• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, September 13, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

দ্বিতীয় মৃত্যু বাৰ্ষিকীত সাহিত্যাচাৰ্য্য মহিম বৰাক নগাঁও জিলা সাহিত্য সভাৰ শ্ৰদ্ধাঞ্জলি

মিণ্টু দাস by মিণ্টু দাস
August 6, 2018 8:35 am
mahim bora.docx photo 1
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ৰঙা জিঞাৰ কবি, কাঠনিবাৰী ঘাটৰ স্রষ্টা সাহিত্যাচাৰ্য্য মহিম বৰাক দেওবাৰে নগাঁও জিলা সাহিত্য সভাই দ্বিতীয় মৃত্যু তিথিত গভীৰ শ্ৰদ্ধা নিৱেদন কৰে। বিয়লি ২ বজাৰ পৰা অনুষ্ঠিত সভাত প্ৰথমে প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰে ভাৰপ্ৰাপ্ত সভাপতি নিত্যানন্দ বৰা আৰু প্ৰাক্তন উপ-সভাপতি ভৱেশ মেধিয়ে।

mahim bora.docx photo 2
সাহিত্যাচাৰ্য্য মহিম বৰালৈ নগাঁও সাহিত্যসভাৰ শ্ৰদ্ধাঞ্জলি। ফটো : নৰ্থইষ্ট নাও

জিলা সভাৰ সম্পাদক মৃণাল হাজৰিকাই আঁ‌ত ধৰা, প্ৰাক্তন সভাপতি ৰতিমোহন নাথে মাল্য অৰ্পণ কৰা অনুষ্ঠানটিত বিশিষ্ট সাহিত্যিক শিৱানন্দ কাকতি, প্ৰদীপ শইকীয়া, আৰতি মজুমদাৰ, মনোজ শৰ্মা, ড: থুনু কলিতা, ভূপেন্দ্ৰ নাথ হাজৰিকা, যতীন সূত, সাবিত্ৰী গগৈ, কাবেৰী মহন্তকে ধৰি প্ৰায় চাৰি কুৰি সাহিত্যনুৰাগীয়ে অংশ গ্ৰহণ কৰে।

বিশিষ্ট কথাশিল্পী মহিম বৰাৰ স্মৃতিচাৰণ কৰি বিশিষ্ট লেখক থগিত মহন্তই সাহিত্যিকগৰাকীৰ অসমীয়া সাহিত্যলৈ যি অৱদান সেয়া গভীৰভাৱে স্মৰণ কৰে। তেওঁ ভাষণ প্ৰসংগত ৰঙা জিঞাৰ কবিগৰাকীৰ সৃষ্টি কাঠনিবাৰী ঘাটৰ পৰা আৰম্ভ কৰি এধানী মাহীৰ হাঁহি লৈকে সামৰি কয় যে সাহিত্যিকগৰাকীৰ লিখনিত একোটা সৰল বিশ্বাস আৰু মানৱতাবাদী মঙ্গলময় ভাৱনাৰ প্ৰকাশ বিৰাজমান।

স্মৃতিচাৰণ অনুষ্ঠানৰ পাছতে জিলা সভাৰ মাহেকীয়া সাহিত্য পাঠৰ অনুষ্ঠান আৰম্ভ হয়। সাহিত্য পাঠৰ অনুষ্ঠান জিলা সভাই সাহিত্যিক মহিম বৰাৰ স্মৃতিত উৎসৰ্গা কৰি নমস্য  ব্যক্তি গৰাকীলৈ গভীৰ শ্ৰদ্ধা নিৱেদন কৰে। উল্লেখযোগ্য যে, সাহিত্য অনুষ্ঠানত বিশিষ্ট গল্পকাৰ শিৱানন্দ কাকতিয়ে পৰ্যালোচকৰ আসন গ্ৰহণ কৰে।

মিণ্টু দাস

মিণ্টু দাস

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

আচৰিত ঘটনা! অপাৰেচনৰ মাজতে ৰোগী এৰি নাৰ্ছৰ সৈতে যৌনক্ৰিয়াত লিপ্ত চিকিৎসক

আচৰিত ঘটনা! অপাৰেচনৰ মাজতে ৰোগী এৰি নাৰ্ছৰ সৈতে যৌনক্ৰিয়াত লিপ্ত চিকিৎসক

September 13, 2025 9:30 pm
২০২৬ৰ নিৰ্বাচনত ৩৬ আসনত প্ৰতিদ্বন্দ্বিতাৰ ঘোষণা ৰাইজৰ দলৰ

২০২৬ৰ নিৰ্বাচনত ৩৬ আসনত প্ৰতিদ্বন্দ্বিতাৰ ঘোষণা ৰাইজৰ দলৰ

September 13, 2025 8:30 pm
গুৱাহাটীত যান-জঁট নিয়ন্ত্ৰণৰ বাবে শোভাযাত্ৰা আৰু ৰেলীৰ দৰে অনুষ্ঠান নিষিদ্ধ আৰক্ষীৰ

গুৱাহাটীত যান-জঁট নিয়ন্ত্ৰণৰ বাবে শোভাযাত্ৰা আৰু ৰেলীৰ দৰে অনুষ্ঠান নিষিদ্ধ আৰক্ষীৰ

September 13, 2025 7:04 pm
প্ৰশাসক হোৱাৰ আকাংক্ষা! বিচিচিআই-ৰ সভাপতি পদৰ দৌৰত আছে নেকি হৰভজন সিং?

প্ৰশাসক হোৱাৰ আকাংক্ষা! বিচিচিআই-ৰ সভাপতি পদৰ দৌৰত আছে নেকি হৰভজন সিং?

September 13, 2025 6:57 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আচৰিত ঘটনা! অপাৰেচনৰ মাজতে ৰোগী এৰি নাৰ্ছৰ সৈতে যৌনক্ৰিয়াত লিপ্ত চিকিৎসক

আচৰিত ঘটনা! অপাৰেচনৰ মাজতে ৰোগী এৰি নাৰ্ছৰ সৈতে যৌনক্ৰিয়াত লিপ্ত চিকিৎসক

September 13, 2025 9:30 pm
২০২৬ৰ নিৰ্বাচনত ৩৬ আসনত প্ৰতিদ্বন্দ্বিতাৰ ঘোষণা ৰাইজৰ দলৰ

২০২৬ৰ নিৰ্বাচনত ৩৬ আসনত প্ৰতিদ্বন্দ্বিতাৰ ঘোষণা ৰাইজৰ দলৰ

September 13, 2025 8:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd