• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, July 4, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

নগাঁও জিলাৰ কামপুৰত পৃথক স্থানত বিদ্যুৎস্পৃষ্ট হৈ নিহত দুজন লোক

এন ই নাও নিউজ by এন ই নাও নিউজ
May 11, 2018 10:19 pm
Electrocution

প্ৰতিনিধিত্বমূলক ফটো

107
VIEWS
Share on FacebookShare on Twitter

নগাঁও জিলাৰ কামপুৰত আজি পৃথক স্থানত বিদ্যুৎস্পৃষ্ট হৈ দুজনকৈ লোকে কৰুণ মৃত্যুক সাবটি ল’ব লগীয়া হয়।

উল্লেখযোগ্য যে কামপুৰ আৰক্ষী চকীৰ অন্তৰ্গত দক্ষিণ কামপুৰৰ ঘিলানী আদৰ্শ গাঁৱৰ বলোভদ্ৰ দাস নামৰ লোক জনে পথাৰত ছাগলী বিচাৰি যাওঁতে পথাৰৰ মাজত পৰি থকা এডাল বিদ্যুৎ পৰিবাহী তাঁৰত লাগি থিতাতে মৃত্যুক সাবটি লয়।

আনহাতে ঘটনা সংঘটিত হোৱাৰ লগে লগে স্থানীয় লোকে কামপুৰ আৰক্ষীক খবৰ দিয়াত ঘটনাস্থলীত আৰক্ষী উপস্থিত হয় যদিও ক্ষোভিত ৰাইজে বিদ্যুৎ বিভাগৰ লোক উপস্থিত নোহোৱা পৰ্যন্ত নিহত ব্যক্তিজনৰ মৃতদেহ উক্ত স্থানৰ পৰা আঁতৰাই নিয়াত বাধা প্ৰদান কৰে।

স্থানীয় ৰাইজে আজি দীৰ্ঘদিন ধৰি দুৰ্ঘটনা সংঘটিত হোৱা পথাৰখনত ১১ হাজাৰ ভল্টৰ এডাল বিদ্যুৎ পৰিবাহী তাঁৰ পৰি আছিল বৰ্তমানলৈকে বিদ্যুৎ বিভাগে এই ক্ষেত্ৰত কোনো ধৰণৰ ব্যৱস্থা নকৰাৰ ফলতে আজি উক্ত লোকজনে মৃত্যুক সাবটি ল’ব লগীয়া হ’ল বুলি ক্ষোভ প্ৰকাশ কৰে। লগতে স্থানীয় ৰাইজে নিহত ব্যক্তিজনৰ হৈ বিদ্যুৎ বিভাগক ক্ষতিপূৰণ দিয়াৰ বাবে দাবী জনায়।

আনহাতে কচুৱা লুটুমাৰী হাজং গাঁৱতো বিদ্যুতৰ কাম কৰি থকা অৱস্থাতেই এজন ব্যক্তি বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু হয়। নিহত লোকজনক ধৰ্মেন্দ্ৰ হাজং বুলি চিনাক্ত কৰা হৈছে।

Recent News

মহানগৰীৰ জোনালীত বিশ্ব পক্ষী দিৱস উদযাপন : চৰাই বিষয়ক স্মৃতিগ্ৰন্থ ‘পক্ষী সংবাদ’ উন্মোচন

মহানগৰীৰ জোনালীত বিশ্ব পক্ষী দিৱস উদযাপন : চৰাই বিষয়ক স্মৃতিগ্ৰন্থ ‘পক্ষী সংবাদ’ উন্মোচন

এছিয়া কাপৰ বাবে ভাৰতলৈ আহিব পাকিস্তানৰ হকী দল: ক্ৰীড়া মন্ত্ৰালয়ৰ সূত্ৰৰ দাবী

এছিয়া কাপৰ বাবে ভাৰতলৈ আহিব পাকিস্তানৰ হকী দল: ক্ৰীড়া মন্ত্ৰালয়ৰ সূত্ৰৰ দাবী

ইংলেণ্ডৰ ভূমিত ‘প্ৰিন্স’ শুভমন গিলৰ দৃষ্টিনন্দন দ্বিশতকঃ গাভাস্কাৰ, দ্ৰাবিড় আৰু কোহলীৰ অভিলেখো কৰিলে ভংগ!

ইংলেণ্ডৰ ভূমিত ‘প্ৰিন্স’ শুভমন গিলৰ দৃষ্টিনন্দন দ্বিশতকঃ গাভাস্কাৰ, দ্ৰাবিড় আৰু কোহলীৰ অভিলেখো কৰিলে ভংগ!

গুৱাহাটী বিশ্ববিদ্যালয়ত ৰাষ্ট্ৰীয় কৰ্মশালা অনুষ্ঠিত

গুৱাহাটী বিশ্ববিদ্যালয়ত ৰাষ্ট্ৰীয় কৰ্মশালা অনুষ্ঠিত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd