• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 15, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

টিহুৰ কঠালমূৰাৰ ব্যস্ত গড়কাপ্তানি পথত মৰণফান্দৰ ৰূপত জৰাজীৰ্ণ বাঁহৰ সাঁকো

উৎপল গোস্বামী by উৎপল গোস্বামী
March 28, 2018 3:49 pm
the sako on kathalmura PWD road
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

টিহুৰ ৪২নং জলখানা-ভঠুৱাখানা গাওঁ পঞ্চায়তৰ অন্তৰ্গত কঠালমূৰা গাওঁৰ মাজেৰে পাৰ হৈ যোৱা গড়কাপ্তানি পথটোৱে বহুকেইখন গাওঁক সংযোগ কৰিছে।

এই পথটো  হৈছে মাগুৰি, বনগাঁও, ৰূপদিগা, হেলনা, বেতবাৰী আদি গাঁৱৰ ৰাইজৰ টিহুলৈ যোৱাৰ চমু পথ । এই পথতেই টিহু নদীৰ ওপৰত আছে এখন জৰাজীৰ্ণ সাঁকো।

প্ৰত্যেক দিনে এই বাহঁৰ সাঁকোখনৰ ওপৰেৰে ছাত্ৰ ছাত্ৰী সকলে মাগুৰি মাধ্যমিক বিদ্যালয়, মাগুৰি উচ্চ প্ৰাথমিক বিদ্যালয়, মাখিবাহা উচ্চতৰ মাধ্যমিক বিদ্যালয়, টিহু মহাবিদ্যালয় আদিলৈ অতি কষ্টকৰ আৰু বিপদজনক যাত্ৰা কৰিবলৈ বাধ্য হয় ।

টিহু নদীৰ ওপৰত থকা কাঠৰ দলংখন বহু বছৰ আগতেই জৰাজীৰ্ণ হৈ ভাঙি ছিঙি যোৱাৰ পাছত আজিলৈকে চৰকাৰীভাৱে নতুনকৈ নিৰ্মাণ নকৰাৰ বাবে ৰাইজে এখন সৰু বাঁহৰ সাঁকো নিৰ্মাণ কৰি সেইখনৰ ওপৰেৰে বিপদসংকুল যাতায়ত চলাই থাকিব লগীয়াত পৰিছে ।

নদীৰ পানী বাঢ়িলে  অতি বিপজ্জনকভাবে দুলি থকা এই বাহঁৰ সাঁকো খনৰ ওপৰৰে মানুহ খোজ কাঢ়ি যোৱাৰো উপায় নাথাকে ।এই সাঁকোখনৰ  পৰা কিছু নিলগত এখন পদ দলং আছে আৰু  দুচকীয়া বাহন এখন কোনোমতেহে পাৰ কৰিব পাৰি এই সাঁকোখন পাৰ নহ’বলৈ সুবিধাজনক বিকল্প ৰাস্তা আছে যদিও বহু দুৰ ঘুৰি যাব লাগে ।সেই অঞ্চলৰ ৰাইজৰ পৰা শুনা মতে পাচঁ বছৰ মান আগতে সাঁকো খনৰ পৰা নদীত পৰি জলেশ্বৰ ৰাজবংশী নামৰ এজন লোকৰমৃত্যুও ঘটিছিল ।

স্থানীয় ৰাইজে জনোৱা মতে ৰাইজে সাঁকো খনৰ ঠাইত এখন দলং নিৰ্মাণৰ বাবে বিভাগীয় কৰ্তৃপক্ষ আৰু সমষ্টিৰ বিধায়কক  বহুবাৰ আবেদন কৰিছে যদিও বৰ্তমানেও কোনো সুফল ধৰা নাই । উল্লেখযোগ্য কথাটো হ’ল স্থানীয় বিধায়ক পবিন্দ্ৰ ডেকা সেইটো অঞ্চলৰে মূল বাসিন্দা । এই অঞ্চলটোৰ অতি প্ৰয়োজনীয় দলংখন নিৰ্মাণ কৰোৱাৰ বাবে এতিয়ালৈকে  তেৱোঁ কোনো উদ্যোগ গ্ৰহণ কৰা নাই।

 উন্নত যাতায়াত আৰু যোগাযোগ ব্যৱস্থাৰ বিকাশেৰে সামাজিক আৰু অৰ্থনৈতিক উন্নয়নৰ ভেটি গঢ়াৰ সপোন দেখুওৱা এইখন চৰকাৰৰ দিনত এই বৃহত্তৰ অঞ্চলৰ ৰাইজৰো এখন দলঙৰ সপোনটো বাস্তৱায়িত হব বুলি ৰাইজ আশাবাদী ।

উৎপল গোস্বামী

উৎপল গোস্বামী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভদিয়া বানে নষ্ট কৰিলে খেতিয়কৰ সপোন : প্লাৱিত লখিমপুৰ, বিশ্বনাথ, শোণিতপুৰ আৰু ওদালগুৰি জিলা

ভদিয়া বানে নষ্ট কৰিলে খেতিয়কৰ সপোন : প্লাৱিত লখিমপুৰ, বিশ্বনাথ, শোণিতপুৰ আৰু ওদালগুৰি জিলা

September 15, 2025 7:42 pm
জ্যোতি চিত্ৰবনত তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব ‘Soul’ তথ্য-চিত্র ছবি সমাৰোহ

জ্যোতি চিত্ৰবনত তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব ‘Soul’ তথ্য-চিত্র ছবি সমাৰোহ

September 15, 2025 7:04 pm
এচিএছ নুপুৰ বৰাৰ ফ্লেটত ভিজিলেন্সৰ অভিযান : উদ্ধাৰ নগদ ১০ লাখ টকাৰ লগতে বৃহৎ পৰিমাণৰ সোণ আৰু হীৰা

এচিএছ নুপুৰ বৰাৰ ফ্লেটত ভিজিলেন্সৰ অভিযান : উদ্ধাৰ নগদ ১০ লাখ টকাৰ লগতে বৃহৎ পৰিমাণৰ সোণ আৰু হীৰা

September 15, 2025 6:40 pm
অষ্ট্ৰেলিয়া এৰ বিৰুদ্ধে শৃংখলাত ভাৰত এ দলৰ বাবে নিৰ্বাচিত অসমৰ প্ৰতিভাৱান যুৱ ক্ৰিকেটাৰ ৰিয়ান পৰাগ

অষ্ট্ৰেলিয়া এৰ বিৰুদ্ধে শৃংখলাত ভাৰত এ দলৰ বাবে নিৰ্বাচিত অসমৰ প্ৰতিভাৱান যুৱ ক্ৰিকেটাৰ ৰিয়ান পৰাগ

September 15, 2025 6:31 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভদিয়া বানে নষ্ট কৰিলে খেতিয়কৰ সপোন : প্লাৱিত লখিমপুৰ, বিশ্বনাথ, শোণিতপুৰ আৰু ওদালগুৰি জিলা

ভদিয়া বানে নষ্ট কৰিলে খেতিয়কৰ সপোন : প্লাৱিত লখিমপুৰ, বিশ্বনাথ, শোণিতপুৰ আৰু ওদালগুৰি জিলা

September 15, 2025 7:42 pm
জ্যোতি চিত্ৰবনত তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব ‘Soul’ তথ্য-চিত্র ছবি সমাৰোহ

জ্যোতি চিত্ৰবনত তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব ‘Soul’ তথ্য-চিত্র ছবি সমাৰোহ

September 15, 2025 7:04 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd