰসহ এন ডি এফ বি (স)ৰ ৩জন দুৰ্ধৰ্ষ কেডাৰক  আটক  কৰিবলৈ সক্ষম হয়।

এক গোপন সূত্ৰৰ পম খেদি আটকাধীন কেডাৰ কেইজনক আটক কৰিবলৈ সক্ষম হয়। এন ডি এফ বি (স)ৰ উগ্ৰপন্থী কেইজনক ক্ৰমে অজয় নাৰ্জাৰী, স্বমকৱৰ নাৰ্জাৰী আৰু জেংপুৰ বাৰ্মা  বুলি চিনাক্ত কৰা হৈছে।

এন ডি এফ বি আটক
আটক কৰা এন ডি এফ বি (স)ৰ কেডাৰকেইজনৰ পৰা জব্দ কৰা অস্ত্ৰ-শস্ত্ৰসমূহ। ফটো : মানস প্ৰতিম গগৈ

উগ্ৰপন্থী কেডাৰকেইজনৰ পৰা এটা এ,কে ৪৭ ৰাইফল, ১টা মেগজিন, দুটা পিস্তল, কেইবাজাইও সজীৱ গুলী জব্দ  কৰাৰ লগতে বহু আপত্তিজনক সামগ্ৰী জব্দ কৰিবলৈ সক্ষম হয়।

সেনাৰ এক সূত্ৰই জানিবলৈ দিয়া অনুসৰি আন্ত:ৰাষ্ট্ৰীয় ম্যানমাৰ সীমান্ত অতিক্ৰম কৰি অৰুণাচল সীমা পাৰ হৈ অসমৰ জাগুন নাগাডুবি ৱাৰা বস্তিত এন ডি এফ বি (স)ৰ দুৰ্ধৰ্ষ কেডাৰ কেইজনে বাহৰ পাতি আছিল।

আনহাতে, অধিক তথ্যৰ বাবে আৰক্ষীয়ে আটক কৰা উগ্ৰপ্ৰন্থী সদস্য কেইজনৰ জেৰা অব্যাহত ৰখাৰ লগতে অসম-অৰুণাচল সীমামূৰীয়া অঞ্চলত সেনাই উগ্ৰপন্থী বিৰোধী অভিযান অব্যাহত ৰখা বুলি সেনাৰ সূত্ৰই প্ৰকাশ কৰিছে ।

 

Recent News

ইংলেণ্ডৰ বিৰুদ্ধে দ্বিতীয় টেষ্টত চালকৰ আসনত টিম ইণ্ডিয়া; এজবাষ্টনত ইতিহাস গঢ়াৰ পথত গীল বাহিনী!

ইংলেণ্ডৰ বিৰুদ্ধে দ্বিতীয় টেষ্টত চালকৰ আসনত টিম ইণ্ডিয়া; এজবাষ্টনত ইতিহাস গঢ়াৰ পথত গীল বাহিনী!

কোনবোৰ ফল-মূলে আপোনাৰ শৰীৰত চুগাৰৰ মাত্ৰা বৃদ্ধি কৰিব পাৰে?

কোনবোৰ ফল-মূলে আপোনাৰ শৰীৰত চুগাৰৰ মাত্ৰা বৃদ্ধি কৰিব পাৰে?

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd