• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 13, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

টিংখাঙত চাহ শ্ৰমিক মুক্তি সংগ্ৰাম সমিতিৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয় ঘেৰাও; স্মাৰকপত্ৰ প্ৰদান

এন ই নাও নিউজ by এন ই নাও নিউজ
June 4, 2018 7:42 pm
117
VIEWS
Share on FacebookShare on Twitter

টিংখাঙত আজি চাহ শ্ৰমিক মুক্তি সংগ্ৰাম সমিতিয়ে নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল, চাহ শ্ৰমিকক ভূমি পট্টা প্ৰদান কৰা, শ্ৰমিকৰ মজুৰি বৃদ্ধি কৰা আদি দাবীত ৰাজগড়ত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰি ৰাজপথ উত্তপ্ত কৰি তোলে।

কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ছাত্র মুক্তি সংগ্ৰাম সমিতিয়ে সহযোগিতা আগবঢ়োৱা এই প্ৰতিবাদী কাৰ্যসূচীত প্ৰায় শতাধিক লোকে অংশ গ্ৰহণ কৰি ৰাজগড়ৰ ৰাজপথেৰে এক সমদল বাহিৰ কৰে।

সমদলত অংশ গ্ৰহণকাৰী সকলে ‘আৰ এছ এছ মুৰ্দাবাদ, বিজেপি গ’ বেক, নৰেন্দ্ৰ মোদী মুৰ্দাবাদ, চাহ শ্ৰমিকক মাটিৰ পট্টা প্ৰদান কৰক’ আদি প্ৰতিবাদী শ্ল’গান দিয়াৰ লগতে টিংখাং ৰাজহ চক্ৰ কাৰ্যালয়ও ঘেৰাও কৰি পৰিৱেশ উত্তাল কৰি তোলে।

শেষত প্ৰতিবাদকাৰী সকলে নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল কৰা, চাহ শ্ৰমিকক মাটিৰ পট্টা প্ৰদান কৰা, শ্ৰমিকৰ দৈনিক মজুৰি ৪০০ টকালৈ বৃদ্ধি কৰাকে ধৰি সাতটা দাবী সম্বলিত এখন স্মাৰকপত্ৰ টিংখাং ৰাজহ চক্ৰ বিষয়াক প্ৰদান কৰে।

Recent News

কেতিয়া পুনৰ মৰ্ত্যলৈ ঘূৰি আহিব শুভাংশু শুক্লা? জনালে কেন্দ্ৰীয় মন্ত্ৰীয়ে

কেতিয়া পুনৰ মৰ্ত্যলৈ ঘূৰি আহিব শুভাংশু শুক্লা? জনালে কেন্দ্ৰীয় মন্ত্ৰীয়ে

গছ স্থানান্তৰণ অন্তিম বিকল্পঃ গুৱাহাটিত অনুস্থিত এক ৰাজহুৱা বক্তৃতাত বেংগালুৰুৰ পৰিৱেশকৰ্মী দত্তাত্রেয় টি দেৱৰে

গছ স্থানান্তৰণ অন্তিম বিকল্পঃ গুৱাহাটিত অনুস্থিত এক ৰাজহুৱা বক্তৃতাত বেংগালুৰুৰ পৰিৱেশকৰ্মী দত্তাত্রেয় টি দেৱৰে

লিঙ্গ পৰিৱৰ্তনৰ পিছত অনয়া বাংগাৰৰ সুখবৰ: ইনষ্টাগ্ৰামৰ জড়িয়তে সদৰী কৰিলে অনয়াই

লিঙ্গ পৰিৱৰ্তনৰ পিছত অনয়া বাংগাৰৰ সুখবৰ: ইনষ্টাগ্ৰামৰ জড়িয়তে সদৰী কৰিলে অনয়াই

গৰমত বাৰে বাৰে গা ধোৱে নেকি? তেন্তে পঢ়ি লওক এইটো লেখা

গৰমত বাৰে বাৰে গা ধোৱে নেকি? তেন্তে পঢ়ি লওক এইটো লেখা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd