• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, May 12, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ত্ৰিপুৰাৰ যুৱতীৰ সাফল্য : গৱেষণাৰ বাবে হাৰ্ভাৰ্ডৰ পৰা আহিল প্ৰস্তাৱ

এন ই নাও নিউজ by এন ই নাও নিউজ
March 11, 2018 12:36 pm
tripura-girl-harvard-570x320
97
VIEWS
Share on FacebookShare on Twitter

ত্ৰিপুৰাৰ যুৱতী পাতত্ৰি চক্ৰৱৰ্তীয়ে সকলোকে চমকিত কৰি আন এক সাফল্যৰ দিশত খোজ পেলাবলৈ আগবাঢ়িছে। অইন নহয়, বিশ্বৰ আগশাৰীৰ বিশ্ববিদ্যালয় ব’ষ্টনৰ হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ৰ পৰা পাতত্ৰিলৈ গৱেষণাৰ বাবে প্ৰস্তাৱ আহিছে।

বিশ্ববিদ্যালয়খনৰ নামভৰ্তি আৰু বিত্তীয় সাহায্য শাখাৰ ডীন অধ্যাপক মোহন ডি বুদ্ৰুমৰ দ্বাৰা এই প্ৰস্তাৱ প্ৰেৰণ কৰা হৈছে।

পাতত্ৰিয়ে ইয়াৰ আগেয়েও ৰাজ্যখনত উৎসাহৰ সৃষ্টি কৰিছিল যেতিয়া চাৰি বছৰ আগতে তেওঁ দ্বাদশ শ্ৰেণী উত্তীৰ্ণ হোৱাৰ পিছত নিউয়ৰ্কৰ ষ্টেট ইউনিভাৰ্ছিটিত ইঞ্জিনিয়াৰিঙৰ স্নাতক পাঠ্যক্ৰমত নামভৰ্তিৰ সুবিধা লাভ কৰিছিল।

হাৰ্ভাৰ্ডৰ পৰা অহা পত্ৰখনত কোৱা হৈছে যে বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা অহা বহুতো আৱেদনৰ মাজৰ পৰা তেওঁক নিৰ্বাচন কৰিছে আৰু তেওঁলোকে পাতত্ৰিৰ শিক্ষায়তনিক সাফল্যক অভিনন্দন জনাইছে।

তাত তেওঁৰ অধ্যয়নৰ সুবিধাৰ্থে এটি জলপাণি আগবঢ়োৱা হ’ব, এগৰাকী গৱেষণা সহায়ক আৰু এটি শিক্ষণ ফেল’শ্বিপৰ প্ৰস্তাৱ আগবঢ়াইছে। আগৰতলাত সংবাদ মাধ্যমৰ আগত এই বাতৰি প্ৰকাশ কৰি পাতত্ৰিৰ পিতৃ ড০ প্ৰসূন চক্ৰৱৰ্তীয়ে এইদৰে কয়।

ড০ চক্ৰৱৰ্তীয়ে লগতে কয় যে এতিয়া পাতত্ৰি এই মাহতে তেওঁৰ গৱেষণাৰ বিষয়বস্তু নিৰ্বাচনৰ বাবে নিউয়ৰ্কৰ পৰা হাৰ্ভাৰ্ডলৈ উৰা মাৰিব।

পাতত্ৰিয়ে একেধৰণৰ সুযোগ পুৰডিউ বিশ্ববিদ্যালয়, কেচ ৱেষ্টাৰ্ণ বিশ্ববিদ্যালয় আৰু আন দুখন খ্যাতনামা বিশ্ববিদ্যালয়ৰ পৰাও লাভ কৰিছিল।

Recent News

কৃষি বিজ্ঞানী পদ্মশ্ৰী সুবান্না আয়াপ্পানৰ ৰহস্যজনক মৃত্যু; কাবেৰী নদীৰ পৰা উদ্ধাৰ মৃতদেহ

কৃষি বিজ্ঞানী পদ্মশ্ৰী সুবান্না আয়াপ্পানৰ ৰহস্যজনক মৃত্যু; কাবেৰী নদীৰ পৰা উদ্ধাৰ মৃতদেহ

প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙৰ পৰা নৰেন্দ্ৰ মোডীলৈকে ব্যক্তিগত সচিব পদ চম্ভালা কোন এই বিক্ৰম মিশ্ৰী?

প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙৰ পৰা নৰেন্দ্ৰ মোডীলৈকে ব্যক্তিগত সচিব পদ চম্ভালা কোন এই বিক্ৰম মিশ্ৰী?

পাঁচ লাখ টকাৰ ড্ৰাগছ আনিবলৈ গৈ আৰক্ষীৰ জালত পৰিল চিকিৎসক! কোন এই নম্ৰতা?

পাঁচ লাখ টকাৰ ড্ৰাগছ আনিবলৈ গৈ আৰক্ষীৰ জালত পৰিল চিকিৎসক! কোন এই নম্ৰতা?

আপোনাৰ চকুযুৰিৰ যতন কেনেকৈ ল’ব? জানো আহক…

আপোনাৰ চকুযুৰিৰ যতন কেনেকৈ ল’ব? জানো আহক…

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd