• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 8, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ধুবুৰীত অবৈধ জুৱাৰ ঘাটি উৎখাত, দুজনক গ্ৰেপ্তাৰ

মুকেশ কুমাৰ সিং by মুকেশ কুমাৰ সিং
March 16, 2018 10:31 am
gambling-570x320
113
VIEWS
Share on FacebookShare on Twitter

ধুবুৰী জিলাৰ প্ৰশাসনে আজি ধুবুৰী চহৰৰ ১ নং ৱাৰ্ডত থকা এটা অবৈধ জুৱাৰ ঘাটি উৎখাত কৰে আৰু এই সন্দৰ্ভত দুজন লোকক গ্ৰেপ্তাৰ কৰে।

অভিযানটোৰ নেতৃত্বত যোৱা নিৰ্বাচনী বিষয়া তথা কাৰ্যবাহী দণ্ডাধীশ বিস্তীৰ্ণ বৰুৱাই এই কথা জানিবলৈ দিছে।

এই অসামাজিক কাৰ্যকলাপৰ  কথা জানিব পাৰি ধুবুৰীৰ উপাযুক্ত অনন্ত লাল গিয়ানীয়ে সংশ্লিষ্ট কাৰ্যবাহী দণ্ডাধীশগৰাকীক ধুবুৰী চহৰৰ কংগ্ৰেছ দলৰ কাৰ্যালয়ৰ সমীপত থকা গদাধৰ ক্লাৱত তালাচী চলাই দীৰ্ঘদিনৰ পৰা ক্লাৱটোৰ সদস্যসকলে চলাই অহা অবৈধ জুৱাৰ ঘাটি উৎখাত কৰিবলৈ নিৰ্দেশ দিয়ে।

অভিযানটোৰ নেতৃত্ব দিয়া বৰুৱাই কয় যে ক্লাৱটোত মূল দুৱাৰখন বন্ধ কৰি ভিতৰত প্ৰায় সাত-আঠজন লোকে জুৱা খেলি আছিল আৰু তালাচীৰ শব্দ শুনাৰ লগে লগে তেওঁলোকৰ মাজৰ ছয়জনে পূৰ্বৰে পৰা নিৰ্দিষ্ট কৰি ৰখা গোপন পথেৰে ঘটনাস্থলীৰ পৰা পলাই যাবলৈ সক্ষম হয়।

গ্ৰেপ্তাৰ কৰা ক্লাৱৰ সদস্য দুজনক হাকিম আলী আৰু আনোৱাৰ হুছেইন বুলি চিনাক্ত কৰা হৈছে আৰু তেওঁলোকক জিলা কৰ্তৃপক্ষৰ দলটোৱে জিম্মাত লৈছে।

ঘটনাস্থলীৰ পৰা এক বৃহৎ সংখ্যক চিপ্চ (নগদ ধনৰ ঠাইত ব্যৱহাৰ কৰা চিপ্চ) উদ্ধাৰ কৰা হয়।

এই সন্দৰ্ভত ক্লাৱটোৰ বিৰুদ্ধে এটা গোচৰ ৰুজু কৰা হৈছে বুলি বৰুৱাই জানিবলৈ দিয়ে। ইয়াৰ মাজতে জিলা প্ৰশাসনে ক্লাৱ চৌহদটো তলা লগাই দিয়ে।

উল্লেখযোগ্য যে এমাহ আগতে উপায়ুক্ত অনন্ত লাল গিয়ানীয়ে ধুবুৰী চহৰৰ বয়ে’জ ক্লাৱত এনেধৰণে অভিযান চলাই ক্লাৱটো বন্ধ কৰি দিছিল আৰু জুৱা চক্ৰৰ সৈতে জড়িত পাঁচজন লোকক গ্ৰেপ্তাৰ কৰিছিল।

Recent News

ধ্বংশৰ গৰাহলৈ গতি কৰিছে মানৱ জীৱন! ডিম্বাণু আৰু শুক্ৰাণুতো পোৱা গৈছে মাইক্ৰ’প্লাষ্টিকৰ উপস্থিতি

ধ্বংশৰ গৰাহলৈ গতি কৰিছে মানৱ জীৱন! ডিম্বাণু আৰু শুক্ৰাণুতো পোৱা গৈছে মাইক্ৰ’প্লাষ্টিকৰ উপস্থিতি

গোৱালপাৰাত পুনৰ বুলড’জাৰৰ সন্ত্ৰাস! পাইকান সংৰক্ষিত বনাঞ্চলত বেদখলকাৰীক উচ্ছেদৰ নিৰ্দেশ

গোৱালপাৰাত পুনৰ বুলড’জাৰৰ সন্ত্ৰাস! পাইকান সংৰক্ষিত বনাঞ্চলত বেদখলকাৰীক উচ্ছেদৰ নিৰ্দেশ

টেক্সাছত ভয়ংকৰ বান : মৃত্যুৰ সংখ্যা ৮১ লৈ বৃদ্ধি, এতিয়াও সন্ধানহীন ৪১ গৰাকী

টেক্সাছত ভয়ংকৰ বান : মৃত্যুৰ সংখ্যা ৮১ লৈ বৃদ্ধি, এতিয়াও সন্ধানহীন ৪১ গৰাকী

সলনি হ’ল আইচিচিৰ চিইঅ’ : আইচিচিৰ চিইঅ’ হ’ল সংযোগ গুপ্তা

সলনি হ’ল আইচিচিৰ চিইঅ’ : আইচিচিৰ চিইঅ’ হ’ল সংযোগ গুপ্তা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd